Shuru
Apke Nagar Ki App…
মহান শিল্পী, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম, কেন্দ্ৰীয় সমিতি"ৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈৰ ৷ সভাপতিগৰাকীয়ে লগতে জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৰাইজক সঠিক উত্তৰ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
মহান শিল্পী, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম, কেন্দ্ৰীয় সমিতি"ৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈৰ ৷ সভাপতিগৰাকীয়ে লগতে জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৰাইজক সঠিক উত্তৰ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷
- RajSibsagar, Sivasagar👏on 29 September
- Josimuddin Sheikh SheikhMatia, Goalpara👏on 24 September
- Josimuddin Sheikh SheikhMatia, Goalpara😍on 24 September
- Josimuddin Sheikh SheikhMatia, Goalpara🙏on 24 September
- Abdul AhadLanka, Hojai🙏on 23 September