#চতিয়াত বিভিন্ন সময়ত সন্ত্ৰাস চলোৱা চুৰ অৱশেষত আৰক্ষীৰ জালত #চতিয়াৰ বালিকা মজলীয়া বিদ্যালয়ত ৰখা হৈছিল চতিয়া পৌৰসভাৰ জাৱৰ নিস্কাষণৰ বাহন # বহাগ মাহৰ প্ৰথম দিনা পৌৰসভাৰ এগৰাকী কৰ্মচাৰীয়ে বাহনখনৰ পৰা বেটাৰীটো নথকা প্ৰত্যক্ষ কৰি পৌৰসভাৰ কতৃপক্ষক অৱগত কৰে৷ #বাহনৰ বেটাৰী চুৰি হোৱাৰ বাবে ইতিমধ্যে অনুসন্ধান আৰম্ভ হৈছিল যদিও বাহনখন ৰখা স্থানত আছিল champion makers academy ৰ এটা cctv কেমেৰা৷ #সেই কেমেৰাতে আবদ্ধ হৈছিল চুৰিকাণ্ডৰ সকলো দৃশ্যাংশ৷ #cctvৰ ফুটেজৰ পৰাই ওলাই পৰিল বহাগ মাহৰ প্ৰথম দিনা পৌৰসভাৰ বাহনৰ দুই বেটাৰী চোৰ৷ #ইতিমধ্যে চতিয়া আৰক্ষীৰ থানাৰ এচ আই অনু মেছে অভিযান চলাই পুৱ মালৰ গাঁৱৰ ৰমজান আলি আৰু ইনতাজ আলি নামৰ দুই গভাইত চুৰক কৰায়ত্ত কৰে৷ # দুই চোৰে চুৰি কৰা বেটাৰীটো দক্ষিণ চতিয়াৰ কৰৈয়নীৰ এখন কাৱাৰীৰ পৰা উদ্ধাৰ কৰে আৰু চুৰ সহ কাৱাৰীৰ মালিককো জেল হাজোত লৈ প্ৰেৰণ কৰে৷

- ধেকিয়াজুলিৰ পিৰাকটা গাঁও পঞ্চায়তৰ সভাগৃহত জন ভাগিদাৰী সভা সফলভাৱে সম্পন্ন হয়। এই সভাত গাঁওখনৰ উন্নয়নমূলক কাৰ্যসূচী আৰু জনসাধাৰণৰ অংশগ্ৰহণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ সিদ্ধান্তসমূহে অঞ্চলটোৰ ভৱিষ্যত গঢ়াত সহায় কৰিব বুলি আশা কৰা হৈছে।1
- মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে নিজকে 'অসমৰ এপিছ মাল' বুলি অভিহিত কৰিছে। তেওঁৰ এই মন্তব্যই ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।1
- ▶️হাফলং সমষ্টিৰ বিধায়ক ৰূপে শপত বাক্য পাঠ ৰূপালী লাংথাছাৰ1
- পশ্চিম গোৱালপাৰাৰ সোনাহাৰাত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। এই ঘটনা ইমানেই লজ্জাজনক যে মুখেৰে বৰ্ণনা কৰিব পৰা নাই।1
- লখিমপুৰ জিলাত ‘নট ফৰ ৰিটেইল চেল’ লেখা ১২০ বেগ NHPC চিমেণ্ট চোৰাং সৰবৰাহ কৰি থাকোঁতে এজন লোকক চাউলধোৱা আৰক্ষীয়ে আটক কৰে। কুঁহিয়াৰবাৰীত অভিযান চলাই চিমেণ্টভৰ্তি ডাম্পাৰখন জব্দ কৰা হৈছিল। অভিযুক্ত উৎপল মালিকক লখিমপুৰ জিলা আদালতে জে'ল হাজোতলৈ প্ৰেৰণ কৰে।1
- বোকাজান অট’ ৰিক্সা সন্থাৰ উদ্যোগত অঞ্চলটোৰ কৃতি ছাত্ৰ-ছাত্ৰীক এক বিশেষ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হৈছে। এই অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।1
- অসমৰ ব্যস্ত ৰাজপথত চলন্ত বাহন ৰখাই একাংশ লোক হাঁহ ধৰাত ব্যস্ত হৈ পৰে। হেলমেট পিন্ধি হাঁহৰ পাছে পাছে দৌৰাৰ ফলত ৰাজপথত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।1
- অসমৰ চিত্ৰগৃহত বৰ্তমান সগৌৰৱে চলি থকা অসমীয়া ছবি ‘হোমৱৰ্ক’ চাবলৈ ওলাই আহিছে শিক্ষার্থীসকল। এখন সুন্দৰ বাৰ্তা থকা এই ছবিখনে দৰ্শকক যথেষ্ট আকৰ্ষিত কৰিছে।1
- লখিমপুৰ জিলাৰ বগীনদীত প্ৰায় ৩০০ টমটম চালকে ৰাষ্ট্ৰীয় ঘাইপথত চলাচলৰ অনুমতি বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। চালকসকলে তেওঁলোকৰ উপাৰ্জনৰ বাবে এই ব্যৱস্থা অতি জৰুৰী বুলি দাবী জনাইছে।1