logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজি নিশা লেখাপানীত এক বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে As-23-y-7218 নম্বৰৰ কলা ছুপাৰ স্পেলেণ্ডৰ বাইক । *আজি নিশা লেখাপানীত এক বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে। *লেখাপানী ৰেলৱে ষ্টেচনৰ সমীপৰ আনন্দ গুৰুঙ নামৰ লোকজনৰ ঘৰৰ পৰা কোনো দুৰ্বৃত্তই চুৰ কৰি নিয়ে বাইকখন। *জাগুন চেণ্ট ভিনচেণ্ট বিদ্যালয়ত শিক্ষকতা কৰা আনন্দ গুৰুঙ পুৱা বিদ্যালয়লৈ যাবলৈ ওলাই নিৰ্দিষ্ট স্থানত বাইক খন নেদেখি ওচৰ চুবুৰীয়াৰ ঘৰত খবৰ কৰি কোনো শুংসূত্ৰ লাভ নকৰাত অঞ্চলটোত হুৱা দুৱা লাগে। *AS-23-Y-7218 নম্বৰৰ কলা ৰঙৰ ছুপাৰ স্পেলেণ্ডৰ বাইক খন সন্দৰ্ভত ইতিমধ্যে গৰাকী আনন্দ গুৰুঙ আৰু স্থানীয় গাওঁ প্ৰধান ভৰত ছেত্ৰীয়ে লেখাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। *বাইক খন সন্দৰ্ভত কোনো লোকে সম্ভেদ লাভ কৰিলে তৎক্ষণাত লেখাপানী আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে বাইক খনৰ গৰাকীয়ে।

20 hrs ago
user_Deepak Das
Deepak Das
Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
20 hrs ago

আজি নিশা লেখাপানীত এক বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে As-23-y-7218 নম্বৰৰ কলা ছুপাৰ স্পেলেণ্ডৰ বাইক । *আজি নিশা লেখাপানীত এক বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে। *লেখাপানী ৰেলৱে ষ্টেচনৰ সমীপৰ আনন্দ গুৰুঙ নামৰ লোকজনৰ ঘৰৰ পৰা কোনো দুৰ্বৃত্তই চুৰ কৰি নিয়ে বাইকখন। *জাগুন চেণ্ট ভিনচেণ্ট বিদ্যালয়ত শিক্ষকতা কৰা আনন্দ গুৰুঙ পুৱা বিদ্যালয়লৈ যাবলৈ ওলাই নিৰ্দিষ্ট স্থানত বাইক খন নেদেখি ওচৰ চুবুৰীয়াৰ ঘৰত খবৰ কৰি কোনো শুংসূত্ৰ লাভ নকৰাত অঞ্চলটোত হুৱা দুৱা লাগে। *AS-23-Y-7218 নম্বৰৰ কলা ৰঙৰ ছুপাৰ স্পেলেণ্ডৰ বাইক খন সন্দৰ্ভত ইতিমধ্যে গৰাকী আনন্দ গুৰুঙ আৰু স্থানীয় গাওঁ প্ৰধান ভৰত ছেত্ৰীয়ে লেখাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। *বাইক খন সন্দৰ্ভত কোনো লোকে সম্ভেদ লাভ কৰিলে তৎক্ষণাত লেখাপানী আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে বাইক খনৰ গৰাকীয়ে।

