logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নগাঁওত দিন-দুপৰতে সংঘটিত হৈছে চা/ঞ্চ/ল্য/ক/ৰ লু/ট/পা/ট কা/ণ্ড । #news16northeast #reelsviral #highlights2026 #AssamNews #foryourpage #nonfollowers #assam #Nagaon #BigBreaking নগাঁও জিলাত দিনদুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ লুটকাণ্ড। শʼলমাৰি তিনিআলি আৰু টাউন তেলায়াগাঁও মাজ মজিয়াত বন্দুক দেখুৱাই সাতগৰাকী মহিলাৰ পৰা ৪ লাখ ৭১০০০ টকা লুটি পলায়ন কৰে দুৰ্বৃত্তই। ঘটনাটোয়ে সমগ্ৰ অঞ্চলযুৰি সৃষ্টি হৈছে আতংকৰ পৰিৱেশ। জানিব পৰা মতে, সাতগৰাকী মহিলাই HDFC বেংকৰ পৰা গোটৰ টকা উঠাই ঘৰলৈ উভতি আহোঁতে সংঘটিত হয় লুট কাণ্ড। চাৰি জনীয়া দুৰ্বৃত্তৰ দলে বন্দুক দেখুৱাই মহিলা সকলৰ পৰা লুটি‌ নিয়ে নগদ ধন। ঘটনা স্থলীত উপস্থিত হয় আৰক্ষীৰ লগত একাংশ ৰাইজ। ভুক্তভোগীয়ে ইটাপাৰা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। দিনদুপৰতে এনেদৰে বন্দুক দেখুৱাই লুটকাণ্ড সংঘটিত হোৱাত অঞ্চলবাসীৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্বৃত্তসকলক চিনাক্ত কৰি আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। এই চাঞ্চল্যকৰ লুটকাণ্ডৰ পিছত অঞ্চলবাসীয়ে আৰক্ষীৰ পৰা শীঘ্ৰে দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

10 hrs ago
user_News 16 Northeast
News 16 Northeast
Newsagent নগাঁও, নগাঁও, অসম•
10 hrs ago

নগাঁওত দিন-দুপৰতে সংঘটিত হৈছে চা/ঞ্চ/ল্য/ক/ৰ লু/ট/পা/ট কা/ণ্ড । #news16northeast #reelsviral #highlights2026 #AssamNews #foryourpage #nonfollowers #assam #Nagaon #BigBreaking নগাঁও জিলাত দিনদুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ লুটকাণ্ড। শʼলমাৰি তিনিআলি আৰু টাউন তেলায়াগাঁও মাজ মজিয়াত বন্দুক দেখুৱাই সাতগৰাকী মহিলাৰ পৰা ৪ লাখ ৭১০০০ টকা লুটি পলায়ন কৰে দুৰ্বৃত্তই। ঘটনাটোয়ে সমগ্ৰ অঞ্চলযুৰি সৃষ্টি হৈছে আতংকৰ পৰিৱেশ। জানিব পৰা মতে, সাতগৰাকী মহিলাই HDFC বেংকৰ পৰা গোটৰ টকা উঠাই ঘৰলৈ উভতি আহোঁতে সংঘটিত হয় লুট কাণ্ড। চাৰি জনীয়া দুৰ্বৃত্তৰ দলে বন্দুক দেখুৱাই মহিলা সকলৰ পৰা লুটি‌ নিয়ে নগদ ধন। ঘটনা স্থলীত উপস্থিত হয় আৰক্ষীৰ লগত একাংশ ৰাইজ। ভুক্তভোগীয়ে ইটাপাৰা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। দিনদুপৰতে এনেদৰে বন্দুক দেখুৱাই লুটকাণ্ড সংঘটিত হোৱাত অঞ্চলবাসীৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্বৃত্তসকলক চিনাক্ত কৰি আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। এই চাঞ্চল্যকৰ লুটকাণ্ডৰ পিছত অঞ্চলবাসীয়ে আৰক্ষীৰ পৰা শীঘ্ৰে দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

