Shuru
Apke Nagar Ki App…
গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ ব’নাচ সজাগতা সভা big braking 🔴 গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ ব’নাচ সজাগতা সভা ব’নাচক কেন্দ্ৰ কৰি সংঘাত পৰিহাৰ কৰি শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাৰ আহ্বান AC: গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ উদ্যোগত অনুষ্ঠিত হয় ব’নাচ সজাগতা সাধাৰণ সভা। আজি গোলাঘাট শাখা সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাখনত অনাগত সময়ত ব’নাচ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অতীতত ব’নাচক কেন্দ্ৰ কৰি বিভিন্ন বাগিচাৰ মাজত সৃষ্টি হোৱা সংঘাত যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে সকলো পক্ষকে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ আহ্বান জনোৱা হয়। গোলাঘাটৰ পৰা চুমী দত্তৰ ৰিপোৰ্ট। . . . . #highlightseveryone #everyonefollowers #follower #facebookvideo #FocusAxom24
ভাস্কৰ জ্যোতি দত্ত
গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ ব’নাচ সজাগতা সভা big braking 🔴 গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ ব’নাচ সজাগতা সভা ব’নাচক কেন্দ্ৰ কৰি সংঘাত পৰিহাৰ কৰি শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাৰ আহ্বান AC: গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ উদ্যোগত অনুষ্ঠিত হয় ব’নাচ সজাগতা সাধাৰণ সভা। আজি গোলাঘাট শাখা সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাখনত অনাগত সময়ত ব’নাচ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অতীতত ব’নাচক কেন্দ্ৰ কৰি বিভিন্ন বাগিচাৰ মাজত সৃষ্টি হোৱা সংঘাত যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে সকলো পক্ষকে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ আহ্বান জনোৱা হয়। গোলাঘাটৰ পৰা চুমী দত্তৰ ৰিপোৰ্ট। . . . . #highlightseveryone #everyonefollowers #follower #facebookvideo #FocusAxom24
More news from অসম and nearby areas
- নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ, দলীয় নেতৃত্বক ধন্যবাদ শিৱামণি বৰাৰ নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ, দলীয় নেতৃত্বক ধন্যবাদ শিৱামণি বৰাৰ নগাঁৱৰ পৰা আছিক আহমেদৰ ৰিপৰ্ট | Focus Axom 24 . . . . #FocusAxom24 #nonfollowers #highlightseveryone #foryoupageシ #everyone AICC Communications Indian National Congress focus axom 241
- 📌আজি পৱিত্ৰ হৰতালিকা তীজ। 📌বিশ্বনাথ চাৰিআলি নগৰ অঞ্চলত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু আৰ্থিক বিকাশৰ লক্ষ্যৰে ২০১৩ চনত গঠিত গোৰ্খা সমন্বয় সমিতিৰ উদ্যোগত ১৩ সংখ্যক তীজ পালন কৰা হয়।1
- Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City. Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.1
- পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1
- ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ বিস্ফোৰণ, নগাঁৱত প্ৰাৰ্থীত্ব দিব উলামা কাউন্সিলে আজি নগাঁৱত এইকথা ঘোষণা কৰে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ অসম ৰাজ্যিক সভাপতি উবাইদুৰ ৰহমান কাচিমীয়ে।1
- আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ #dtalksne #AssamElection #AIUDF #viral #trending1
- মুখ্যমন্ত্ৰী আৰু বদ্দৰউদ্দিন আজমলৰ সু সম্পৰ্ক থকা বুলিও তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভৰ পিছতে চামগুৰিত শিৱামণি বৰাৰ প্ৰথম পদাৰ্পণ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভ কৰাৰ পিছতে নগাঁও লোকসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি চামগুৰিত প্ৰথমবাৰৰ বাবে পদাৰ্পণ শিৱামণি বৰাৰ। চামগুৰি সমষ্টিৰ অ'অনাৰ পৰা ৰূপহী নতুন বজাৰলৈ এক বিশাল বাইক ৰেলীৰে আদৰি আনিলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাক। বাইক ৰেলীত অংশগ্ৰহণ কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইনে। বাইক ৰেলী সম্পূৰ্ণ কৰি ৰূপহী নতুন বজাৰত উপস্থিত হয় শিৱামণি বৰা। ৰূপহী নতুন বজাৰত গড়াজান ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠি বিশাল নিৰ্বাচনী সভা। উক্ত নিৰ্বাচনী সভাত সাংসদ ৰকিবুল হুছেইন, চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম সহ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে ভাষণ কমকৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বাস শৰ্মা আৰু মন্ত্ৰী পিষুজ হাজৰিকাই মিঞা লোক সকল, মহিলা সকলক পূৰ্বতে কৰা কৰা তুচ্ছ তাচ্ছিল্য সন্দৰ্ভত পৰিবেশিত বাতৰিৰ ৰেকৰ্ডিং সমূহ শুনাই বিজেপিৰ বিৰুদ্ধে স্থিতি ল'বলৈ আহ্বান জনায়।1
- নগাঁও উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইউনুছ তামুলীৰ মনোনয়ন 🔴 নগাঁও উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইউনুছ তামুলীৰ মনোনয়ন নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈছে ৰাজনৈতিক পৰিৱেশ। এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে বিতৰ্কিত ‘বাঘ সেনা’ৰ নেতা ইউনুছ তামুলীয়ে। মনোনয়ন দাখিলৰ পিছত সাংবাদিকৰ আগত তামুলীয়ে শাসক-বিৰোধী উভয় পক্ষক তীব্ৰ সমালোচনা কৰি কয় যে সাধাৰণ জনতাৰ অধিকাৰ আৰু স্থানীয় সমস্যাক লৈয়ে তেওঁৰ মূল যুঁজ। তামুলীৰ দাবী—ডাঙৰ ৰাজনৈতিক দলসমূহে নগাঁৱৰ প্ৰকৃত সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হৈছে। অন্যায় আৰু শোষণৰ বিৰুদ্ধে যুঁজ দি সদনত নগাঁৱৰ জনসাধাৰণৰ কণ্ঠ হিচাপে থিয় দিয়াৰ লক্ষ্যৰে তেওঁ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। এতিয়া প্ৰশ্ন—ইউনুছ তামুলীৰ নিৰ্দলীয় প্ৰাৰ্থিত্বই নগাঁও উপ-নিৰ্বাচনৰ ভোটৰ সমীকৰণত কিমান প্ৰভাৱ পেলাব? সেয়া হ’ব লক্ষণীয়। News Desk Report | Focus Axom 24 . . . . #NagaonByElection #YunusTamuli #AssamPolitics #Nagaon #FocusAxom241