logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অকাল মৃত্যু হোৱা আহোম জনগোষ্ঠীৰ অন্যতম যোদ্ধা তথা অসমীয়াৰ জাতিৰ প্ৰধান সেৱক হিচাপে পৰিচিত প্ৰাঞ্জল ৰাজকোঁৱৰ। ⭕যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অকাল মৃত্যু হোৱা আহোম জনগোষ্ঠীৰ অন্যতম যোদ্ধা তথা অসমীয়াৰ জাতিৰ প্ৰধান সেৱক হিচাপে পৰিচিত প্ৰাঞ্জল ৰাজকোঁৱৰ। ⭕আজি তিনিচুকীয়াত আটাছু নেতা প্ৰাঞ্জল ৰাজকোঁৱৰৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে। ⭕সদৌ তাই আহোম ছাত্র সন্থা,সদৌ অসম আহোম সভা তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ যৌথ উদ্যোগত তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা এই আদ্যশ্ৰাদ্ধ। ⭕আহোম জনগোষ্ঠীৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ⭕প্ৰাঞ্জল ৰাজকোঁৱৰৰ সোঁৱৰণীত অক্লান্ত সৈনিক নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন। ⭕উক্ত ৰাজহুৱা আদ্যশ্ৰাদ্ধ খনিত তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী পুলক গোহাঁই প্ৰমুখ্যে কৰি যথেষ্ট সংখ্যক গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।

2 hrs ago
user_Ratul Deka
Ratul Deka
Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
2 hrs ago

যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অকাল মৃত্যু হোৱা আহোম জনগোষ্ঠীৰ অন্যতম যোদ্ধা তথা অসমীয়াৰ জাতিৰ প্ৰধান সেৱক হিচাপে পৰিচিত প্ৰাঞ্জল ৰাজকোঁৱৰ। ⭕যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অকাল মৃত্যু হোৱা আহোম জনগোষ্ঠীৰ অন্যতম যোদ্ধা তথা অসমীয়াৰ জাতিৰ প্ৰধান সেৱক হিচাপে পৰিচিত প্ৰাঞ্জল ৰাজকোঁৱৰ। ⭕আজি তিনিচুকীয়াত আটাছু নেতা প্ৰাঞ্জল ৰাজকোঁৱৰৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে। ⭕সদৌ তাই আহোম ছাত্র সন্থা,সদৌ অসম আহোম সভা তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ যৌথ উদ্যোগত তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা এই আদ্যশ্ৰাদ্ধ। ⭕আহোম জনগোষ্ঠীৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ⭕প্ৰাঞ্জল ৰাজকোঁৱৰৰ সোঁৱৰণীত অক্লান্ত সৈনিক নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন। ⭕উক্ত ৰাজহুৱা আদ্যশ্ৰাদ্ধ খনিত তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী পুলক গোহাঁই প্ৰমুখ্যে কৰি যথেষ্ট সংখ্যক গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।

More news from অসম and nearby areas
  • *আজি নিশা লেখাপানীত এক বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে। *লেখাপানী ৰেলৱে ষ্টেচনৰ সমীপৰ আনন্দ গুৰুঙ নামৰ লোকজনৰ ঘৰৰ পৰা কোনো দুৰ্বৃত্তই চুৰ কৰি নিয়ে বাইকখন। *জাগুন চেণ্ট ভিনচেণ্ট বিদ্যালয়ত শিক্ষকতা কৰা আনন্দ গুৰুঙ পুৱা বিদ্যালয়লৈ যাবলৈ ওলাই নিৰ্দিষ্ট স্থানত বাইক খন নেদেখি ওচৰ চুবুৰীয়াৰ ঘৰত খবৰ কৰি কোনো শুংসূত্ৰ লাভ নকৰাত অঞ্চলটোত হুৱা দুৱা লাগে। *AS-23-Y-7218 নম্বৰৰ কলা ৰঙৰ ছুপাৰ স্পেলেণ্ডৰ বাইক খন সন্দৰ্ভত ইতিমধ্যে গৰাকী আনন্দ গুৰুঙ আৰু স্থানীয় গাওঁ প্ৰধান ভৰত ছেত্ৰীয়ে লেখাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। *বাইক খন সন্দৰ্ভত কোনো লোকে সম্ভেদ লাভ কৰিলে তৎক্ষণাত লেখাপানী আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে বাইক খনৰ গৰাকীয়ে।
    1
    *আজি নিশা লেখাপানীত এক বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে।
*লেখাপানী ৰেলৱে ষ্টেচনৰ সমীপৰ আনন্দ গুৰুঙ নামৰ লোকজনৰ ঘৰৰ পৰা কোনো দুৰ্বৃত্তই চুৰ কৰি নিয়ে বাইকখন।
*জাগুন চেণ্ট ভিনচেণ্ট বিদ্যালয়ত শিক্ষকতা কৰা আনন্দ গুৰুঙ পুৱা বিদ্যালয়লৈ যাবলৈ ওলাই নিৰ্দিষ্ট স্থানত বাইক খন নেদেখি ওচৰ চুবুৰীয়াৰ ঘৰত খবৰ কৰি কোনো শুংসূত্ৰ লাভ নকৰাত অঞ্চলটোত হুৱা দুৱা লাগে।
