৪ গৰাকী ৱাৰ্ড সদস্য সদস্যাৰ লগতে বিজেপি দলৰ পৰা প্ৰায় শতাধিকৰ কংগ্ৰেছত যোগদান চামগুৰি সমষ্টিত কংগ্ৰেছ দলৰ বিশাল যোগদান সভা। চামগুৰি সমষ্টিৰ গড়াজান ব্লক কংগ্ৰেছৰ উদ্যোগত হাতীপুৰীত এই যোগদান কাৰ্যসূচী। সাংসদ ৰকিবুল হুছেইনৰ নতুন ডায়লগ "ৰাজিৱ তুমি বাঘেৰ পিঠে চড়েছ ,চাবুক আমাৰ হাতে" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰ উদ্দিন আজমলক আগৰৰ পৰা আৰম্ভ কৰি শিক্ষাৰ বেহা কৰিবলৈ সকলো ফ্ৰি কৰি দিছিল বুলি মন্তব্য ৰকিবুল হুছেইনৰ বদৰ উদ্দিন আজমলে কৈছিল মোৰ বিধায়ক সকলৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনোৱাৰ বহু দিনৰ পৰাই এটা ইচ্ছা _ৰকিবুল হুছেইন এটা ভোট এ আই ইউ ডি এফত দিয়া মানে দুটা ভোট বিজেপিত দিয়া এতিয়া এ আই ইউ ডি এফে ক'ত ক'ত টিকট দিব সেই তালিকা হিমন্ত বিশ্ব শৰ্মাই বনাইছে হাগ্ৰামা মহিলাৰিক মুখ্যমন্ত্ৰীয়ে যিখিনি তুচ্ছ তাচ্ছিল্য কৰিছিল তেওঁ পাহৰি নাযায় এদিন তেওঁৰ বিৰুদ্ধে ক'ব _ ৰকিবুল হুছেইন আজিৰ সভাৰ পৰাই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ ৰকিবুল হুছেইনে।

- কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....1
- সেয়ে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৬ টাকৈ পুৰণি ঘৰ নিলামত বিক্ৰী কৰা হ'ব। গতিকে উক্ত ঘৰ কেইটা কিনিবলৈ আগ্ৰহী ব্যক্তি সকলে অহা দহ মাৰ্চ অৰ্থাৎ মঙ্গলবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব লগা নিলামত অংশগ্ৰহণ কৰিবলৈ জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে1
- 🔴আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? চিন্তা নকৰিব! 🔴ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।1
- Post by DeV 24 News1
- আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? চিন্তা নকৰিব! ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।1
- আপুনি সু-স্বাস্থ্য বিচাৰে নেকি তেন্তে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই1
- ♦️নাজিৰা সমষ্টিত ১৫০০০ ভোটত জয়ী হ'ব ময়ূৰ বৰগোহাঁই ♦️আমগুৰি চহৰত পদযাত্ৰাত অংশগ্ৰহণ কৰি এইদৰে কয় ময়ূৰ বৰগোহাঁয়ে ♦️নাজিৰা সমষ্টিৰ আমগুৰি নগৰত বি জে পিৰ পদযাত্ৰা ♦️নাজিৰা সমষ্টিৰ বি জে পি প্ৰাৰ্থী ময়ুৰ বৰগোহাঁইৰ উপস্থিতিত সহস্ৰাধিক দলীয় কৰ্ম কৰ্তাৰ অংশগ্ৰহণ পদযাত্ৰাত3