Shuru
Apke Nagar Ki App…
Assam sangbad 24
More news from Sonitpur and nearby areas
- Post by Assam sangbad 241
- মাজবাটৰ এইবাৰ বিজেপি দলৰ প্ৰবল দাবীদাৰ ৰূপত যুব নেতা কিশোৰ শৰ্মা1
- এদিন যিবোৰ কাম গাঁৱৰ জীৱনৰ অবিচ্ছেদ্য অংশ আছিল, সেইবোৰ এতিয়া সময়ৰ সোঁতত লাহে লাহে ম্লান হৈ পৰিছে। আধুনিকতাৰ দৌৰত বহু পৰম্পৰাগত অভ্যাস আজিৰ প্ৰজন্মৰ পৰা প্ৰায় বিলুপ্তিৰ পথত। তথাপিও, এই হেৰাই যাব ধৰা পৰম্পৰা ৰক্ষা কৰাৰ এক সৰু কিন্তু তাৎপৰ্যপূৰ্ণ প্ৰচেষ্টা দেখা গৈছে কলিয়াবৰত। কলিয়াবৰৰ বালিটিকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে একেলগে ধান দাই যোৱা উদং পথাৰত মাঘৰ বিহুত বিদ্যালয়ত প্ৰীতিভোজ খোৱাৰ আশাৰে বুটলিছে লেছেৰি। বোপাককা দিনত নিতৌ কৰা এই পৰম্পৰা আজিৰ শিশু সকলৰ মাজেৰে আকৌ এবাৰ জীৱন্ত হৈ উঠিছে।1
- Post by Bitupan phukan1
- fanney comedy Dance 🤣1
- Vxhfjhjjgdg1
- ৰঙানদী সমষ্টিৰ বিজেপিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ মহানুভৱতা। এজাক কণ কণ শিশুৰ ভৱিষ্যত গড়াৰ বাবে আগবাঢ়ি আহিল ঋষিৰাজ হাজৰিকা। দল'হাট বজাৰত থকা "আৰ্বান কাৰাটে একাডেমী"ৰ বাবে আগবঢ়ালে মেট। দীৰ্ঘ দিন ধৰি মাটিতে প্ৰশিক্ষণ আগবঢ়াই আছিল আৰ্বান কাৰাটে একাডেমীয়ে। কণ কণ শিশুৰ কষ্ট দেখি এদিন একাডেমীৰ প্ৰশিক্ষক ননীগোপাল দত্তক কথা দিছিল মেট দিয়াৰ। আজি কথা দি কথা ৰাখিলে ৰঙানদী সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা ঋষিৰাজ হাজৰিকাই।1
- Jai shree ganesh 🙏1