More news from অসম and nearby areas
  • জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সৰৱ সাংসদ ৰকিবুল হুছেইন ১৯ ছেপ্টেম্বৰত মৃত্যু হ'ব সেইটো ১০ ছেপ্টেম্বৰত সিহঁতে কেনেকৈ জানিলে বিজেপিলৈ প্ৰশ্ন ৰকিবুল হুছেইনৰ গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ হোৱাৰ লগে লগে আমি এমাহৰ আমি জুবিন গাৰ্গে ন্যায় পাব মন্তব্য ৰকিবুল হুছেইনৰ চামগুৰি সমষ্টিৰ শিঙিমাৰীত উপস্থিত হৈ এনেদৰেই জুবিনৰ ন্যায় সন্দৰ্ভত সৰৱ হৈ পৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন
    1
    জুবিন গাৰ্গৰ ন্যায়ৰ বাবে  সৰৱ সাংসদ ৰকিবুল হুছেইন
১৯ ছেপ্টেম্বৰত মৃত্যু হ'ব সেইটো ১০ ছেপ্টেম্বৰত সিহঁতে কেনেকৈ জানিলে বিজেপিলৈ প্ৰশ্ন ৰকিবুল হুছেইনৰ 
গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ হোৱাৰ লগে লগে আমি এমাহৰ আমি জুবিন গাৰ্গে ন্যায় পাব মন্তব্য ৰকিবুল হুছেইনৰ
চামগুৰি সমষ্টিৰ শিঙিমাৰীত উপস্থিত হৈ এনেদৰেই জুবিনৰ ন্যায় সন্দৰ্ভত সৰৱ হৈ পৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    45 min ago
  • অফাৰ অফাৰ অফাৰ ঈদৰ উপলক্ষ্য এই অফাৰ চলিব থাকিব। ৪০% শতাংশ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব কাপোৰ,জোতা, চেণ্ডেল আৰু কচমেটিক প্ৰতিটো সামগ্ৰী ক্ৰয় কৰি লৈ যাওঁক কম মূল্যত চামগুৰি সমষ্টিৰ শিৱস্থান দলংপাৰস্থিত মিৰাজ ক্লুত ষ্টোৰে লৈ আহিছে বাম্পাৰ অফাৰ আপুনি মন পছন্দৰ যিকোনো ক্ৰয় কৰিব বিচাৰিছে নেকি? তেন্তে এবাৰ এই মিৰাজ ক্লুত ষ্টোৰখনলৈ আহক আৰু মন খুলি শ্বপিং কৰক শিশুৰ পৰা বৃদ্ধলৈ সকলো ধৰণৰ কাপোৰ উপলব্ধ আছে দোকান খনত কতৃপক্ষৰ যোগাযোগ নম্বৰ হৈছে 93951 65707
    1
    অফাৰ অফাৰ অফাৰ 
ঈদৰ উপলক্ষ্য  এই অফাৰ চলিব থাকিব।
৪০% শতাংশ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব  কাপোৰ,জোতা, চেণ্ডেল আৰু কচমেটিক 
প্ৰতিটো সামগ্ৰী ক্ৰয় কৰি লৈ যাওঁক কম মূল্যত 
চামগুৰি সমষ্টিৰ শিৱস্থান দলংপাৰস্থিত মিৰাজ ক্লুত ষ্টোৰে  লৈ আহিছে বাম্পাৰ অফাৰ
আপুনি মন পছন্দৰ যিকোনো  ক্ৰয় কৰিব বিচাৰিছে নেকি?
