logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ ১০০% ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে গৌৰৱময় অনুভৱ কৰিছে অঞ্চলবাসীয়ে ডিষ্টিংচন-ষ্টাৰত উজ্বল শিক্ষাৰ্থী। মেধাৰ ভিত্তিত জিলিকি উঠিল ছুমাইয়া আহমেদ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ মুঠ ১৫৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈ ১০০ শতাংশ সফলতা অৰ্জন কৰে বিদ্যালয় খনৰ এজনে ডিচটিংচন,৫ জনে ষ্টাৰ,৫১ জনে প্ৰথম বিভাগ,৯৩ জনে ২য় বিভাগ আৰু ৩ জনে ৩য় বিভাগত উত্তীৰ্ণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল চামগুৰি সমষ্টিৰ কৰৈগুৰিৰ গাঁৱৰ ছুমাইয়া আহমেদ । নগাঁও জিলাৰ উত্তৰাঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা উত্তীৰ্ণ হ'ল ছুমাইয়া আহমেদ। আটাইকেইটাত লেটাৰলৈ উত্তীৰ্ণ হ'ল অতি ভিতৰুৱা গাঁৱৰ ছুমাইয়া আহমেদ। ছুমাইয়া আহমেদে সৰ্বমুঠ ৯৬.৬৭% নম্বৰ লাভ কৰি বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে

1 day ago
user_Samaguri live
Samaguri live
Journalist ৰূপাহী, নগাঁও, অসম•
1 day ago

ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ ১০০% ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে গৌৰৱময় অনুভৱ কৰিছে অঞ্চলবাসীয়ে ডিষ্টিংচন-ষ্টাৰত উজ্বল শিক্ষাৰ্থী। মেধাৰ ভিত্তিত জিলিকি উঠিল ছুমাইয়া আহমেদ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ মুঠ ১৫৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈ ১০০ শতাংশ সফলতা অৰ্জন কৰে বিদ্যালয় খনৰ এজনে ডিচটিংচন,৫ জনে ষ্টাৰ,৫১ জনে প্ৰথম বিভাগ,৯৩ জনে ২য় বিভাগ আৰু ৩ জনে ৩য় বিভাগত উত্তীৰ্ণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল চামগুৰি সমষ্টিৰ কৰৈগুৰিৰ গাঁৱৰ ছুমাইয়া আহমেদ । নগাঁও জিলাৰ উত্তৰাঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা উত্তীৰ্ণ হ'ল ছুমাইয়া আহমেদ। আটাইকেইটাত লেটাৰলৈ উত্তীৰ্ণ হ'ল অতি ভিতৰুৱা গাঁৱৰ ছুমাইয়া আহমেদ। ছুমাইয়া আহমেদে সৰ্বমুঠ ৯৬.৬৭% নম্বৰ লাভ কৰি বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে

More news from Nagaon and nearby areas
  • গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।
    1
    গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    6 hrs ago
  • চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।
    1
    চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।
    1
    সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে।
ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    9 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    18 hrs ago
  • আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী। গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে। আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন। জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম। সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
    1
    আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী।
গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে।
আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন।
জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম।
সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    19 hrs ago
  • 📌ধিঙৰ আলিঘাট মাথাবাৰীত ভ/য়ং/ক/ৰ পথ দু/ৰ্ঘ/*ট/না। 📌👉মাথাউৰিত থকা দ' গাতৰ বাবে বাইকৰ নিয়ন্ত্ৰণ হেৰায়,ফলত সংঘটিত হৈ ভয়ংকৰ দুৰ্ঘটনা 👉থিতাতে নিহত হয় ৩ জনকৈ যুৱক এতিয়ালৈকে পৰিচয় পোৱা যোৱা নাই নিহত হোৱা লোকসকলৰ #foryourpage #nonfollowers #viralpost #newsfeed #Dhing #Domdomia #news16northeast
    1
    📌ধিঙৰ আলিঘাট মাথাবাৰীত ভ/য়ং/ক/ৰ পথ দু/ৰ্ঘ/*ট/না।
📌👉মাথাউৰিত থকা দ' গাতৰ বাবে বাইকৰ নিয়ন্ত্ৰণ হেৰায়,ফলত সংঘটিত হৈ ভয়ংকৰ দুৰ্ঘটনা
👉থিতাতে নিহত হয় ৩ জনকৈ যুৱক
এতিয়ালৈকে পৰিচয় পোৱা যোৱা নাই নিহত হোৱা লোকসকলৰ
#foryourpage #nonfollowers #viralpost #newsfeed #Dhing #Domdomia #news16northeast
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    19 hrs ago
  • আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    1
    আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন  সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    user_Salman Hussain
    Salman Hussain
    Doboka, Hojai•
    4 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.