Shuru
Apke Nagar Ki App…
দুর্ঘটনামুক্ত বিহু নিশ্চিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত নগাঁৱত প্ৰশাসনৰ বিশেষ অভিযান... #samaguri speed news #foryou #everyone #shuruapps
Samaguri speed news
দুর্ঘটনামুক্ত বিহু নিশ্চিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত নগাঁৱত প্ৰশাসনৰ বিশেষ অভিযান... #samaguri speed news #foryou #everyone #shuruapps
More news from Nagaon and nearby areas
- জুৰীয়া আৰক্ষী থানাত উৰুকা উপলক্ষে আয়োজিত ভোজত বিহুগীত গালে OC চাৰে1
- Post by HOJAI JUGIJAN NEWS1
- Post by Assam sangbad 241
- morning exasise Hi firends 🙏1
- ছয়গাঁৱত মেজি জ্বলায় ভোগালী বিহু পালন1
- গৰৈমাৰীৰ বৰভিঠাত শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱা পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী ৰাইজৰ দলৰ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত সংঘটিত হোৱা এক ভয়ংকৰ আৰু হৃদয়বিদাৰক ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। মথাউৰিৰ পৰা তীব্ৰ বেগী ডাম্পাৰে এটা বাসগৃহৰ ওপৰত খহি পৰাৰ ফলত দুজনকৈ লোকে অকালতে প্ৰাণ হেৰুৱায় আৰু আহত হয় আন তিনিজন। এই শোকাৱহ ঘটনাৰ পিছতে মঙলবাৰে ভুক্তভোগী পৰিয়ালৰ খবৰ ল’বলৈ উপস্থিত হয় ৰাইজৰ দলৰ মুখপাত্ৰ ছাদ্দাম হুছেইন। উল্লেখ যে যোৱা ১১ জানুৱাৰীৰ নিশা দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠা অঞ্চলত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। নিয়ন্ত্ৰণহীন এখন তীব্ৰ বেগী ডাম্পাৰে মথাউৰিৰ পৰা হাছেন আলী নামৰ লোকজনৰ বাসগৃহৰ ওপৰত বাগৰি পৰে। এই দুৰ্ঘটনাত হাছেন আলীৰ পৰিয়ালৰ দুজনকৈ সদস্যই থিতাতে প্ৰাণ হেৰুৱায় আৰু গুৰুতৰভাৱে আহত হয় আন তিনিজন সদস্য। কান্দোনত ভাগি পৰা এই দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ ল’বলৈ মঙলবাৰে ৰাইজৰ দলৰ মুখপাত্ৰ ছাদ্দাম হুছেইন হাছেন আলীৰ বাসগৃহত উপস্থিত হয়। পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে চৰকাৰৰ ওচৰত এক ডাঙৰ দাবী উত্থাপন কৰে নেতাগৰাকীয়ে। দুৰ্ঘটনাত নিহত আৰু ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালটোৰ বাবে চৰকাৰৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে ২০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ ছাদ্দাম হুছেইনে দাবী জনায়। তেওঁ উল্লেখ কৰে যে এই দৰিদ্ৰ পৰিয়ালটোৱে বিনা দোষত আপোন মানুহক হেৰুৱালে, গতিকে চৰকাৰে তেওঁলোকৰ দায়িত্ব ল’ব লাগিব। ইফালে নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে, দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালকজনে ১১ জানুৱাৰীৰ নিশা অত্যধিক মদ্যপান কৰি আছিল। সুৰামত্ত অৱস্থাত গাড়ী চলোৱাৰ বাবেই এই ভয়াৱহ ঘটনা সংঘটিত হ’ল বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। গৰৈমাৰী অঞ্চলত চলি থকা বালিৰ মহল সন্দৰ্ভতো ছাদ্দাম হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিস্ফোৰক অভিযোগ— এই বালি মহলসমূহৰ সৈতে প্ৰত্যক্ষভাৱে ৰাজনৈতিক নেতা জড়িত হৈ আছে। নেতাসকলৰ ছত্ৰছায়াত থকাৰ বাবেই ডাম্পাৰ চালকসকলে নীতি-নিৰ্দেশনা নামানি এনেদৰে তীব্ৰ বেগত গাড়ী চলোৱাৰ সাহস পায়, যাৰ ফল আজি সাধাৰণ জনতাই ভুগিবলগীয়া হৈছে।1
- Post by BAHAR UDDIN LASKAR1
- Post by Assam sangbad 241