তেন্তে এবাৰ এই মিৰাজ ক্লুত ষ্টোৰখনলৈ আহক আৰু মন খুলি শ্বপিং কৰক
শিশুৰ পৰা বৃদ্ধলৈ সকলো ধৰণৰ কাপোৰ উপলব্ধ আছে দোকান খনত
কতৃপক্ষৰ যোগাযোগ নম্বৰ হৈছে 93951 65707
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • লাহৰীঘাট সমষ্টিৰত আছিফ নাজাৰক দলীয় টিকট প্ৰদান কৰিলে, কংগ্ৰেছ দল ত্যাগ কৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ৰ ।
    1
    লাহৰীঘাট সমষ্টিৰত আছিফ নাজাৰক দলীয় টিকট প্ৰদান কৰিলে, কংগ্ৰেছ দল ত্যাগ কৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ৰ ।
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    4 hrs ago
  • মোৰ জীৱন টো শেষ কৰি দিলে মাজিদুল হকে। মোক প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত লৈ গৈ মোৰ উপৰত নিৰ্যাতন কৰিছে। মোক এটা কুটালীত বন্ধি কৰি মাৰপিট কৰিছে। মোৰ ফটো সমাজিক মাধ্যমত ভাইৰেল হোৱাত মই মুখ দেখাব নোৱাৰো। মই এজনী স্কুলীয়া ছাত্ৰী মই এতিয়া স্কুলত যাব নোৱাৰো। এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এগৰাকি যুৱতী। পুণৰ প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত নিৰ্যাতন চলোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য পৰিৱেশ। ১৭ বছৰিয়া এগৰাকি স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰ বাটামাৰিৰ মাজাহিদুল হক নামৰ এটা লম্পটৰ বিৰুদ্ধ। নিতৌ নতুন নতুন শৈশলে AI ৰ জৰিয়তে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে তেজপুৰ আৰক্ষী চকীত। ঘটনা তেজপুৰ বাটামাৰিৰ যোৱা ৮ মাহ আগতে আজিজুল হকৰ কণ্য সন্তানক মাজিদুল নামৰ লম্পতে প্ৰেমৰ জালত ফচাই স্কুলৰ পৰা পলাই লৈ জাই বহি ৰাজ্যত। অন্ধকাৰ কুঠালত বন্দী কৰি বিভিন্ন ধৰণৰ নিৰ্যাতন কৰাৰ লগতে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত ভাইৰেল কৰাৰ লগতে ব্লেকমিলিং ৰ এটা গেং বনাই লৈছে এইজন মাজীদুল নামৰ লম্পট টোৱে। আজিজুল হকৰ পৰিয়ালক অশ্লীল গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত আজি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যুৱতীৰ পৰিয়ালে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেজপুৰ আৰক্ষী অধীক্ষক ক হাত জোৰ কৰি কাতৰ অনুৰোধ জনায় নিয়াইৰ বাবে। এতিয়া তেজপুৰ আৰক্ষীয়ে মাজিদুল হক আৰু তেওৰ লগত সহায় কৰা আহাৰুদ্দিনমণ্ডল ক কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় বিষয়
    1
    মোৰ জীৱন টো শেষ কৰি দিলে মাজিদুল হকে।
মোক প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত লৈ গৈ মোৰ উপৰত নিৰ্যাতন কৰিছে।
মোক এটা কুটালীত বন্ধি কৰি মাৰপিট কৰিছে।
মোৰ ফটো সমাজিক মাধ্যমত ভাইৰেল হোৱাত মই মুখ দেখাব নোৱাৰো।
মই এজনী স্কুলীয়া ছাত্ৰী মই এতিয়া স্কুলত যাব নোৱাৰো।
এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এগৰাকি যুৱতী।
পুণৰ প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত নিৰ্যাতন চলোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য পৰিৱেশ।
১৭ বছৰিয়া এগৰাকি স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰ বাটামাৰিৰ মাজাহিদুল হক নামৰ এটা লম্পটৰ বিৰুদ্ধ।
নিতৌ নতুন নতুন শৈশলে AI ৰ জৰিয়তে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে তেজপুৰ আৰক্ষী চকীত।
ঘটনা তেজপুৰ বাটামাৰিৰ যোৱা ৮ মাহ আগতে আজিজুল হকৰ কণ্য সন্তানক মাজিদুল নামৰ লম্পতে প্ৰেমৰ জালত ফচাই স্কুলৰ পৰা পলাই লৈ জাই বহি ৰাজ্যত।
