logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নগাঁৱৰ ৰাইডঙীয়াৰ অৱসৰ প্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজকৰ্মী অতুল কলিতাৰ বিয়োগ।গুৱাহাটীৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কলিতাৰ ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৮ বছৰ৷ নগাঁৱৰ ৰাইডঙীয়াৰ অৱসৰ প্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজকৰ্মী অতুল কলিতাৰ বিয়োগ। গুৱাহাটীৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কলিতাৰ ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৮ বছৰ৷ তেখেতৰ মৃত্যু বৃহত্তৰ ৰাইদঙীয়া অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰ খনৰ বাবে অপুৰনিয় ক্ষতি হিচাপে চিহ্নিত হৈছে। শিক্ষকতা কৰাৰ লগতে তেওঁ অঞ্চলৰ প্ৰায় বোৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জৰিত আছিল। ক'ৰচুং সত্ৰত অৱস্থিত মহিমামণ্ডিত শ্ৰীশ্ৰী কলিয়া গোসাঁই থান পৰিচালনা সমিতিৰ সভাপতি হিছাপে কাৰ্যনিৰ্বাহক কৰি আছিল কলিতা৷ তেখেতৰ মৃত্যুত বটদ্ৰৱা থান পৰিচালনা সমিতি, বটদ্ৰৱা সাংবাদিক সন্থা, ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভা, জেষ্ঠ নাগৰিক মঞ্চ , জাগৰণ, সোনাই নদী উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎযাপন সমিতি, শিশুৰ বাবে উৎসগিত সংগঠন বিকাশ, ৰহা আঞ্চলিক সাংবাদিক সন্থা , ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদ, কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী,ৰহা শাখা সাহিত্য সভা,মানৱ অধিকাৰ সংগ্ৰাম সমিতি ,তিৱা ছাত্ৰসন্থাকে প্ৰমুখ্যে কৰি ৰহাৰ বহু দল সংগঠনৰ সমান্তৰালকৈ কৰচুং সত্ৰৰ সত্ৰাধিকাৰৰ সহিতে ভকত বৈষ্ণৱে শোক প্ৰকাশ কৰে।

6 hrs ago
user_Pranjal Bora
Pranjal Bora
Local News Reporter নগাঁও, নগাঁও, অসম•
6 hrs ago
1717ae0d-67b3-4222-8d6e-093780c13256

নগাঁৱৰ ৰাইডঙীয়াৰ অৱসৰ প্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজকৰ্মী অতুল কলিতাৰ বিয়োগ।গুৱাহাটীৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কলিতাৰ ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৮ বছৰ৷ নগাঁৱৰ ৰাইডঙীয়াৰ অৱসৰ প্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজকৰ্মী অতুল কলিতাৰ বিয়োগ। গুৱাহাটীৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কলিতাৰ ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৮ বছৰ৷ তেখেতৰ মৃত্যু বৃহত্তৰ ৰাইদঙীয়া অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰ খনৰ বাবে অপুৰনিয় ক্ষতি হিচাপে চিহ্নিত হৈছে। শিক্ষকতা কৰাৰ লগতে তেওঁ অঞ্চলৰ প্ৰায় বোৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জৰিত আছিল। ক'ৰচুং সত্ৰত অৱস্থিত মহিমামণ্ডিত শ্ৰীশ্ৰী

b3289799-5439-4107-9131-2ff1ca1afa91

কলিয়া গোসাঁই থান পৰিচালনা সমিতিৰ সভাপতি হিছাপে কাৰ্যনিৰ্বাহক কৰি আছিল কলিতা৷ তেখেতৰ মৃত্যুত বটদ্ৰৱা থান পৰিচালনা সমিতি, বটদ্ৰৱা সাংবাদিক সন্থা, ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভা, জেষ্ঠ নাগৰিক মঞ্চ , জাগৰণ, সোনাই নদী উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎযাপন সমিতি, শিশুৰ বাবে উৎসগিত সংগঠন বিকাশ, ৰহা আঞ্চলিক সাংবাদিক সন্থা , ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদ, কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী,ৰহা শাখা সাহিত্য সভা,মানৱ অধিকাৰ সংগ্ৰাম সমিতি ,তিৱা ছাত্ৰসন্থাকে প্ৰমুখ্যে কৰি ৰহাৰ বহু দল সংগঠনৰ সমান্তৰালকৈ কৰচুং সত্ৰৰ সত্ৰাধিকাৰৰ সহিতে ভকত বৈষ্ণৱে শোক প্ৰকাশ কৰে।

