Shuru
Apke Nagar Ki App…
শিৱসাগৰত সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই প্ৰদান কৰে এই বঁটা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান কৰা হয় শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীক। শিৱসাগৰ চহৰৰ কালী প্ৰসাদ সুৱৰণি ভৱনত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা পৰিয়ালৰ লোক, আছুৰ কৰ্মকৰ্তা সকলৰ লগতে বহু লোক উপস্থিত থাকে। অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, আৰু শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীই ভাষণ প্ৰদান কৰে। আদৰণি ভাষণ প্ৰদান কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক দীপাংকৰ শইকীয়াই।
Mustak ali

More news from অসম and nearby areas
- Post by Moran Dorpon1
- 📌জুবিনক মাৰি পেলোৱাৰ পিছতো আত্মাতো ধৰি আছে অসম বাসিয়ে। 📌সি মৰিলে তাৰ আত্মা আৰু ঘুৰি নাহে। 📌জুবিন গাৰ্গ আৰু জীৱন বৰঠাকুৰে1
- Post by Khipro Jyoti bhuyan1
- যোৱা কালি লিডু শিঙৰীগাওঁত দ্বিতীয় যুদ্ধৰ পুৰণি মামৰ লগোৱা বোমা উদ্ধাৰ কৰা আজি সেনা বাহিনীৰ দ্বাৰা গাওঁৰ পিছ পিনে গাত খান্দি দিস্ফাছ কুৰি দিয়া হৈ উক্ত অস্থা নত লিডু আৰক্ষী চকী তথা গাওঁৰক্ষী বাহিনী উপস্থিত থাকে মই উমসংকৰ দেৱ মৌনভ অধিকাৰ মিডিয়া দিপুটি বিউৰো চীফ তিনিচুকীয়া অসম1
- ডুমডুমাত আতংক! হনুমান মন্দিৰ কাষত অদ্ভূত দৃশ্য মাটিৰ তলৰ পৰা অবিৰত ভুৰ ভুৰণি সন্ধিয়া ৪ বজাৰ পৰা চলি আছে ঘটনা ৩ নং ৱাৰ্ডৰ নাগা পতিতত হাহাকাৰ পৰিস্থিতি স্থানীয় লোকক আঁতৰাই দিয়া হৈছে ঘটনাস্থলীৰ পৰা গেছ নিৰ্গমন নে অন্য কিবা? কাৰণ অজ্ঞাত1
- Post by Pratidin Sarupathar1
- Post by Moran Dorpon1
- ⭕উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তিনিচুকীয়া জিলাৰ গোপনাৰীৰ দুগৰাকী ছাত্ৰী। ⭕আৰ ডি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা লিপিকা কুৰ্মীয়ে কলা শাখাত পাঁচটা বিষয়ত লেটাৰ সহ ৯০ শতাংশ লাভ কৰে ইপিনে মাকুম অশোক নগৰ স্থিত বিবেকানন্দ ইংলিছ একাডেমীৰ পৰা সংগিতা কুৰ্মীয়ে কলা শাখাত ৬৯ শতাংশ লাভ কৰিবলৈ সক্ষম হয়। ⭕গোপনাৰীৰ ব্যৱসায়ী তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া অৰ্থাৎ লিপিকাৰ বৰদেউতাক দেবাৰু কুৰ্মীয়ে পিতৃ হাৰা হোৱাৰ পাছত লিপিকাৰ সকলো দায়িত্ব গ্ৰহণ কৰিছিল, ইয়াৰ লগতে দিন হাজিৰা কৰিও সংগিতাৰ পিতৃয়ে সংগিতাৰ পঢ়াৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা আহিব দিয়া হোৱা নাছিল। ⭕তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা অঞ্চলত এনেদৰে সুনাম কঢ়িয়াই অনাত তিনিচুকীয়া জিলাৰ কুৰ্মী সমাজ জিলাৰ সভাপতি প্ৰকাশ কুৰ্মী,অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া ৰাজু কুৰ্মী, মাকুম শাখা সমিতিৰ সভাপতি ৰবি কুৰ্মী,সম্পাদক দীপক কুৰ্মী,তিনিচুকীয়া জিলা মহিলা কুৰ্মী সমাজৰ জিলা সম্পাদিকা মূলেশ্বৰী কুৰ্মী প্ৰমুখ্যে কৰি গাঁও খনৰ ৰাইজে দুয়োগৰাকীকে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়।1
- Post by Dhansiri Barta1