More news from Tinsukia and nearby areas
  • পিতৃহাৰা , অতি দুখীয়া পৰিয়ালৰ ছাত্ৰী লাকী শইকীয়াই উচ্চতৰ মাধ্যমিকত কলা শাখাত ৯১ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ । ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ ছাত্ৰী লাকী।
    1
    পিতৃহাৰা , অতি দুখীয়া পৰিয়ালৰ ছাত্ৰী লাকী শইকীয়াই উচ্চতৰ মাধ্যমিকত কলা শাখাত ৯১ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ ।
ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ ছাত্ৰী লাকী।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    3 hrs ago
  • তিনিচুকীয়াৰ হাঁহখাটী অঞ্চলৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয় তথা চিনিয়ৰ চেকেণ্ডাৰীয়ে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথমবাৰৰ বাবে অংশ লৈ উজ্জ্বল সফলতা লাভ কৰে। মুঠ ৪ গৰাকী প্ৰথম বিভাগত (৩ গৰাকী ষ্টাৰ), ১৩ গৰাকী দ্বিতীয় আৰু ১৭ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। পিছপৰা অঞ্চলটোত গুণগত শিক্ষাৰ বাবে বিদ্যালয়খন বিশেষভাৱে পৰিচিত।
    1
    তিনিচুকীয়াৰ হাঁহখাটী অঞ্চলৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয় তথা চিনিয়ৰ চেকেণ্ডাৰীয়ে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথমবাৰৰ বাবে অংশ লৈ উজ্জ্বল সফলতা লাভ কৰে। মুঠ ৪ গৰাকী প্ৰথম বিভাগত (৩ গৰাকী ষ্টাৰ), ১৩ গৰাকী দ্বিতীয় আৰু ১৭ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। পিছপৰা অঞ্চলটোত গুণগত শিক্ষাৰ বাবে বিদ্যালয়খন বিশেষভাৱে পৰিচিত।
    user_Sadiya Time
    Sadiya Time
    Local News Reporter শদিয়া, তিনিচুকীয়া, অসম•
    4 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    5 hrs ago
  • মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক যোগেন মহন ৰাজ্যসভাৰ সাংসদ হোৱাৰ পাছত মৰাণত বিভিন্ন দল সংগঠনে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাই ।
    1
    মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক যোগেন মহন ৰাজ্যসভাৰ সাংসদ হোৱাৰ পাছত মৰাণত বিভিন্ন দল সংগঠনে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাই ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    22 hrs ago
  • mat panshing korisu
    1
    mat panshing korisu
    user_RINTULOHAR
    RINTULOHAR
    ডিমৌ, শিৱসাগৰ, অসম•
    18 hrs ago
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    2 hrs ago
  • পুনৰ উচ্চতৰ মাধ্যমিকত ১০০ শতাংশৰে উজ্বলিল ডিগবৈ মামৰণি গাঁৱৰ ছাত্ৰ -ছাত্ৰী ।
    1
    পুনৰ উচ্চতৰ মাধ্যমিকত ১০০ শতাংশৰে উজ্বলিল ডিগবৈ মামৰণি গাঁৱৰ ছাত্ৰ -ছাত্ৰী ।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    3 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    11 hrs ago
  • ভনীয়েকৰ ন/ৰ কং#কাল লৈ ককায়েক হাজিৰ হ'ল বেংকত । সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱা এই ঘটনাই সকলোকে ভৱাই তুলিছে। উল্লেখ যে, উৰিষ্যাৰ এজন ব্যক্তিয়ে নিজৰ মৃ#ত ভনীয়েকৰ কবৰ খান্দি তাইৰ কংকালটো লৈ আহিছিল প্ৰমাণ কৰিবলৈ যে তাইৰ মৃ*ত্যু হৈছে। জানিব পৰা মতে তেওঁৰ ভণ্টীৰ একাউণ্টত জমা থকা টকাৰ পৰা ২০ হাজাৰ উলিয়াবলৈ চেষ্টা কৰিছিল যদিও বেংকৰ বিষয়াসকলে ব্যক্তিজনক একাউণ্টধাৰীজনক ব্যক্তিগতভাৱে আনিবলৈ কয়। কিন্তু বাৰে বাৰে তাইৰ মৃ*ত্যু হোৱা বুলি কোৱাৰ পিছতো সিহঁতে নুশুনিলে। হতাশ হৈ আৰু আইনী প্ৰক্ৰিয়াৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবেই তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে। এই ঘটনাই কেৱল সজাগতাৰ অভাৱেই নহয়, ব্যৱস্থাটোত মানৱীয় মৌলিক বুজাবুজিৰ বিফলতাও দেখুৱাইছে বুলি দেশজুৰি আলোচিত হৈছে।
    1
    ভনীয়েকৰ ন/ৰ কং#কাল লৈ ককায়েক হাজিৰ হ'ল বেংকত । সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱা এই ঘটনাই সকলোকে ভৱাই তুলিছে। উল্লেখ যে, উৰিষ্যাৰ এজন ব্যক্তিয়ে নিজৰ মৃ#ত ভনীয়েকৰ কবৰ খান্দি তাইৰ কংকালটো লৈ আহিছিল প্ৰমাণ কৰিবলৈ যে তাইৰ মৃ*ত্যু হৈছে। জানিব পৰা মতে তেওঁৰ ভণ্টীৰ একাউণ্টত জমা থকা টকাৰ পৰা ২০ হাজাৰ উলিয়াবলৈ চেষ্টা কৰিছিল যদিও বেংকৰ বিষয়াসকলে ব্যক্তিজনক একাউণ্টধাৰীজনক ব্যক্তিগতভাৱে আনিবলৈ কয়। কিন্তু বাৰে বাৰে তাইৰ মৃ*ত্যু হোৱা বুলি কোৱাৰ পিছতো সিহঁতে নুশুনিলে। হতাশ হৈ আৰু আইনী প্ৰক্ৰিয়াৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবেই তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে। এই ঘটনাই কেৱল সজাগতাৰ অভাৱেই নহয়, ব্যৱস্থাটোত মানৱীয় মৌলিক বুজাবুজিৰ বিফলতাও দেখুৱাইছে বুলি দেশজুৰি আলোচিত হৈছে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.