Shuru
Apke Nagar Ki App…
কাইলৈ মনোনয়ন দাখিল কৰিব বিধায়ক ভুৱন পেগুৱে। জোনাই বিধান সভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব ভুৱন পেগুৱে। সামাজিক মাধ্যম যোগে জনালে এই কথা।
Majuli Update
কাইলৈ মনোনয়ন দাখিল কৰিব বিধায়ক ভুৱন পেগুৱে। জোনাই বিধান সভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব ভুৱন পেগুৱে। সামাজিক মাধ্যম যোগে জনালে এই কথা।
More news from অসম and nearby areas
- তিনি গগৈ মাজুলীলে নিৰ্বাচনী প্ৰচাৰ চলাবলে আহিলে মাজুলীৰ ৰাইজে ভাত জলপান চাহ খোৱাই পঠাই দিব কিন্তু ভোট বিজেপিৰ প্ৰাৰ্থী গৰাকীক হে দিব। কংগ্ৰেছ শূন্য নহয় অসমত কাৰন মিঞা এলেকাত ২৪ খন আসন পাব কংগ্ৰেছে। কংগ্ৰেছৰ জয় আৰম্ভ হয় মিঞা এলেকাৰ পৰা কিন্তু বিজেপি জয় আৰম্ভ হয় সত্ৰ পীঠ মাজুলীৰ পৰা। মাজুলীৰ কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুক শুভেচ্ছা জ্ঞাপন পবিত্ৰ মাঘেৰিটাৰ1
- আদি সুতি গাঁৱৰ পৰা bondhu Gori গাওলৈ ৰাস্তা1
- ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত NDA প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ।1
- আজি শিৱসাগৰত ৰাজ্যসভাৰ নৱ-নিৰ্ৱাচিত সাংসদ যোগেন মহনৰ বিশেষ উপস্থিতিত শিৱসাগৰ সমষ্টিৰ NDA ৰ মনোনীত প্ৰাৰ্থী কুশল দুৱৰীৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি ৪০০ৰো অধিক লোকৰ গেৰুৱা দলত যোগদান ৷ শিৱসাগৰ সমষ্টিত বিজেপি দিনক দিনে অধিক শক্তিশালী হৈ উঠা পৰিলক্ষিত হৈছে ৷ এইয়া সম্ভৱ জনতাৰ বিশ্বাস, বিজেপিৰ নেতৃত্বত দ্ৰুত বিকাশ ৷ উল্লেখ যে, ৰংপুৰ মণ্ডলৰ ৰূদ্ৰসাগৰ পঞ্চায়ত, চাৰিং মণ্ডল, গেলেকী আৰু নগৰ মণ্ডলৰ ১০ নং ৱাৰ্ডৰ ৰাইজৰ দল, অগপ, কংগ্ৰেছ দলৰ বিশাল যোগদান কাৰ্যসূচীয়ে স্পষ্টকৈ শিৱসাগৰ সমষ্টিবাসী ৰাইজে সমৃদ্ধি আৰু সুশাসনৰ পথ বাছি লৈছে বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ৷4
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ৬০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু শৈক্ষিক বিকাশৰ লক্ষ্যৰে ‘লিট. ডিচিজে. জি.ইউ.’ (Lit. DCJ, GU) শীৰ্ষক এটা সাহিত্য ক্লাবৰ আনুষ্ঠানিক আৰম্ভণি কৰা হয়। বিশিষ্ট সাহিত্যিক তথা বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ ডিন অধ্যাপক কামালুদ্দিন আহমেদে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই ক্লাবটো মুকলি কৰাৰ লগতে সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানতে বিভাগৰ ছাত্ৰী নিস্থা হালৈৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। ক্লাবৰ তত্ত্বাৱধায়ক ড০ জাকিৰুল আলমে সাংবাদিকতাৰ শিক্ষাৰ্থীৰ সৃজনশীলতাৰ ওপৰত গুৰুত্ব দি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিভাগীয় মুৰব্বীৰ ভূমিকাৰ প্ৰশংসা কৰে। সাহিত্য কুইজ, সাঁথৰ প্ৰতিযোগিতা আৰু কবিতা আবৃত্তিৰে জীপাল হৈ উঠা এই অনুষ্ঠানটোত বিভাগৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও সক্ৰিয় সহযোগিতা আগবঢ়ায়।1
- অসমলৈ আহি প্ৰচাৰ চলালে উন্নয়ন দেখি যাবঃ হিমন্ত বিশ্ব শৰ্মা সোণাৰিত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি কৰিলে এই মন্তব্য1
- চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ জজলী পাঁচ আলিত ড. হিমন্তবিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সুৰজ দিহিঙীয়াক নিৰ্বাচনত জয়ী কৰাবলৈ আহ্বান জনাই । সভাত প্ৰাৰ্থী সুৰুজ দিহিঙীয়া , সাংসদ যোগেন মহন উপস্থিত থাকে ।1
- Slug- MINISTER PABITRA MAGHERITA কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ পত্ৰত জুবিন গাৰ্গৰ নাম সোমোৱাই ৰাজনীতি কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ পোৱা এটা বিষয়ে সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কংগ্ৰেছৰ ইস্তাহাৰত অসমীয়াৰ আবেগ, প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু ন্যায় ১০০ দিনৰ ভিতৰত প্ৰদান কৰিব বুলি প্ৰকাশ পাইছে যদি কংগ্ৰেছ চৰকাৰ গঠন হয়। ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পবিত্ৰ মাঘেৰিটাই কয় যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাতো অতি পৰিতাপৰ কথা জুবিনক লৈ কোনেও ৰাজনীতি কৰিব নালাগে। ৰাহুল গান্ধী কি চুপ্ৰিম কৰ্ত নেকি কংগ্ৰেছ দল কি হাই কৰ্ত নেকি ১০০ দিনৰ ভিতৰত যে জুবিনক ন্যায় দিম বুলি কৈছে। আছলতে ন্যায় কোনো ৰাজনৈতিক দলে দিয়ে নে ন্যায় লয়ে দিয়ে। ন্যায় কোনো ৰাজনৈতিক দলে দিব নোৱাৰে সেইয়া কংগ্ৰেছেই হওঁক বা বিজেপিয়েই হওঁক ন্যায় প্ৰদান কৰাতো আদালতৰ হে কাম। শিল্পী এজনক এইদৰে ৰাজনৈতিত সোমোৱাতো কিমান গ্ৰহণ যোগ্য। কিয়নো জুবিন গাৰ্গে ৰাজনীতি বেয়া পাইছিল। জুবিনে গানৰ দ্বাৰা কৈছিল পলিতিক্স নকৰিবা বন্ধু বুলি। পৰিয়ালৰ লোকেও জুবিন গাৰ্গক ৰাজনীতি মেৰপেচত সোমোৱাতো গ্ৰহণ কৰা নাই। কংগ্ৰেছে কেৱল নিৰ্বাচনী বৈত্যয়নী পাৰ হোৱা স্বাৰ্থতে এইদৰে জুবিন গাৰ্গৰ নাম নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে।1