logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

#"সমন্বয় সাংস্কৃতিক গোষ্ঠী"#ৰ উদ্যোগত আৰু #সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম কেন্দ্ৰীয় সমিতি#ৰ সৌজন্যত সংগীতানুষ্ঠান "ৰংপুৰত নীলা-দীপালীৰে এদিন" উদ্‌যাপনৰ প্ৰস্তুতি ৷ সপ্তম বাৰ্ষিক “সদৌ অসম প্ৰাইজমানি ড০ নিৰ্মল প্ৰভা বৰদলৈ আৰু পদ্মশ্ৰী দীপালী বৰঠাকুৰৰ গীতৰ প্ৰতিযোগিতা” আয়োজন ৷ স্থানঃ হিন্দু ধৰ্ম্মসভা নামঘৰ প্ৰেক্ষাগৃহ ৷ তাৰিখঃ ৩ ছেপ্তেম্বৰ, বুধবাৰ ৷ #প্ৰতিযোগিতাৰ সময়ঃ পুৱা ১০ বজাত ৷ #প্ৰতিযোগিতাৰ শাখা দুটা ৷ #চতুৰ্থ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ "ক" শাখা ৷ #দশম শ্ৰেণীৰ পৰা সকলো প্ৰতিযোগীৰ বাবে মুকলি "খ" শাখা ৷ #সবিশেষ জানিবলৈ প’ষ্টাৰত যোগাযোগৰ নম্বৰ উপলব্ধ ৷

on 18 August
user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
Journalist Sivasagar•
on 18 August
4467e217-7fcd-4bce-8015-4e52ff40287e
9908f283-a8f7-47d9-9c06-aac9ebf50234
b057fbb3-4a6d-4fc2-a6da-a466b2ba35fb

#"সমন্বয় সাংস্কৃতিক গোষ্ঠী"#ৰ উদ্যোগত আৰু #সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম কেন্দ্ৰীয় সমিতি#ৰ সৌজন্যত সংগীতানুষ্ঠান "ৰংপুৰত নীলা-দীপালীৰে এদিন" উদ্‌যাপনৰ প্ৰস্তুতি ৷ সপ্তম বাৰ্ষিক “সদৌ অসম প্ৰাইজমানি ড০ নিৰ্মল প্ৰভা বৰদলৈ আৰু পদ্মশ্ৰী দীপালী বৰঠাকুৰৰ গীতৰ প্ৰতিযোগিতা” আয়োজন ৷ স্থানঃ হিন্দু ধৰ্ম্মসভা নামঘৰ প্ৰেক্ষাগৃহ ৷ তাৰিখঃ ৩ ছেপ্তেম্বৰ, বুধবাৰ ৷ #প্ৰতিযোগিতাৰ সময়ঃ পুৱা ১০ বজাত ৷ #প্ৰতিযোগিতাৰ শাখা দুটা ৷ #চতুৰ্থ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ "ক" শাখা ৷ #দশম শ্ৰেণীৰ পৰা সকলো প্ৰতিযোগীৰ বাবে মুকলি "খ" শাখা ৷ #সবিশেষ জানিবলৈ প’ষ্টাৰত যোগাযোগৰ নম্বৰ উপলব্ধ ৷

View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.