Shuru
Apke Nagar Ki App…
জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি নিৰ্বাচনী প্ৰচাৰ চলালে মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ বৰুৱাই ।
Mahesh kumar das
জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি নিৰ্বাচনী প্ৰচাৰ চলালে মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ বৰুৱাই ।
More news from অসম and nearby areas
- দিপালী কলিতা,ডিফলু বেলুগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী শ্বমীমা ইয়াচমিন লগতে প্ৰায় তিনি শতাধিক BJP ৰ তৃণমূল কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছ দলত। দেওবাৰে অনুষ্ঠিত হোৱা সভাত প্ৰাই দুই হাজাৰ ৰাইজ উপস্থিত থাকে। বিগত 2020 চনত তৃণমূল পৰ্যায়ৰ এইজন প্ৰভাৱ শালী ও নিষ্ঠাবান কৰ্মী আজিজুল ইছলাম খানে বহু গৰাকী নিষ্ঠাবান কৰ্মীক লগত লৈ যোগ দিছিল BJP দলত। BJP দলত কাৰ্যাকৰতাৰ সন্মান নাই । BJPদলত শ্ৰেণী হিচাপত সন্মান দিযা হয় বুলি অভিযোগ তুলি আজি বহু ৰাইজৰ উপস্থিতি আজিজুল ইছলাম খানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। যোগদান কাৰ্যসূচীখন হাজী জাফৰ আলীৰ সভাপতিত্বত সভাত উপস্থিত থাকে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন,চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন, NSUI National সভাপতি আৰু ৰাজ্যিক NSUI সভাপতি উপস্থিত থাকে।3
- 👉ছেটেলাইট টাউনশ্বিপৰ নামত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ 👉 পলাশবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ। 👉ছেটেলাইট টাউনশ্বিপৰ নামত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ 👉পলাশবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ।1
- জুড়িয়া কলোনি জালা কংগ্রেসের মিটিং1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি ৰেলৱে ষ্টেচনত ৰেল ৰখোৱাৰ দাবীত কেইবাটাও সংঘটনৰ উদ্যোগত আজি স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে1
- apni yahan per 400 family ka kam se kam 100 150 bacche School jaate Hain aur yah raste ka halat hai4
- Post by HOJAI JUGIJAN NEWS1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি চাহ বাগিছাৰ খেলপথাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমি শ্বাহৰ আগমন1
- মামা ভাগ্নে গুড়িয়া #ভিডিও#ভাইরাল ভিডিও#ট্রেন্ডিং টপিক1
- #HimantaBiswaSarma #AssamNews #EvictionDrive #BreakingNews #AssamPolitics #ViralNews #AxomNews1