Shuru
Apke Nagar Ki App…
উদালগুৰি জিলাৰ টংলা চহৰত আইন-শৃংখলা আৰু জনসাধাৰণৰ সুৰক্ষা সুদৃঢ় কৰিবলৈ পৌৰসভাই CCTV কেমেৰা স্থাপন কৰিছে। বাঢ়ি অহা যান-জঁট, চুৰি আৰু অসামাজিক কাৰ্যকলাপ ৰোধ কৰাই ইয়াৰ মূল লক্ষ্য। স্থানীয় ৰাইজে এই পদক্ষেপক আদৰণি জনাইছে আৰু চহৰখন অধিক নিৰাপদ হোৱাৰ আশা কৰিছে।
News Update
উদালগুৰি জিলাৰ টংলা চহৰত আইন-শৃংখলা আৰু জনসাধাৰণৰ সুৰক্ষা সুদৃঢ় কৰিবলৈ পৌৰসভাই CCTV কেমেৰা স্থাপন কৰিছে। বাঢ়ি অহা যান-জঁট, চুৰি আৰু অসামাজিক কাৰ্যকলাপ ৰোধ কৰাই ইয়াৰ মূল লক্ষ্য। স্থানীয় ৰাইজে এই পদক্ষেপক আদৰণি জনাইছে আৰু চহৰখন অধিক নিৰাপদ হোৱাৰ আশা কৰিছে।
More news from অসম and nearby areas
- ঢেকীয়াজুলিত ভয়ংকৰ পথ দূৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল সৌৰভ আলীৰ ঢেকীয়াজুলিত সঘনাই পথ দূৰ্ঘটনাত প্ৰাণ গৈছে । তথাপিও জনসাধাৰণৰ নিৰাপদত অৱহেলা চৰকাৰী বিষয়াৰ1
- মাড়ৱাৰী পঞ্চায়তৰ উদ্যোগত ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত আজি এখনি বিশেষ সংবাদমেল অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে ১২ মে ২০২৬ তাৰিখ মংগলবাৰৰ পৰা ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত মাড়ৱাৰী পঞ্চায়তৰ উদ্যোগত ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিনামূলীয়া চিকিৎসা শিৱিৰ ৷ উক্ত বিষয়টো ৰাইজক অৱগত কৰিবলৈ আজি ঢেকীয়াজুলি মাড়ৱাৰী পঞ্চায়তৰ বিষয়ববীয়া সকলে উক্ত সংবাদমেল অনুষ্ঠিত কৰে মাড়ৱাৰী পঞ্চায়তৰ উদ্যোগত ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত আজি এখনি বিশেষ সংবাদমেল অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে ১২ মে ২০২৬ তাৰিখ মংগলবাৰৰ পৰা ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত মাড়ৱাৰী পঞ্চায়তৰ উদ্যোগত ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিনামূলীয়া চিকিৎসা শিৱিৰ ৷ উক্ত বিষয়টো ৰাইজক অৱগত কৰিবলৈ আজি ঢেকীয়াজুলি মাড়ৱাৰী পঞ্চায়তৰ বিষয়ববীয়া সকলে উক্ত সংবাদমেল অনুষ্ঠিত কৰে ৷ আজি অনুষ্ঠিত কৰা গুৰুত্বপূৰ্ণ সংবাদমেলত ঢেকীয়াজুলি মাড়ৱাৰী পঞ্চায়তৰ কাৰ্যনিৰ্বাহক সদস্য তথা উক্ত অনুষ্ঠানৰ আতধৰোতা বিষ্ণু পাটোদীয়া,সঞ্জয় আগৰৱাল,ৰাজেশ আগৰৱাল,ৰামনিৱাশ আগৰৱালা,উপ সভাপতি অনুপ ৰাঠিৰ লগতে অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ৷1
- মোৰ কথা মোৰ ভাষা মোৰ চিন্তাৰে লিখা এটা মোৰ জনপ্ৰিয় কবিতাৰ পৰা সাঁজি উলিওৱা এটা সুমধুৰ মন চুই যোৱা গান। #Assamesenewsobg1
- মৰিগাঁৱৰ এক ৰাজহুৱা পুখুৰীত শ্বিলঙৰ পৰ্যটকে বৰসিৰে মাছ ধৰি আনন্দ লাভ কৰে। এই বিশেষ অভিজ্ঞতাৰে তেওঁলোকে কেইবা কিলোগ্ৰাম মাছ ধৰিবলৈ সক্ষম হয়।1
- ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন-মুখপত্ৰ জিকেৰি উন্মোচন ৰঙিয়াত অসম লেখিকা সমাজৰ উদ্যোগত আজি আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন কৰা হয়। ৰঙিয়াৰ হৰদত্ত -বীৰদত্ত ভবণ প্ৰেক্ষাগৃহত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক মাতৃ দিৱস।কামৰূপ জিলা লেখিকা সমাজৰ সহযোগত ৰূপায়ণ কৰা কাৰ্যসূচীৰ পুৱা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়। স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, থলুৱা শিল্প প্ৰদৰ্শনীৰ লগতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।দিনৰ ভাগত অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত সভাত কামৰূপ জিলা লেখিকা সমাজৰ মুখপত্ৰ জিকেৰিৰ লগতে সবিতা বৰ্মণ আৰু মামনি লহকৰৰ কাব্যগ্ৰন্থ ক্ৰমে ৰ'দৰ আশা আৰু অনামী সুবাসৰো উন্মোচন কৰা হয়।অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মাই জিকেৰি উন্মোচন কৰাৰ লগতে আন দুখন গ্ৰন্থ অধিবক্তা হিৰণ্য চৌধুৰী আৰু বিশিষ্ট লেখক কৈলাশ জৈনে উন্মোচন কৰে।গীত মাতেৰে জীপাল হৈ পৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসৰ মাতৃ জয়া দাস, অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতা, কামৰূপ জিলা লেখিকা সমাজৰ পৃষ্ঠপোষক জয়ন্ত জিৎ কলিতা , কামৰূপ জিলা সাহিত্য সভাৰ যুৱ সংসদৰ আহ্বায়ক হেমন্ত কলিতা প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।1
- মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পয়ালগা ৰূপ। ট্ৰলীৰ অভাৱত জাবৰ পেলোৱা ঠেলাত উঠাই চিকিৎসকৰ ওচৰলৈ নিলে ৰোগী। ঠেলাত ৰোগী লৈ যোৱা এইয়া মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ দৃশ্য। মৰিগাঁও জিলাৰ তিনিজন শ্বহীদ ক্ৰমে তিলক ডেকা, হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈৰ নামত উচৰ্গীত চিকিৎসালয় খনৰ পয়ালগা অৱস্থাৰ বাবে দুৰ্ভুগ ভুগি আহিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰোগী সকল। বহু দিনৰ পৰা ষ্টেচাৰ আৰু ট্ৰলি অবিহনে চলি আছে চিকিৎসালয় খন। আজিও পোৱাৰ ভাগত মৰিগাঁও জিলাৰ মনহাৰ পৰা দিপু ডেকা নামৰ ৰোগী জনক চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আনিছিল পৰিয়ালে। কিন্তু ৰোগী জন লৈ চিকিৎসালয় পোৱাৰ পিছত এখন ট্ৰলিৰ অভাৱত গাড়ীৰ পৰা চিকিৎসকৰ ওচৰলৈ নিব পৰা নাছিল ৰোগী জন। শেষত ৰোগী দিপু ডেকাৰ পৰিয়ালে চিকিৎসালয় খন বিচাৰি বহু সময়ৰ অন্তত চিকিৎসালয় মৰ্গৰ ওচৰৰ পৰা জাবৰ পেলোৱা কামত ব্যৱহাৰ কৰা এখন ঠেলা যোগাৰ কৰি এখন ভঙা ট্ৰলীৰ সহায়ত ঠেলাত উঠাই ৰোগী জন চিকিৎসকৰ কাষলৈ নিয়ে।1
- মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰীক বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনোৱা হৈছে। এই আহ্বান জনাইছে মৰিগাঁও শ্ৰী শ্ৰী বৰ্ণসত্ৰ পৰিচালনা সমিতিৰ হিচাপ পৰীক্ষক পৱন মেধিয়ে।1
- ঢেকীয়াজুলি আজগৰত দুদিনীয়াকৈ ভাগৱত পাঠ বাখ্যা আয়োজন । ঢেকীয়াজুলি আজগৰত দুদিনীয়াকৈ ভাগৱত পাঠ বাখ্যা আয়োজন । আজি অন্তিমটো দিনত ভিৰ অগণন ভক্তৰ1