logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নিৰ্বাচনৰ পূৰ্বে মিঠা তেলৰ যোগান নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও, বৰ্তমান চেনী, দাইল আৰু নিমখৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানো বন্ধ হৈ পৰিছে। মিঠা তেলৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো এতিয়া এইসমূহ সামগ্ৰী বন্ধ হোৱাৰ আঁৰৰ কাৰণ কি, সেয়া এক ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে।

8 hrs ago
user_Northeast Talks
Northeast Talks
Local News Reporter লংকা, হোজাই, অসম•
8 hrs ago
aa8447e5-d81b-4c05-a605-f6589e437f49

নিৰ্বাচনৰ পূৰ্বে মিঠা তেলৰ যোগান নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও, বৰ্তমান চেনী, দাইল আৰু নিমখৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানো বন্ধ হৈ পৰিছে। মিঠা তেলৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো এতিয়া এইসমূহ সামগ্ৰী বন্ধ হোৱাৰ আঁৰৰ কাৰণ কি, সেয়া এক ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে।

More news from অসম and nearby areas
  • অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে লংকাৰ আজৰবাৰিত সংঘটিত হোৱা এক ঘটনাৰ উচিত তদন্ত দাবী কৰিছে। পৰিষদে এই ঘটনাত জড়িত দুষ্কৃতিকাৰীক ২৪ ঘণ্টাৰ ভিতৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰো দাবী জনাইছে।
    1
    অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে লংকাৰ আজৰবাৰিত সংঘটিত হোৱা এক ঘটনাৰ উচিত তদন্ত দাবী কৰিছে। পৰিষদে এই ঘটনাত জড়িত দুষ্কৃতিকাৰীক ২৪ ঘণ্টাৰ ভিতৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰো দাবী জনাইছে।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    24 min ago
  • ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই। নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
    1
    ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই।

নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
  • ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত সমাজ সেৱক তথা নতুনকৈ কংগ্ৰেছত যোগদান কৰা নেতা নুৰুল আমিন চৌধুৰীক আজি গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত বিজেপি কৰ্মীসকলে খেদি পঠিয়ায়। অভিযোগ অনুসৰি, উন্নয়ন খণ্ডৰ সন্মুখত উপস্থিত হৈয়েই চৌধুৰীয়ে উচটনিমূলক মন্তব্য দিয়াৰ ফলত বিজেপি কৰ্মীসকল উত্তেজিত হৈ পৰে আৰু ইয়াৰ ফলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে, চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইনৰ আজি গড়াজান উন্নয়ন খণ্ডত এক পৰ্যালোচনা সভা অনুষ্ঠিত হোৱাৰ কথা আছিল। সভা আৰম্ভ হোৱাৰ পূৰ্বেই উন্নয়ন খণ্ডৰ সন্মুখভাগ উত্তপ্ত হৈ পৰে। পৰিস্থিতিৰ অধিক অৱনতি হোৱাত, দল বাগৰা নেতা তথা ন-কংগ্ৰেছী নুৰুল আমিন চৌধুৰী অৱশেষত ঘটনাস্থলীৰ পৰা পলাই পতং দিয়ে। চামগুৰি সমষ্টিৰ গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত সৃষ্টি হোৱা কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ এই তীব্ৰ সংঘাতে পৰিস্থিতি ভয়াৱহ কৰি তোলাত ৰূপহীহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
    1
    ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত সমাজ সেৱক তথা নতুনকৈ কংগ্ৰেছত যোগদান কৰা নেতা নুৰুল আমিন চৌধুৰীক আজি গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত বিজেপি কৰ্মীসকলে খেদি পঠিয়ায়। অভিযোগ অনুসৰি, উন্নয়ন খণ্ডৰ সন্মুখত উপস্থিত হৈয়েই চৌধুৰীয়ে উচটনিমূলক মন্তব্য দিয়াৰ ফলত বিজেপি কৰ্মীসকল উত্তেজিত হৈ পৰে আৰু ইয়াৰ ফলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে, চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইনৰ আজি গড়াজান উন্নয়ন খণ্ডত এক পৰ্যালোচনা সভা অনুষ্ঠিত হোৱাৰ কথা আছিল। সভা আৰম্ভ হোৱাৰ পূৰ্বেই উন্নয়ন খণ্ডৰ সন্মুখভাগ উত্তপ্ত হৈ পৰে। পৰিস্থিতিৰ অধিক অৱনতি হোৱাত, দল বাগৰা নেতা তথা ন-কংগ্ৰেছী নুৰুল আমিন চৌধুৰী অৱশেষত ঘটনাস্থলীৰ পৰা পলাই পতং দিয়ে। চামগুৰি সমষ্টিৰ গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত সৃষ্টি হোৱা কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ এই তীব্ৰ সংঘাতে পৰিস্থিতি ভয়াৱহ কৰি তোলাত ৰূপহীহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
  • তৃণমূল কংগ্ৰেছ (TMC)ৰ সাংসদ তথা মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জী আক্ৰমণৰ বলি হৈছে। জনসাধাৰণৰ তীব্ৰ ৰোষৰ ফলস্বৰূপে তেওঁ এই আক্ৰমণৰ সন্মুখীন হয়।
    1
    তৃণমূল কংগ্ৰেছ (TMC)ৰ সাংসদ তথা মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জী আক্ৰমণৰ বলি হৈছে। জনসাধাৰণৰ তীব্ৰ ৰোষৰ ফলস্বৰূপে তেওঁ এই আক্ৰমণৰ সন্মুখীন হয়।
    user_Northeast Talks
    Northeast Talks
    Local News Reporter লংকা, হোজাই, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.