Shuru
Apke Nagar Ki App…
বিহুৰ বতৰত আপোন শিল্পীজনক পাহৰে কেনেকৈ ? জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ বিহু । জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ বিহু । এই বিহুৰ বতৰত আপোন শিল্পীজনক পাহৰে কেনেকৈ ? সাত বিহু প্ৰথম গৰু বিহুৰ দিনটোত যেন কিবা এটা হেৰুৱাৰ অনুভৱ অসমবাসীৰ । মৰাণৰ কোশল নগৰত ৰাইজে নিৰ্মাণ কৰা জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি এটি প্ৰাৰ্থনাৰে ঈশ্বৰ পুত্ৰলৈ শ্ৰদ্ধা নিবেদিলে বহুজনে । ৰাইজৰ আশা প্ৰাণৰ শিল্পীজনে যাতে চিৰশান্তি লাভ কৰে ।
Moran Dorpon

More news from অসম and nearby areas
- গৰু বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে আজি তেজপুৰ বিশ্ববিদ্যালয়ত ১২ ফুট দৈৰ্ঘ্যৰ এডাল বৃহৎ অজগৰ সাপ উদ্ধাৰ কৰা হয়। বিশ্ববিদ্যালয়ৰ 'মাছ কমিউনিকেচন' বিভাগৰ কাষত প্ৰায় ৪০-৪৫ কেজি ওজনৰ অজগৰটো প্ৰত্যক্ষ কৰি চিকিউৰিটি ছুপাৰভাইজাৰ অৱনী কেওঁটে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীক খবৰ দিয়ে। ইয়াৰ পাছতে সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু তেওঁৰ দলৰ উপ-সভাপতি মুহচিনুৰ ৰহমানে অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এইটোৱেই চলিত বৰ্ষত উদ্ধাৰ হোৱা সৰ্ববৃহৎ অজগৰ। পাছত সাপডাল বন বিভাগৰ সহযোগত ভোমোৰাগুৰী বনাঞ্চলত মুকলি কৰি দিয়া হয়।1
- kiman bhayanak hobo pare1
- তিনিচুকীয়া চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড । চহৰখনৰ থানা চাৰিআলিৰ সমীপৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডটো । কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে কেইবাঘণ্টা চলোৱা অহৰত চেষ্টাৰ ফলত পুৱা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও তিনিখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যায় জুইত ৷1
- Post by Assam Update1
- Post by Imdad hussain1
- Post by Tezpur Barta1
- Post by Assam Update1
- Post by DeV 24 News1
- লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মা-ৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু1