Shuru
Apke Nagar Ki App…
জুৰীয়াৰ দলনি জুৰীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত বৃহৎ ইফতাৰ মেহফিলৰ আয়োজন কৰা হয়। #sugestforyou #highlights2026 #reelsviral #foryourpage #assam #AssamNews #nonfollowers #Juria জুৰীয়াৰ দলনি জুৰীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত এক বৃহৎ ইফতাৰ মেহফিলৰ আয়োজন কৰা হয়। উক্ত ইফতাৰ মেহফিলত পাঁচ শতাধিক ৰাইজ একে লগে ইফতাৰ গ্ৰহণ কৰাৰ লগতে সমাজৰ কল্যাণ ও বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়। উক্ত ইফতাৰ মেহফিলখনত দলনি জুৰীয়া গাঁৱৰ অধিকাংশ লোক উপস্থিত থাকে। এই ইফতাৰ মেহফিলখন সম্পূর্ণ অ ৰাজনৈতিক বুলি যুৱ সমাজে জানিব দিয়ে। লগতে ঈদ উপলক্ষে যুৱ সমাজৰ সৌজন্যত গাওঁখনত আলোকসজ্জাৰ ব্যৱস্থা কৰে। দলনি জুৰীয়া যুৱ সমাজৰ এনে কাৰ্যত গাঁওবাসী ৰাইজ উৎফুল্লিত হৈ যুৱ সমাজক ধন্যবাদ জ্ঞাপন কৰে ।
News 16 Northeast

More news from Nagaon and nearby areas
- লাহৰীঘাট সমষ্টিৰত আছিফ নাজাৰক দলীয় টিকট প্ৰদান কৰিলে, কংগ্ৰেছ দল ত্যাগ কৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ৰ ।1
- মোৰ জীৱন টো শেষ কৰি দিলে মাজিদুল হকে। মোক প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত লৈ গৈ মোৰ উপৰত নিৰ্যাতন কৰিছে। মোক এটা কুটালীত বন্ধি কৰি মাৰপিট কৰিছে। মোৰ ফটো সমাজিক মাধ্যমত ভাইৰেল হোৱাত মই মুখ দেখাব নোৱাৰো। মই এজনী স্কুলীয়া ছাত্ৰী মই এতিয়া স্কুলত যাব নোৱাৰো। এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এগৰাকি যুৱতী। পুণৰ প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত নিৰ্যাতন চলোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য পৰিৱেশ। ১৭ বছৰিয়া এগৰাকি স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰ বাটামাৰিৰ মাজাহিদুল হক নামৰ এটা লম্পটৰ বিৰুদ্ধ। নিতৌ নতুন নতুন শৈশলে AI ৰ জৰিয়তে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে তেজপুৰ আৰক্ষী চকীত। ঘটনা তেজপুৰ বাটামাৰিৰ যোৱা ৮ মাহ আগতে আজিজুল হকৰ কণ্য সন্তানক মাজিদুল নামৰ লম্পতে প্ৰেমৰ জালত ফচাই স্কুলৰ পৰা পলাই লৈ জাই বহি ৰাজ্যত। অন্ধকাৰ কুঠালত বন্দী কৰি বিভিন্ন ধৰণৰ নিৰ্যাতন কৰাৰ লগতে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত ভাইৰেল কৰাৰ লগতে ব্লেকমিলিং ৰ এটা গেং বনাই লৈছে এইজন মাজীদুল নামৰ লম্পট টোৱে। আজিজুল হকৰ পৰিয়ালক অশ্লীল গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত আজি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যুৱতীৰ পৰিয়ালে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেজপুৰ আৰক্ষী অধীক্ষক ক হাত জোৰ কৰি কাতৰ অনুৰোধ জনায় নিয়াইৰ বাবে। এতিয়া তেজপুৰ আৰক্ষীয়ে মাজিদুল হক আৰু তেওৰ লগত সহায় কৰা আহাৰুদ্দিনমণ্ডল ক কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় বিষয়1
- গৰীমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰত নিজ হাতেৰে তম্বু তৰাৰ হৃদয়স্পৰ্শী দৃশ্য। বৰষুণত বোকি পানীৰে লুতুৰি পুতুৰি হৈ গৈছিল জুবিন ক্ষেত্ৰ। চৰকাৰে কাণ মন নিদিয়াত গৰীমা শইকীয়া নিজেই নামি পৰিল স।স্বামীৰ সমাধী ক্ষেত্ৰত।1
- # হাওৰাঘাটৰ ৰংকুট চবাই ক্ৰ' গাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ । # ঘটনাস্থলীত আৰক্ষী প্ৰশাসন আহি উপস্থিত হৈছে । যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা নাই । # ইপিনে অঞ্চলটোৰ ৩ নং ৰংকুট ব্লকৰ দিলীপ নাথ নামৰ আন এজন বিবাহিত পুৰুষ বিগত ১৭ দিন ধৰি সন্ধানহী হৈ আছে ।3
- 📌প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম সলনি কৰাক লৈ সৰৱ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা 📌বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা বিষয় টোৱে অসম তথা অসমীয়াক চূড়ান্ত অপমান কৰা হৈছে বুলি মন্তব্য বিধায়ক গৰাকীৰ। *ৰূপহী হাটৰ পৰা মোজাম্মেল হুছেইন*1
- প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম সলনি কৰাক লৈ সৰৱ ৰূপহী হাট সমষ্টিৰ বিধায়ক নুৰুল হুদা বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা বিষয় টোৱে অসম তথা অসমীয়াক চূড়ান্ত অপমান কৰা হৈছে বুলি মন্তব্য বিধায়ক গৰাকীৰ1
- Post by DeV 24 News1
- কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা ভৱিষ্যদ্বাণী । মুখ্য মন্ত্ৰীয়ে ভৱিষ্যদ্বাণী কৰা কথাবোৰ সঁচা প্ৰমাণিত হ'ল ।1