মৰান কৃষি চক্ৰৰ অন্তৰ্গত জ্ঞান ও প্ৰশিক্ষণ ভৱন তথা মৰাণ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় গৃহটি শুভ উদ্বোধন আজি ১১মাৰ্চ,২০২৬ তাৰিখ, বুধবাৰে অসম চৰকাৰৰ সমবায়, খিলঞ্জীয়া , জনজাতীয় বিশ্বাস আৰু সংস্কৃতি, লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ মাননীয় মন্ত্ৰী যোগেন মহনে জিলা আয়ুক্ত ড° নেহা যাদৱৰ উপস্থিতিত চৰাইদেউ জিলা কৃষি বিভাগৰ RIDF-XXVI আঁচনিৰ অধীনত মৰান কৃষি চক্ৰৰ অন্তৰ্গত জ্ঞান ও প্ৰশিক্ষণ ভৱন তথা মৰাণ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় গৃহটি শুভ উদ্বোধনী কৰে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে চৰাইদেউ জিলাৰ অতিৰিক্ত জিলা কৃষি বিষয়া ৰবীন য়েইন, কাৰ্যবাহী অভিযন্তা ভূপেন দাস, চেপন গাঁও পঞ্চায়তৰ সভাপতি, কৃষি উন্নয়ন বিষয়া, কনিষ্ঠ অভিযন্তাকে ধৰি বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ। এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে কৃষক ৰাইজক কৃষি ক্ষেত্ৰত আগুৱাই যাবলৈ উৎসাহিত কৰে। লগতে মৰান কৃষি চক্ৰৰ অন্তৰ্গত কৃষকসকলে এতিয়াৰ পৰা এই কাৰ্যালয়তে কৃষি বিভাগৰ যিকোনো সা সুবিধা লাভ কৰিবলৈ সক্ষম হব। ইয়াৰ উপৰি বিভাগীয় বিষয়া কৰ্মচাৰীকো সহায় সহযোগীতা কৰি তথা কৃষি ক্ষেত্ৰত অধিক কাৰ্যক্ষম হবলৈ উৎসাহ প্ৰদান কৰে।
মৰান কৃষি চক্ৰৰ অন্তৰ্গত জ্ঞান ও প্ৰশিক্ষণ ভৱন তথা মৰাণ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় গৃহটি শুভ উদ্বোধন আজি ১১মাৰ্চ,২০২৬ তাৰিখ, বুধবাৰে অসম চৰকাৰৰ সমবায়, খিলঞ্জীয়া , জনজাতীয় বিশ্বাস আৰু সংস্কৃতি, লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ মাননীয় মন্ত্ৰী যোগেন মহনে জিলা আয়ুক্ত ড° নেহা যাদৱৰ উপস্থিতিত চৰাইদেউ জিলা কৃষি বিভাগৰ RIDF-XXVI
আঁচনিৰ অধীনত মৰান কৃষি চক্ৰৰ অন্তৰ্গত জ্ঞান ও প্ৰশিক্ষণ ভৱন তথা মৰাণ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় গৃহটি শুভ উদ্বোধনী কৰে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে চৰাইদেউ জিলাৰ অতিৰিক্ত জিলা কৃষি বিষয়া ৰবীন য়েইন, কাৰ্যবাহী অভিযন্তা ভূপেন দাস, চেপন গাঁও পঞ্চায়তৰ সভাপতি, কৃষি উন্নয়ন বিষয়া, কনিষ্ঠ অভিযন্তাকে ধৰি বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ।
এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে কৃষক ৰাইজক কৃষি ক্ষেত্ৰত আগুৱাই যাবলৈ উৎসাহিত কৰে। লগতে মৰান কৃষি চক্ৰৰ অন্তৰ্গত কৃষকসকলে এতিয়াৰ পৰা এই কাৰ্যালয়তে কৃষি বিভাগৰ যিকোনো সা সুবিধা লাভ কৰিবলৈ সক্ষম হব। ইয়াৰ উপৰি বিভাগীয় বিষয়া কৰ্মচাৰীকো সহায় সহযোগীতা কৰি তথা কৃষি ক্ষেত্ৰত অধিক কাৰ্যক্ষম হবলৈ উৎসাহ প্ৰদান কৰে।
- গৰু বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে আজি তেজপুৰ বিশ্ববিদ্যালয়ত ১২ ফুট দৈৰ্ঘ্যৰ এডাল বৃহৎ অজগৰ সাপ উদ্ধাৰ কৰা হয়। বিশ্ববিদ্যালয়ৰ 'মাছ কমিউনিকেচন' বিভাগৰ কাষত প্ৰায় ৪০-৪৫ কেজি ওজনৰ অজগৰটো প্ৰত্যক্ষ কৰি চিকিউৰিটি ছুপাৰভাইজাৰ অৱনী কেওঁটে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীক খবৰ দিয়ে। ইয়াৰ পাছতে সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু তেওঁৰ দলৰ উপ-সভাপতি মুহচিনুৰ ৰহমানে অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এইটোৱেই চলিত বৰ্ষত উদ্ধাৰ হোৱা সৰ্ববৃহৎ অজগৰ। পাছত সাপডাল বন বিভাগৰ সহযোগত ভোমোৰাগুৰী বনাঞ্চলত মুকলি কৰি দিয়া হয়।1
- kiman bhayanak hobo pare1
- তিনিচুকীয়া চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড । চহৰখনৰ থানা চাৰিআলিৰ সমীপৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডটো । কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে কেইবাঘণ্টা চলোৱা অহৰত চেষ্টাৰ ফলত পুৱা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও তিনিখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যায় জুইত ৷1
- Post by Assam Update1
- Post by Imdad hussain1
- Post by Tezpur Barta1
- Post by Assam Update1
- Post by DeV 24 News1
- লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মা-ৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু1