logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰাজহুৱা জাননী: ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা যায় যে, যোৱা ১৩/০৯/২০২৬ তাৰিখে শুভাৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত আৰু জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি, যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়টো নতুন সংহত জিলা আয়ুক্ত কাৰ্যালয়, সদৰ চিনামৰা, যোৰহাটলৈ স্থানান্তৰ কৰা হৈছে। ১৪-০৯-২০২৬ তাৰিখৰ পৰা এই নতুন স্থানৰ পৰাই কাৰ্যালয়ৰ সকলো কাম-কাজ পৰিচালিত হৈছে। নতুন কাৰ্যালয়ৰ ঠিকনা তলত দিয়া ধৰণৰ: জিলা আয়ুক্তৰ কাৰ্যালয়, যোৰহাট সদৰ, চিনামৰা, যোৰহাট ডাকঘৰ: চিনামৰা থানা: যোৰহাট সদৰ অসম, পিন: ৭৮৫০০৮ CMO Assam Directorate of Information and Public Relations, Assam DIPRO Jorhatৰাজহুৱা জাননী: ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা যায় যে, যোৱা ১৩/০৯/২০২৬ তাৰিখে শুভাৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত আৰু জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি, যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়টো নতুন সংহত জিলা আয়ুক্ত কাৰ্যালয়, সদৰ চিনামৰা, যোৰহাটলৈ স্থানান্তৰ কৰা হৈছে। ১৪-০৯-২০২৬ তাৰিখৰ পৰা এই নতুন স্থানৰ পৰাই কাৰ্যালয়ৰ সকলো কাম-কাজ পৰিচালিত হৈছে। নতুন কাৰ্যালয়ৰ ঠিকনা তলত দিয়া ধৰণৰ: জিলা আয়ুক্তৰ কাৰ্যালয়, যোৰহাট সদৰ, চিনামৰা, যোৰহাট ডাকঘৰ: চিনামৰা থানা: যোৰহাট সদৰ অসম, পিন: ৭৮৫০০৮ ৰাজহুৱা জাননী: ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা যায় যে, যোৱা ১৩/০৯/২০২৬ তাৰিখে শুভাৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত আৰু জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি, যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়টো নতুন সংহত জিলা আয়ুক্ত কাৰ্যালয়, সদৰ চিনামৰা, যোৰহাটলৈ স্থানান্তৰ কৰা হৈছে। ১৪-০৯-২০২৬ তাৰিখৰ পৰা এই নতুন স্থানৰ পৰাই কাৰ্যালয়ৰ সকলো কাম-কাজ পৰিচালিত হৈছে। নতুন কাৰ্যালয়ৰ ঠিকনা তলত দিয়া ধৰণৰ: জিলা আয়ুক্তৰ কাৰ্যালয়, যোৰহাট সদৰ, চিনামৰা, যোৰহাট ডাকঘৰ: চিনামৰা থানা: যোৰহাট সদৰ অসম, পিন: ৭৮৫০০৮ CMO Assam Directorate of Information and Public Relations, Assam DIPRO Jorhatৰাজহুৱা জাননী: ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা যায় যে, যোৱা ১৩/০৯/২০২৬ তাৰিখে শুভাৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত আৰু জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি, যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়টো নতুন সংহত জিলা আয়ুক্ত কাৰ্যালয়, সদৰ চিনামৰা, যোৰহাটলৈ স্থানান্তৰ কৰা হৈছে। ১৪-০৯-২০২৬ তাৰিখৰ পৰা এই নতুন স্থানৰ পৰাই কাৰ্যালয়ৰ সকলো কাম-কাজ পৰিচালিত হৈছে। নতুন কাৰ্যালয়ৰ ঠিকনা তলত দিয়া ধৰণৰ: জিলা আয়ুক্তৰ কাৰ্যালয়, যোৰহাট সদৰ, চিনামৰা, যোৰহাট ডাকঘৰ: চিনামৰা থানা: যোৰহাট সদৰ অসম, পিন: ৭৮৫০০৮

1 hr ago
user_Debojit Kumar Bordoloi
Debojit Kumar Bordoloi
Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
1 hr ago
71b58900-c0da-42c9-bb32-4b8645f40151

More news from অসম and nearby areas
  • Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City. Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
    1
    Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    4 hrs ago
  • নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ, দলীয় নেতৃত্বক ধন্যবাদ শিৱামণি বৰাৰ নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ, দলীয় নেতৃত্বক ধন্যবাদ শিৱামণি বৰাৰ নগাঁৱৰ পৰা আছিক আহমেদৰ ৰিপৰ্ট | Focus Axom 24 . . . . #FocusAxom24 #nonfollowers #highlightseveryone #foryoupageシ #everyone AICC Communications Indian National Congress focus axom 24
    1
    নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ, দলীয় নেতৃত্বক ধন্যবাদ শিৱামণি বৰাৰ

নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ, দলীয় নেতৃত্বক ধন্যবাদ শিৱামণি বৰাৰ
নগাঁৱৰ পৰা আছিক আহমেদৰ ৰিপৰ্ট | Focus Axom 24
.
.
.
.
#FocusAxom24 #nonfollowers #highlightseveryone #foryoupageシ #everyone 
AICC Communications Indian National Congress focus axom 24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    2 hrs ago
  • স্বাস্থ্য বিভাগৰ অৱহেলাৰ বিৰুদ্ধে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও জাতীয় সংগ্ৰামী সেনাৰ | ​শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে। ১৯৮৪ চনতে স্থাপিত চিকিৎসালয়খনত উপযুক্ত সেৱা নোপোৱাৰ অভিযোগ তুলি সংগঠনটোৱে খালী পদ পূৰণ, বিশেষজ্ঞ চিকিৎসক নিযুক্তি, নিয়মীয়া আল্ট্ৰাচাউণ্ডৰ সুবিধা, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰা তথা দুৰ্নীতিৰ তদন্তৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ এক ১৬ দফীয়া স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। অহা ১০ দিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে কাৰ্যালয় তলাবন্ধ আৰু পথ অৱৰোধৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জিলা সম্পাদক ৰিদিপ ডেকাই সকীয়নি প্ৰদান কৰে।
    3
    স্বাস্থ্য বিভাগৰ অৱহেলাৰ বিৰুদ্ধে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও জাতীয় সংগ্ৰামী সেনাৰ |

​শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে। ১৯৮৪ চনতে স্থাপিত চিকিৎসালয়খনত উপযুক্ত সেৱা নোপোৱাৰ অভিযোগ তুলি সংগঠনটোৱে খালী পদ পূৰণ, বিশেষজ্ঞ চিকিৎসক নিযুক্তি, নিয়মীয়া আল্ট্ৰাচাউণ্ডৰ সুবিধা, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰা তথা দুৰ্নীতিৰ তদন্তৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ এক ১৬ দফীয়া স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। অহা ১০ দিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে কাৰ্যালয় তলাবন্ধ আৰু পথ অৱৰোধৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জিলা সম্পাদক ৰিদিপ ডেকাই সকীয়নি প্ৰদান কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • 📌আজি পৱিত্ৰ হৰতালিকা তীজ। 📌বিশ্বনাথ চাৰিআলি নগৰ অঞ্চলত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু আৰ্থিক বিকাশৰ লক্ষ্যৰে ২০১৩ চনত গঠিত গোৰ্খা সমন্বয় সমিতিৰ উদ্যোগত ১৩ সংখ্যক তীজ পালন কৰা হয়।
    1
    📌আজি পৱিত্ৰ হৰতালিকা তীজ।