More news from অসম and nearby areas
  • ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁও জিলা আয়ুক্তৰ মে' দিৱস উদযাপন, কৃষক-শ্ৰমিকক সম্বৰ্দ্ধনা। আন্তৰাষ্ট্ৰীয় মে' দিৱসৰ দিনটো আজি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অতি ব্যতিক্ৰমীভাবে উদযাপন কৰে। তেওঁ দিনটো কৃষক-শ্ৰমিকসকলৰ মাজত অতিবাহিত কৰাৰ লগতে তেওঁলোকক ফুলাম গামোচাৰে শুভেচ্ছাও জ্ঞাপন কৰে। আজি পুৱা শ্ৰম বিভাগৰ জৰিয়তে কেবাটাও শ্ৰমিক সংগঠনৰ সদস্যক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষলৈ মতাই আনি তেওঁলোকৰ সৈতে মে' দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰে। আয়ুক্ত গৰাকীয়ে দেশৰ উন্নয়নত শ্ৰমিক সকলৰ অপৰিহাৰ্য বৰঙণিৰ কথাও উল্লেখ কৰি সকলোৱে একেলগে হাতে হাত ধৰি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে। তেওঁ এই প্ৰসঙ্গত সকলোৰে সৈতে ড: ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" গীতটি গাই অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত উপস্থিত থকা শ্ৰমিকসকলক তেওঁ ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু মে' দিৱসৰ ওলগ জনায়। ইয়াৰ পিছতে তেওঁ শেনচোৱাৰ শ্যামলী কৃষি পামৰ পথাৰলৈ গৈ অঞ্চলটোৰ কেবাজনো প্ৰগতিশীল কৃষককো ফুলাম গামোচাৰে ওলগ জনায়। ইয়াতো জিলা আয়ুক্ত গৰাকীয়ে শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য ব্যাখ্যা কৰি দেশৰ প্ৰগতিৰ কৃষকসকলৰ ভূমিকাৰ আন্তৰিক শলাগ লয়। এই অনুষ্ঠানত জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱাও উপস্থিত থাকে।
    1
    ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁও জিলা আয়ুক্তৰ মে' দিৱস উদযাপন, কৃষক-শ্ৰমিকক সম্বৰ্দ্ধনা।
আন্তৰাষ্ট্ৰীয় মে' দিৱসৰ দিনটো আজি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অতি ব্যতিক্ৰমীভাবে উদযাপন কৰে। তেওঁ দিনটো কৃষক-শ্ৰমিকসকলৰ মাজত অতিবাহিত কৰাৰ লগতে তেওঁলোকক ফুলাম গামোচাৰে শুভেচ্ছাও জ্ঞাপন কৰে। আজি পুৱা শ্ৰম বিভাগৰ জৰিয়তে কেবাটাও শ্ৰমিক সংগঠনৰ সদস্যক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষলৈ মতাই আনি তেওঁলোকৰ সৈতে মে' দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰে। আয়ুক্ত গৰাকীয়ে দেশৰ উন্নয়নত শ্ৰমিক সকলৰ অপৰিহাৰ্য বৰঙণিৰ কথাও উল্লেখ কৰি সকলোৱে একেলগে হাতে হাত ধৰি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে। তেওঁ এই প্ৰসঙ্গত সকলোৰে সৈতে ড: ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" গীতটি গাই অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত উপস্থিত থকা শ্ৰমিকসকলক তেওঁ ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু মে' দিৱসৰ ওলগ জনায়। ইয়াৰ পিছতে তেওঁ শেনচোৱাৰ শ্যামলী কৃষি পামৰ পথাৰলৈ গৈ অঞ্চলটোৰ কেবাজনো প্ৰগতিশীল কৃষককো ফুলাম গামোচাৰে ওলগ জনায়। ইয়াতো জিলা আয়ুক্ত গৰাকীয়ে শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য ব্যাখ্যা কৰি দেশৰ প্ৰগতিৰ কৃষকসকলৰ ভূমিকাৰ আন্তৰিক শলাগ লয়। এই অনুষ্ঠানত জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱাও উপস্থিত থাকে।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    29 min ago
