Shuru
Apke Nagar Ki App…
বোকাৰ পদুম হৈ উজ্বলিল ঐতিহাসিক শিৱসাগৰৰ মেটেকা দিহিং থান পথৰ নিৱাসী নৱপ্ৰতীম ভূঞা ৷ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ নৱপ্ৰতীমে আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিজ্ঞান শাখাত চাৰিটা বিষয়ত লেটাৰ সহিতে ৮৬ শতাংশ নম্বৰেৰে জিলিকি উঠে ৷ মাতৃয়ে দিন হাজিৰা, ঘৰৰ পিৰালীত এখন সৰু ঘুমতিত তামোল, পান, শাক - পাচলী বিক্ৰি কৰি পঢ়াইছিল এক মাত্ৰ সন্তানটিক ৷ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা সূখ্যাতিৰে নৱপ্ৰতীমে উত্তীৰ্ণ হোৱাৰ পিছতেই মেটেকা দিহিং থান পথত আনন্দৰ বন্যা বৈয়ছে ৷ উৰুখা পঁজাৰ পৰা সফলতাৰ স্পৰ্শৰে বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা মাতৃ বিউটি ভূঞা আৰু পুত্ৰ নৱপ্ৰতীমক অঞ্চলবাসীয়ে জনালে উস্ম আদৰণী ৷
Mustak ali

More news from অসম and nearby areas
- Post by Mustak ali1
- ভনীয়েকৰ ন/ৰ কং#কাল লৈ ককায়েক হাজিৰ হ'ল বেংকত । সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱা এই ঘটনাই সকলোকে ভৱাই তুলিছে। উল্লেখ যে, উৰিষ্যাৰ এজন ব্যক্তিয়ে নিজৰ মৃ#ত ভনীয়েকৰ কবৰ খান্দি তাইৰ কংকালটো লৈ আহিছিল প্ৰমাণ কৰিবলৈ যে তাইৰ মৃ*ত্যু হৈছে। জানিব পৰা মতে তেওঁৰ ভণ্টীৰ একাউণ্টত জমা থকা টকাৰ পৰা ২০ হাজাৰ উলিয়াবলৈ চেষ্টা কৰিছিল যদিও বেংকৰ বিষয়াসকলে ব্যক্তিজনক একাউণ্টধাৰীজনক ব্যক্তিগতভাৱে আনিবলৈ কয়। কিন্তু বাৰে বাৰে তাইৰ মৃ*ত্যু হোৱা বুলি কোৱাৰ পিছতো সিহঁতে নুশুনিলে। হতাশ হৈ আৰু আইনী প্ৰক্ৰিয়াৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবেই তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে। এই ঘটনাই কেৱল সজাগতাৰ অভাৱেই নহয়, ব্যৱস্থাটোত মানৱীয় মৌলিক বুজাবুজিৰ বিফলতাও দেখুৱাইছে বুলি দেশজুৰি আলোচিত হৈছে।1
- mat panshing korisu1
- Slug: Moran– Irregularities in school construction —--------------------------------------------1
- Commonwealth Youth and Junior Weightlifting Championship (Samoa)ত চৰাইদেউৰ অভিনৱ গগৈয়ে ৭১ কেজি Youth & Junior শ্ৰেণীত ৪টা ৰেকৰ্ড গঢ়ি স্বৰ্ণ পদক জয় কৰে । তেওঁৰ দৰ্শনীয় প্ৰদৰ্শন— 🏋️♂️ Snatch: ১২৯ কেজি 🏋️♂️ Clean & Jerk: ১৫৫ কেজি 🏋️♂️ Total: ২৮৪ কেজি1
- ৮০% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰা দীক্ষিতাৰ ঘৰত শোকাকুল পৰিৱেশ আজি তিলনি দিনাই আহিল দীক্ষিতাৰ ফলাফলৰ খবৰটো মৰাণৰ এটা পৰিয়ালত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে । মৰাণৰ ডোমৰ দলং গাঁৱৰ পিতৃ ৰত্ন শইকীয়া আৰু মাতৃ প্ৰয়াত জোনালী শইকীয়াৰ কন্যা দীক্ষিতা শইকীয়াই আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফলত ৮০% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে । কিন্তু এই ফলাফললৈ ৰৈ নাথাকিলে দীক্ষিতা শইকীয়া । মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰী গৰাকী । যোৱা শনিবাৰে ছাত্ৰী গৰাকীৰ হঠাৎ পেটৰ বিষ হোৱাত ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আৰু এই চিকিৎসালয়খনতে দেওবাৰে পুৱতি নিশা মৃত্যুক আকোৱালি ললে ছাত্ৰী গৰাকীয়ে । আজি তাইৰ তিলনি । এক শোকাকুল পৰিৱেশৰ মাজত তিলনী চলি থকাৰ মাজতে আহিল পৰীক্ষা ফলাফলৰ খবৰটো । যাৰ বাবে তাত উপস্থিত থকা সকলোৱে চকুত চকুলো ববলৈ ধৰে ।1
- বিজ্ঞান শাখাত উজ্বলিল সোণতলীৰ শ্বান একাডেমী ছিনিয়ৰ ছেকণ্ডাৰী স্কুল।1
- Post by Mustak ali1