*AS-23-Y-7218 নম্বৰৰ কলা ৰঙৰ ছুপাৰ স্পেলেণ্ডৰ বাইক খন সন্দৰ্ভত ইতিমধ্যে গৰাকী আনন্দ গুৰুঙ আৰু স্থানীয় গাওঁ প্ৰধান ভৰত ছেত্ৰীয়ে লেখাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।
*বাইক খন সন্দৰ্ভত কোনো লোকে সম্ভেদ লাভ কৰিলে তৎক্ষণাত লেখাপানী আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে বাইক খনৰ গৰাকীয়ে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    21 hrs ago
  • তিনিচুকীয়াৰ হাঁহখাটী অঞ্চলৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয় তথা চিনিয়ৰ চেকেণ্ডাৰীয়ে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথমবাৰৰ বাবে অংশ লৈ উজ্জ্বল সফলতা লাভ কৰে। মুঠ ৪ গৰাকী প্ৰথম বিভাগত (৩ গৰাকী ষ্টাৰ), ১৩ গৰাকী দ্বিতীয় আৰু ১৭ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। পিছপৰা অঞ্চলটোত গুণগত শিক্ষাৰ বাবে বিদ্যালয়খন বিশেষভাৱে পৰিচিত।
    1
    তিনিচুকীয়াৰ হাঁহখাটী অঞ্চলৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয় তথা চিনিয়ৰ চেকেণ্ডাৰীয়ে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথমবাৰৰ বাবে অংশ লৈ উজ্জ্বল সফলতা লাভ কৰে। মুঠ ৪ গৰাকী প্ৰথম বিভাগত (৩ গৰাকী ষ্টাৰ), ১৩ গৰাকী দ্বিতীয় আৰু ১৭ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। পিছপৰা অঞ্চলটোত গুণগত শিক্ষাৰ বাবে বিদ্যালয়খন বিশেষভাৱে পৰিচিত।
    user_Sadiya Time
    Sadiya Time
    Local News Reporter শদিয়া, তিনিচুকীয়া, অসম•
    6 hrs ago
  • ভাৰতীয় জনতা পাৰ্টি দলৰ জ্যেষ্ঠ বিধায়ক, দুটাকৈ কাৰ্যকালৰ মন্ত্ৰী আৰু শেষতীয়াকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মন্ত্ৰী যোগেন মহনক আজি মৰাণত এশৰো অধিক দল-সংগঠণ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজহুৱা সম্বৰ্ধনা জনাই ।
    1
    ভাৰতীয় জনতা পাৰ্টি দলৰ জ্যেষ্ঠ বিধায়ক, দুটাকৈ কাৰ্যকালৰ মন্ত্ৰী আৰু শেষতীয়াকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মন্ত্ৰী যোগেন মহনক আজি মৰাণত এশৰো অধিক দল-সংগঠণ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজহুৱা সম্বৰ্ধনা জনাই ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    48 min ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    6 hrs ago
  • মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক যোগেন মহন ৰাজ্যসভাৰ সাংসদ হোৱাৰ পাছত মৰাণত বিভিন্ন দল সংগঠনে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাই ।
    1
    মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক যোগেন মহন ৰাজ্যসভাৰ সাংসদ হোৱাৰ পাছত মৰাণত বিভিন্ন দল সংগঠনে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাই ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    23 hrs ago
  • *যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন* ...........................…............ *যোৰহাট, ২৮ এপ্ৰিলঃ* যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ আজি দশম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা অৰ্জন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু প্ৰতিভা প্ৰদৰ্শনেৰে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। বিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে। অনুষ্ঠানত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    1
    *যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন*
...........................…............