  • ২০১৩ চনত স্থাপিত এই বিদ্যালয়খনিয়ে শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। নিকা আৰু শান্ত পৰিবেশ, দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা—এই সকলো সুবিধাই বিদ্যালয়খনিক আনৰ পৰা পৃথক কৰি তুলিছে। ইয়াৰ লগতে দূৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত নিদানমূলক পাঠদান আৰু বিনামূলীয়া কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থাও আছে বিদ্যালয় খনিত। শিক্ষাৰ গুণগত মান বজাই ৰাখি এইবাৰো উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিদ্যালয়খনিয়ে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত বহুতে লৈটাৰ নম্বৰসহ কৃতিত্বৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, আগন্তুক শিক্ষাবৰ্ষৰ বাবে বিদ্যালয়খনিত নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আগ্ৰহী অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই সুযোগ গ্ৰহণ কৰিব পাৰে। আহক বিদ্যালয় খনিৰ প্ৰসঙ্গত অধ্যক্ষ ছাহজাহান আলীৰ লগতে শিক্ষক সকলে কি কয় শুনো
    1
    ২০১৩ চনত স্থাপিত এই বিদ্যালয়খনিয়ে শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
নিকা আৰু শান্ত পৰিবেশ, দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা—এই সকলো সুবিধাই বিদ্যালয়খনিক আনৰ পৰা পৃথক কৰি তুলিছে।
ইয়াৰ লগতে দূৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত নিদানমূলক পাঠদান আৰু বিনামূলীয়া কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থাও আছে বিদ্যালয় খনিত।
শিক্ষাৰ গুণগত মান বজাই ৰাখি এইবাৰো উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিদ্যালয়খনিয়ে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত বহুতে লৈটাৰ নম্বৰসহ কৃতিত্বৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, আগন্তুক শিক্ষাবৰ্ষৰ বাবে বিদ্যালয়খনিত নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আগ্ৰহী অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই সুযোগ গ্ৰহণ কৰিব পাৰে। আহক বিদ্যালয় খনিৰ প্ৰসঙ্গত অধ্যক্ষ ছাহজাহান আলীৰ লগতে শিক্ষক সকলে কি কয় শুনো
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • মুখ্যমন্ত্ৰীৰ বাবে পৰিয়ালে চাব নোৱাৰে টি ভি? ৰকিবুলৰ ডাঙৰ অভিযোগ! ৰকিবুল হুছেইনৰ সংবাদ মেল
    1
    মুখ্যমন্ত্ৰীৰ বাবে পৰিয়ালে চাব নোৱাৰে টি ভি? ৰকিবুলৰ ডাঙৰ অভিযোগ!
ৰকিবুল হুছেইনৰ সংবাদ মেল
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    10 hrs ago
  • সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক কাছখাইতি দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ফালৰপৰা সম্বৰ্ধনা।
    1
    সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক কাছখাইতি দ্বীপ জ্যোতি বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ  ফালৰপৰা সম্বৰ্ধনা।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    20 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    10 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • মৰিগাঁৱত আইদেউ সন্দিকৈ শাখা লেখিকা সংস্থাৰ উদ্যোগত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান
    1
    মৰিগাঁৱত আইদেউ সন্দিকৈ শাখা লেখিকা সংস্থাৰ উদ্যোগত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    22 hrs ago
  • বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত বটদ্ৰৱাত সতী ৰাধিকা মহোৎসৱ উৎযাপন।
    1
    বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত বটদ্ৰৱাত সতী ৰাধিকা মহোৎসৱ উৎযাপন।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    38 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.