Shuru
Apke Nagar Ki App…
Hiteswar Das
More news from Bongaigaon and nearby areas
- #BONGAIGAON ৷ #বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ প্ৰদেশ কংগ্ৰেৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত পৰ্য্যালোচনা সভা ৷1
- বঙাইগাঁও জিলাৰ অভয়াপুৰী সমজিলাৰ সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ আজি শুভ উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।1
- এজাক বৰষুণত জলমগ্ন ৷ এই দৃশ্য পুৰণি বঙাইগাঁও চকৰ ৷ বঙাইগাঁও --- উত্তৰ শালমাৰা ৰাজ্যিক ঘাইপথৰ পৰা ভাটিপাৰালৈ যোৱা পথৰ অৱস্থা ৷1
- বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰনজিৎ দাসৰ তাৎপৰ্যপূৰ্ণ মন্তব্য । চিৰাং জিলাৰ কংগ্ৰেছ নেতা গৰ্ডন মুছাহাৰীয়ে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া । গৰ্জন মুছাহাৰীয়ে ভুপেন বৰা মুখ্যমন্ত্ৰী হব বুলি কৰা মন্তব্যৰ পিছতে ৰনজিৎ কুমাৰ দাসে উল্লেখ কৰে কংগ্ৰেছ দলত গৰ্জন মুছাহাৰী আছে বাবে তেনেধৰণৰ মন্তব্য কৰিছে । তেওঁ মনৰ পৰা ড হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে । # উপ নিৰ্বাচনৰ বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছতে বঙাইগাঁৱত বিজেপিৰ খহনীয়া আৰম্ভ হব বুলি উল্লেখ কৰিছিল ভূপেন বৰাই । সেই মন্তব্যৰ প্ৰতিক্ৰিয়া দিয়ে অভিভাৱক মন্ত্ৰীগৰাকীয়ে। ভাৰতীয় জনতা পাৰ্টী হৈছে সাগৰৰ তলিৰ ঢৌ। নিমিষতে সেই ঢৌ শেষ নহয় । নিৰবিচ্ছিন্ন ভাবে বৈ থাকে ।1
- #BONGAIGAON ৷ #বঙাইগাঁও পৌৰসভা কাৰ্যালয়ত পৌৰকৰ্মীৰ সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ ৷1
- বঙাইগাঁও পৌৰসভাৰ কাৰ্য্যালয়ত দুদিনীয়া সর্বাত্মক কৰ্মবিৰতি।1
- "স্বচ্ছতা হি সেৱা" ২০২৪ অভিযানৰ অধীনত বঙাইগাঁও পৌৰসভা ৰ দ্বাৰা বিগত ১৭ ছেপ্টেম্বৰ ৰ পৰা ০২ অক্টোবৰ তাৰিখ লৈ পৌৰসভা ৰ দ্বাৰা আয়োজিত বিভিন্ন কাৰ্যসূচী ৰ বিবৰণ.... *কাৰ্যসূচী* *স্বচ্ছ বঙাইগাঁও সেউজ বঙাইগাঁও* বৃক্ষ ৰোপন কাৰ্যসূচী *প্লাস্টিক মুক্ত বঙাইগাঁও* এই কাৰ্যসূচী ত প্লাস্টিক মুক্ত জীৱন গ্রহণ ৰ উদ্দেশ্য ৰে প্লাস্টিক মুক্ত ভাবে বিশ্বকৰ্মা পূজা আয়োজন কৰা হয়। *স্বচ্ছ ভাৰত অভিযান* দৈনন্দিন ভাবে বিভিন্ন স্থানত স্বচ্ছতা বিশেষ অভিযান হাতত লোৱা হয়। *ৰোগৰ পৰা নিজকে বিৰত ৰাখি স্বচ্ছতা অবলম্বন কৰক* বঙাইগাঁও পৌৰসভা ই ৰাইজৰ বাবে সেৱা আগবঢ়াই থকা চাফাই মিত্ৰ সকলৰ বাবে চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। *বঙাইগাঁও পৌৰসভা ফালৰ পৰা* বিগত দিন কেইটাত বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে সম্পূর্ণ হয় আগন্তুক দিনত ৰাইজৰ সুবিধাৰ বাবে বঙাইগাঁও পৌৰসভা ই বহুত উন্নয়ন মূলক প্ৰকল্পৰ দ্বাৰা ৰাইজৰ সেৱা আগবঢ়াই থাকিব সেয়েহে বঙাইগাঁও পৌৰসভাই সকলো নাগৰিককে দৈনন্দিন জীৱনত স্বচ্ছতাৰ মনোভাৱেৰে আত্মনিয়োগ কৰি চহৰখন পৰিষ্কাৰ আৰু সেউজীয়া কৰি ৰাখিবলৈ আহ্বান জনোৱা হল ।1
- BONGAIGAON KARAM 3 NUMBER LINE ||1