Shuru
Apke Nagar Ki App…
এইবাৰ যোৰহাটত গৌৰৱ গগৈ জিকিব নে।ব্যক্তি আক্ৰমণৰ পৰা নিলগত থাকি কি কলে গৌৰৱে।কিয় ৰাইজে গৌৰৱক বিচাৰিছে
RH
Rohit Harijan
এইবাৰ যোৰহাটত গৌৰৱ গগৈ জিকিব নে।ব্যক্তি আক্ৰমণৰ পৰা নিলগত থাকি কি কলে গৌৰৱে।কিয় ৰাইজে গৌৰৱক বিচাৰিছে
More news from Jorhat and nearby areas
- যোৰহাট আঞ্চলিক বন বিষয়া ইকবাল আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল। কেইবাটাও অবৈধ কাৰ্যৰ লগত আঞ্চলিক বন বিষয়া ইকবাল আহমেদ জড়িত থকাৰ অভিযোগ তুলি 'সদৌ অসম দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতি'নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰে এজাহাৰ।1
- লোকসভাৰ ১৪ টা সমষ্টিৰ আটাইতকৈ আকৰ্ষণীয় সমষ্টি যোৰহাট। যোৰহাটত কোনে মাৰিব শেষ হাঁহি?1
- JDP NEWS ৰ শিশু প্ৰতিভা বিকাশ মঞ্চ অসমৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ কৰি "ৰাভা দিৱস" উপলক্ষে অনলাইন সদৌ অসম ভিত্তিত কবিতা আবৃত্তি, ছবি অঁকা আৰু বিষ্ণু ৰাভা গীতত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আবৃত্তি আৰু ছবি অঁকা দুটা শাখাত অনুষ্ঠিত হ'ব। "ক" শাখা- (১০ বছৰৰ তলৰ) কবিতা- ভাঙ্ ভাঙ্। (০১) জুবি দাস, দুলিয়াজান, ডিব্ৰুগড়। (০২) প্ৰজ্ঞা পৰমিকা হাজৰিকা, কুঁৱৰী আটি,কামপুৰ, নগাঁও। (০৩) বাস্তৱিকা গগৈ, নাজিৰা, শিৱসাগৰ। (০৪) আদি চেতিয়া, বৰহোলা, যোৰহাট। (০৫) জয়শ্ৰী কলিতা, ডিমৌ, শিৱসাগৰ। (০৬) আয়ত ফাৰ্জানা, বৈৰাগীমঠ,ডিব্ৰুগড়। (০৭) অদিভিৎ বৰা, বালিগাঁও, যোৰহাট। (০৮) জাকিৰ আচিফ, তিতাবৰ, যোৰহাট। (০৯) সৰিল সভিত বড়া, তিতাবৰ, যোৰহাট। (১০) অঞ্জিষ্ঠা দত্ত, মিলন নগৰ, ডিব্ৰুগড়। (১১) জোন যাদৱ, ডুমডুমা, তিনিচুকীয়া। (১২) দৰ্পনা কাকতি, জৰাবাৰী কাকতি গাঁও, শিৱসাগৰ। (১৩) আদ্যাশা চেতিয়া , ডিগবৈ, তিনিচুকীয়া। (১৪) খ্যাতি সোনোৱাল, দুলীয়াজান,ডিব্ৰুগড়। (১৫) ৰঞ্জনা দাস, দুলীয়াজান, ডিব্ৰুগড়। (১৬) নয়ন জ্যোতি মিলি, বকুলডোৱা কৈৱর্ত দলনি, শিৱসাগৰ। (১৭) গংগোত্ৰী নাথ, টিলিকিআম, বেজগাঁও যোৰহাট। (১৮) কৃষ্টি ৰেখা খাকলাৰী, ঘংৰাগাঁও, বঢ়মপুৰ, নগাঁও। (১৯) দীপ্যমান গগৈ, বেলতল জাপিসজীয়া গাঁও, চেলেংহাট (টীয়ক), যোৰহাট। (২০) আৰহী বায়ন, জ্যোতিনগৰ, ডিব্ৰুগড়। (২১) নৈঋত সোনোৱাল, মিলন নগৰ, ডিব্ৰুগড়।1
- আজিৰে পৰা যোৰহাট জিলাত ফেক্টৰীয়ে ল’ব কেঁচাপাত ২৯ মে’ত জিলা আয়ুক্তৰ সভাগৃহত হৈছিল বৈঠক জিলা প্ৰশাসন, ক্ষুদ্ৰ চাহ খেতিয়ক, বটলিফ ফেক্টৰী সন্থাৰ বৈঠক উপস্থিত আছিল বহুকেইটা সংগঠনৰ বিষয়ববীয়া1
- লোকসভাৰ ১৪ টা সমষ্টিৰ আটাইতকৈ আকৰ্ষণীয় সমষ্টি যোৰহাট। যোৰহাটত কোনে মাৰিব শেষ হাঁহি?1
- যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পৰি ৰোৱা এটা গৰাকীবিহীন মৃতদেহৰ মৰ্মান্তিক কাহিনী..পৰিয়াল থকাৰ পাছতো এজন দুৰ্ভগীয়া যুৱকৰ মৃতদেহ কিয় অৱহেলিত হৈ পৰি ৰ'ল ? মৃতদেহ সৎকাৰ কৰিলে চিকিৎসালয়ৰ চাফাই কৰ্মীয়ে..চিতাৰ কাষত নাছিল তেওঁৰ এজনো আপোন মানুহ..1
- যোৰহাট লোকসভা সমষ্টিত শেষ হাঁহি মাৰিব গৌৰৱ গগৈয়ে : ভাস্কৰ বৰুৱা...1
- যোৰহাট প্ৰেছ ক্লাবত লেখক অৰুণ শইকীয়াৰ উপন্যাস"তিমিৰ ফাৰিয়া" আৰু কাব্যগ্ৰন্থ "অভিমন্যুৰ প্ৰতি" উন্মোচন1