📌বিশ্বনাথ চাৰিআলি নগৰ অঞ্চলত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু আৰ্থিক বিকাশৰ লক্ষ্যৰে ২০১৩ চনত গঠিত গোৰ্খা সমন্বয় সমিতিৰ উদ্যোগত ১৩ সংখ্যক তীজ পালন কৰা হয়।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    15 hrs ago
  • মথুৰাপুৰ পূজা ফিল্ডত উলহ-মালহেৰে শ্ৰী শ্ৰী গণেশ পূজা উদযাপন* * ভক্তপ্ৰাণৰ লানি নিচিঙা আগমণে পূজাৰ থলিত ভক্তপ্ৰাণ লোকে লোকাৰণ্য। গণেশ পূজাত আশীষ লবলৈ হাজাৰ হাজাৰ গণেশ ভক্তৰ সমাগম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰ পূজা মণ্ডপত মথুৰাপুৰ তিনিআলি গণেশ পূজা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা। ভগৱান গণেশ বাধাৰ ৰক্ষক আৰু জ্ঞান বুদ্ধি মত্তৰ ঈশ্বৰ বুলি গণ্য কৰি হিন্দু সকলে এই উৎসৱ পালন কৰি আহিছে। প্ৰতি বছৰৰ দৰে এই বছৰো মথুৰাপুৰত তিনিদিনীয়াকৈ উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা। প্ৰথমদিনা দেওবাৰে প্ৰতিমা স্থাপন আৰু ভজন কীৰ্তন অনুষ্ঠিত কৰা হয়। সোমবাৰে পুৱাৰে পৰা পূজা আৰম্ভ কৰা হয় আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে যজ্ঞ আৰু আৰতি অনুষ্ঠিত হয়। আৰু মঙ্গলবাৰে কৰা হ'ব প্ৰতিমা বিসৰ্জন। সোমবাৰে পুৱাৰে পৰা দেখা পোৱা গ'ল হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে গণেশ দেৱতাৰ চৰণত ধুপ চাকি , নৈবদ্য আগবঢ়াঈ পৰিয়াল তথা সমাজৰ মংগল কামনা কৰে।
    1
    মথুৰাপুৰ পূজা ফিল্ডত উলহ-মালহেৰে শ্ৰী শ্ৰী গণেশ পূজা উদযাপন*
*
ভক্তপ্ৰাণৰ লানি নিচিঙা আগমণে পূজাৰ থলিত ভক্তপ্ৰাণ লোকে লোকাৰণ্য।
গণেশ পূজাত আশীষ লবলৈ হাজাৰ হাজাৰ গণেশ ভক্তৰ সমাগম।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰ পূজা মণ্ডপত মথুৰাপুৰ তিনিআলি গণেশ পূজা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা।
ভগৱান গণেশ বাধাৰ ৰক্ষক আৰু জ্ঞান বুদ্ধি মত্তৰ ঈশ্বৰ বুলি গণ্য কৰি হিন্দু সকলে এই উৎসৱ পালন কৰি আহিছে।
প্ৰতি বছৰৰ দৰে এই বছৰো মথুৰাপুৰত তিনিদিনীয়াকৈ উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা।
প্ৰথমদিনা দেওবাৰে প্ৰতিমা স্থাপন আৰু ভজন কীৰ্তন অনুষ্ঠিত কৰা হয়।
সোমবাৰে পুৱাৰে পৰা পূজা আৰম্ভ কৰা হয় আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে যজ্ঞ আৰু আৰতি অনুষ্ঠিত হয়। আৰু মঙ্গলবাৰে কৰা হ'ব প্ৰতিমা বিসৰ্জন।
সোমবাৰে পুৱাৰে পৰা দেখা পোৱা গ'ল হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে গণেশ দেৱতাৰ চৰণত ধুপ চাকি , নৈবদ্য আগবঢ়াঈ পৰিয়াল তথা  সমাজৰ মংগল কামনা কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    6 hrs ago
  • পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    1
    পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। 

মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। 

স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে।

স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে।

অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।

    user_Guljar Hussein
    Guljar Hussein
    Local News Reporter চামাগুৰি, নগাঁও, অসম•
    13 hrs ago
  • মুখ্যমন্ত্ৰী আৰু বদ্দৰউদ্দিন আজমলৰ সু সম্পৰ্ক থকা বুলিও তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভৰ পিছতে চামগুৰিত শিৱামণি বৰাৰ প্ৰথম পদাৰ্পণ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভ কৰাৰ পিছতে নগাঁও লোকসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি চামগুৰিত প্ৰথমবাৰৰ বাবে পদাৰ্পণ শিৱামণি বৰাৰ। চামগুৰি সমষ্টিৰ অ'অনাৰ পৰা ৰূপহী নতুন বজাৰলৈ এক বিশাল বাইক ৰেলীৰে আদৰি আনিলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাক। বাইক ৰেলীত অংশগ্ৰহণ কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইনে। বাইক ৰেলী সম্পূৰ্ণ কৰি ৰূপহী নতুন বজাৰত উপস্থিত হয় শিৱামণি বৰা। ৰূপহী নতুন বজাৰত গড়াজান ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠি বিশাল নিৰ্বাচনী সভা। উক্ত নিৰ্বাচনী সভাত সাংসদ ৰকিবুল হুছেইন, চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম সহ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে ভাষণ কমকৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বাস শৰ্মা আৰু মন্ত্ৰী পিষুজ হাজৰিকাই মিঞা লোক সকল, মহিলা সকলক পূৰ্বতে কৰা কৰা তুচ্ছ তাচ্ছিল্য সন্দৰ্ভত পৰিবেশিত বাতৰিৰ ৰেকৰ্ডিং সমূহ শুনাই বিজেপিৰ বিৰুদ্ধে স্থিতি ল'বলৈ আহ্বান জনায়।
    1
    মুখ্যমন্ত্ৰী আৰু বদ্দৰউদ্দিন আজমলৰ সু সম্পৰ্ক থকা বুলিও তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে।
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভৰ পিছতে চামগুৰিত  শিৱামণি বৰাৰ প্ৰথম পদাৰ্পণ।
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভ কৰাৰ পিছতে নগাঁও লোকসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি চামগুৰিত প্ৰথমবাৰৰ বাবে পদাৰ্পণ শিৱামণি বৰাৰ।
চামগুৰি সমষ্টিৰ অ'অনাৰ পৰা ৰূপহী নতুন বজাৰলৈ  এক বিশাল বাইক ৰেলীৰে আদৰি আনিলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাক।
বাইক ৰেলীত অংশগ্ৰহণ কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইনে।
বাইক ৰেলী সম্পূৰ্ণ কৰি ৰূপহী নতুন বজাৰত উপস্থিত হয় শিৱামণি বৰা।
ৰূপহী নতুন বজাৰত গড়াজান ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠি বিশাল নিৰ্বাচনী সভা।
উক্ত নিৰ্বাচনী সভাত সাংসদ ৰকিবুল হুছেইন, চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম সহ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে ভাষণ কমকৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বাস শৰ্মা আৰু মন্ত্ৰী পিষুজ হাজৰিকাই মিঞা লোক সকল, মহিলা সকলক পূৰ্বতে কৰা কৰা তুচ্ছ তাচ্ছিল্য সন্দৰ্ভত পৰিবেশিত বাতৰিৰ ৰেকৰ্ডিং সমূহ শুনাই বিজেপিৰ বিৰুদ্ধে স্থিতি ল'বলৈ আহ্বান জনায়।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    12 min ago
  • নগাঁও উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইউনুছ তামুলীৰ মনোনয়ন 🔴 নগাঁও উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইউনুছ তামুলীৰ মনোনয়ন নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈছে ৰাজনৈতিক পৰিৱেশ। এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে বিতৰ্কিত ‘বাঘ সেনা’ৰ নেতা ইউনুছ তামুলীয়ে। মনোনয়ন দাখিলৰ পিছত সাংবাদিকৰ আগত তামুলীয়ে শাসক-বিৰোধী উভয় পক্ষক তীব্ৰ সমালোচনা কৰি কয় যে সাধাৰণ জনতাৰ অধিকাৰ আৰু স্থানীয় সমস্যাক লৈয়ে তেওঁৰ মূল যুঁজ। তামুলীৰ দাবী—ডাঙৰ ৰাজনৈতিক দলসমূহে নগাঁৱৰ প্ৰকৃত সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হৈছে। অন্যায় আৰু শোষণৰ বিৰুদ্ধে যুঁজ দি সদনত নগাঁৱৰ জনসাধাৰণৰ কণ্ঠ হিচাপে থিয় দিয়াৰ লক্ষ্যৰে তেওঁ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। এতিয়া প্ৰশ্ন—ইউনুছ তামুলীৰ নিৰ্দলীয় প্ৰাৰ্থিত্বই নগাঁও উপ-নিৰ্বাচনৰ ভোটৰ সমীকৰণত কিমান প্ৰভাৱ পেলাব? সেয়া হ’ব লক্ষণীয়। News Desk Report | Focus Axom 24 . . . . #NagaonByElection #YunusTamuli #AssamPolitics #Nagaon #FocusAxom24
    1
    নগাঁও উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইউনুছ তামুলীৰ মনোনয়ন
🔴 নগাঁও উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইউনুছ তামুলীৰ মনোনয়ন
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈছে ৰাজনৈতিক পৰিৱেশ। এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে বিতৰ্কিত ‘বাঘ সেনা’ৰ নেতা ইউনুছ তামুলীয়ে।
মনোনয়ন দাখিলৰ পিছত সাংবাদিকৰ আগত তামুলীয়ে শাসক-বিৰোধী উভয় পক্ষক তীব্ৰ সমালোচনা কৰি কয় যে সাধাৰণ জনতাৰ অধিকাৰ আৰু স্থানীয় সমস্যাক লৈয়ে তেওঁৰ মূল যুঁজ।
তামুলীৰ দাবী—ডাঙৰ ৰাজনৈতিক দলসমূহে নগাঁৱৰ প্ৰকৃত সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হৈছে। অন্যায় আৰু শোষণৰ বিৰুদ্ধে যুঁজ দি সদনত নগাঁৱৰ জনসাধাৰণৰ কণ্ঠ হিচাপে থিয় দিয়াৰ লক্ষ্যৰে তেওঁ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।
এতিয়া প্ৰশ্ন—ইউনুছ তামুলীৰ নিৰ্দলীয় প্ৰাৰ্থিত্বই নগাঁও উপ-নিৰ্বাচনৰ ভোটৰ সমীকৰণত কিমান প্ৰভাৱ পেলাব? সেয়া হ’ব লক্ষণীয়।
News Desk Report | Focus Axom 24
.
.
.
.
#NagaonByElection #YunusTamuli #AssamPolitics #Nagaon #FocusAxom24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.