অন্ধকাৰ কুঠালত বন্দী কৰি বিভিন্ন ধৰণৰ নিৰ্যাতন কৰাৰ লগতে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত ভাইৰেল কৰাৰ লগতে ব্লেকমিলিং ৰ এটা গেং বনাই লৈছে এইজন মাজীদুল নামৰ লম্পট টোৱে।
আজিজুল হকৰ পৰিয়ালক অশ্লীল গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত আজি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যুৱতীৰ পৰিয়ালে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেজপুৰ আৰক্ষী অধীক্ষক ক হাত জোৰ কৰি কাতৰ অনুৰোধ জনায় নিয়াইৰ বাবে।
এতিয়া তেজপুৰ আৰক্ষীয়ে মাজিদুল হক আৰু তেওৰ লগত সহায় কৰা আহাৰুদ্দিনমণ্ডল ক কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় বিষয়
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    6 hrs ago
  • গৰীমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰত নিজ হাতেৰে তম্বু তৰাৰ হৃদয়স্পৰ্শী দৃশ্য। বৰষুণত বোকি পানীৰে লুতুৰি পুতুৰি হৈ গৈছিল জুবিন ক্ষেত্ৰ। চৰকাৰে কাণ মন নিদিয়াত গৰীমা শইকীয়া নিজেই নামি পৰিল স।স্বামীৰ সমাধী ক্ষেত্ৰত।
    1
    গৰীমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰত নিজ হাতেৰে তম্বু তৰাৰ হৃদয়স্পৰ্শী দৃশ্য। বৰষুণত বোকি পানীৰে লুতুৰি পুতুৰি হৈ গৈছিল জুবিন ক্ষেত্ৰ। চৰকাৰে কাণ মন নিদিয়াত গৰীমা শইকীয়া নিজেই নামি পৰিল স।স্বামীৰ সমাধী ক্ষেত্ৰত।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    7 hrs ago
  • # হাওৰাঘাটৰ ৰংকুট চবাই ক্ৰ' গাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ । # ঘটনাস্থলীত আৰক্ষী প্ৰশাসন আহি উপস্থিত হৈছে । যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা নাই । # ইপিনে অঞ্চলটোৰ ৩ নং ৰংকুট ব্লকৰ দিলীপ নাথ নামৰ আন এজন বিবাহিত পুৰুষ বিগত ১৭ দিন ধৰি সন্ধানহী হৈ আছে ।
    3
    # হাওৰাঘাটৰ ৰংকুট চবাই ক্ৰ' গাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।
# ঘটনাস্থলীত আৰক্ষী প্ৰশাসন আহি উপস্থিত হৈছে । যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা নাই ।
# ইপিনে অঞ্চলটোৰ ৩ নং ৰংকুট ব্লকৰ দিলীপ নাথ নামৰ আন এজন বিবাহিত পুৰুষ বিগত ১৭ দিন ধৰি সন্ধানহী হৈ আছে ।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    20 hrs ago
  • 📌প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম সলনি কৰাক লৈ সৰৱ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা 📌বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা বিষয় টোৱে অসম তথা অসমীয়াক চূড়ান্ত অপমান কৰা হৈছে বুলি মন্তব্য বিধায়ক গৰাকীৰ। *ৰূপহী হাটৰ পৰা মোজাম্মেল হুছেইন*
    1
    📌প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম সলনি কৰাক লৈ সৰৱ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা
📌বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা বিষয় টোৱে অসম তথা অসমীয়াক চূড়ান্ত অপমান কৰা হৈছে বুলি মন্তব্য বিধায়ক গৰাকীৰ।
*ৰূপহী হাটৰ পৰা মোজাম্মেল হুছেইন*
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    23 hrs ago
  • কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা ভৱিষ্যদ্বাণী । মুখ্য মন্ত্ৰীয়ে ভৱিষ্যদ্বাণী কৰা কথাবোৰ সঁচা প্ৰমাণিত হ'ল ।
    1
    কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা ভৱিষ্যদ্বাণী । মুখ্য মন্ত্ৰীয়ে ভৱিষ্যদ্বাণী কৰা কথাবোৰ সঁচা প্ৰমাণিত হ'ল ।
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.