*যোৰহাট, ২৮ এপ্ৰিলঃ*
যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ আজি দশম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা অৰ্জন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু প্ৰতিভা প্ৰদৰ্শনেৰে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। বিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে।
অনুষ্ঠানত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
*(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    user_Huntu sen kachari
    Huntu sen kachari
    Dancer Dhemaji, Assam•
    9 hrs ago
  • পুনৰ উচ্চতৰ মাধ্যমিকত ১০০ শতাংশৰে উজ্বলিল ডিগবৈ মামৰণি গাঁৱৰ ছাত্ৰ -ছাত্ৰী ।
    1
    পুনৰ উচ্চতৰ মাধ্যমিকত ১০০ শতাংশৰে উজ্বলিল ডিগবৈ মামৰণি গাঁৱৰ ছাত্ৰ -ছাত্ৰী ।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    4 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    12 hrs ago
  • *উত্তৰ-পশ্চিম যোৰহাটত ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ জিলিকনি* ...................................... *যোৰহাট, ২৮ এপ্ৰিলঃ* আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তৰ-পশ্চিম যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে উজ্জ্বল সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয় খনৰ বাণিজ্য শাখাত ২৬ জন ছাত্ৰ-ছাত্ৰীৰ সকলোয়ে উত্তীৰ্ণ হয়। ইয়াৰে ৬ জনে প্ৰথম বিভাগ, ১৭ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগ লাভ কৰে। আনহাতে, কলা শাখাত ২১০ জনৰ ভিতৰত ১৯৭ জনে উত্তীৰ্ণ হৈ ৯৪ শতাংশ ফলাফল অৰ্জন কৰে। বিদ্যালয়খনৰ এই সাফল্যত অধ্যক্ষ জয়ন্ত বৰদলৈৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীয়ে গৌৰৱ প্ৰকাশ কৰিছে।### *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    1
    *উত্তৰ-পশ্চিম যোৰহাটত ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ জিলিকনি*
......................................
*যোৰহাট, ২৮ এপ্ৰিলঃ*
আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তৰ-পশ্চিম যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে উজ্জ্বল সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বিদ্যালয় খনৰ বাণিজ্য শাখাত ২৬ জন ছাত্ৰ-ছাত্ৰীৰ সকলোয়ে উত্তীৰ্ণ হয়। ইয়াৰে ৬ জনে প্ৰথম বিভাগ, ১৭ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগ লাভ কৰে। আনহাতে, কলা শাখাত ২১০ জনৰ ভিতৰত ১৯৭ জনে উত্তীৰ্ণ হৈ ৯৪ শতাংশ ফলাফল অৰ্জন কৰে।
বিদ্যালয়খনৰ এই সাফল্যত অধ্যক্ষ জয়ন্ত বৰদলৈৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীয়ে গৌৰৱ প্ৰকাশ কৰিছে।###
*(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    user_Huntu sen kachari
    Huntu sen kachari
    Dancer Dhemaji, Assam•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.