শিৱসাগৰ জিলাত ব্যতিক্ৰমী অনুষ্ঠান আয়োজনেৰে সচেতন ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ উদ্যোগত, "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম কেন্দ্ৰীয় সমিতি"ৰ সৌজন্যত আৰু অসম নাট্য সন্মিলন-শিৱসাগৰ শাখাৰ সহযোগত *ৰংপুৰত নীলা-দীপালীৰে এদিন..(এক সংগীতৰ ৰ’দ কাঁচলি) শীৰ্ষক *সৰস্বতী ড০ নিৰ্মল প্ৰভা বৰদলৈ সোঁৱৰণী* সপ্তম বাৰ্ষিক *সদৌ অসম প্ৰাইজমানি সৰস্বতী ড০ নিৰ্মল প্ৰভা বৰদলৈ আৰু কোকিলকণ্ঠী গায়িকা পদ্মশ্ৰী দীপালী বৰঠাকুৰৰ গীতৰ প্ৰতিযোগিতা”খনি হিন্দু ধৰ্ম্মসভা নামঘৰ প্ৰেক্ষাগৃহত সফলতাৰে সম্পন্ন হয় ৷ -ঃপ্ৰতিযোগিতাৰ ফলাফলঃ- (ক) শাখা প্ৰথমঃ শ্ৰী এদ্ৰিএনি গগৈ দ্বিতীয়ঃ শ্ৰী দৃষ্টি দাস তৃতীয়ঃ শ্ৰী আয়ুস প্ৰাণ গগৈ #বিচাৰকৰ বিশেষ স্থানঃ মঃ আৰমান ৰহমান #উদগণি স্থানঃ সৰ্বশ্ৰীঃ দেৱলিনা দেউৰী, আকাংক্ষা গগৈ ৷ (খ) শাখা প্ৰথমঃ শ্ৰী প্ৰীতম দত্ত দ্বিতীয়ঃ শ্ৰী আইৰিণ গগৈ তৃতীয়ঃ কংকনা কাকতি #বিচাৰকৰ বিশেষ স্থানঃ শ্ৰী সমৃদ্ধি বৰুৱা
শিৱসাগৰ জিলাত ব্যতিক্ৰমী অনুষ্ঠান আয়োজনেৰে সচেতন ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান *সমন্বয় সাংস্কৃতিক গোষ্ঠী* ৰ উদ্যোগত, "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম কেন্দ্ৰীয় সমিতি"ৰ
সৌজন্যত আৰু অসম নাট্য সন্মিলন-শিৱসাগৰ শাখাৰ সহযোগত *ৰংপুৰত নীলা-দীপালীৰে এদিন..(এক সংগীতৰ ৰ’দ কাঁচলি) শীৰ্ষক *সৰস্বতী ড০ নিৰ্মল প্ৰভা বৰদলৈ সোঁৱৰণী* সপ্তম বাৰ্ষিক *সদৌ অসম প্ৰাইজমানি সৰস্বতী ড০ নিৰ্মল প্ৰভা
বৰদলৈ আৰু কোকিলকণ্ঠী গায়িকা পদ্মশ্ৰী দীপালী বৰঠাকুৰৰ গীতৰ প্ৰতিযোগিতা”খনি হিন্দু ধৰ্ম্মসভা নামঘৰ প্ৰেক্ষাগৃহত সফলতাৰে সম্পন্ন হয় ৷ -ঃপ্ৰতিযোগিতাৰ ফলাফলঃ- (ক) শাখা প্ৰথমঃ শ্ৰী এদ্ৰিএনি গগৈ দ্বিতীয়ঃ শ্ৰী দৃষ্টি দাস তৃতীয়ঃ শ্ৰী আয়ুস
প্ৰাণ গগৈ #বিচাৰকৰ বিশেষ স্থানঃ মঃ আৰমান ৰহমান #উদগণি স্থানঃ সৰ্বশ্ৰীঃ দেৱলিনা দেউৰী, আকাংক্ষা গগৈ ৷ (খ) শাখা প্ৰথমঃ শ্ৰী প্ৰীতম দত্ত দ্বিতীয়ঃ শ্ৰী আইৰিণ গগৈ তৃতীয়ঃ কংকনা কাকতি #বিচাৰকৰ বিশেষ স্থানঃ শ্ৰী সমৃদ্ধি বৰুৱা