Shuru
Apke Nagar Ki App…
খোৱাঙৰ নাহৰণিত বিদ্যালয় নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ ১কোটি ৮০ লাখ টকা পানীত পৰিবলৈ নিদিয়ে ৰাইজে । নিৰ্মাণ কাৰ্য উন্নত মানদণ্ড নকৰা পৰ্যন্ত বন্ধ কৰি দিছে কাম Slug: Moran– Irregularities in school construction —--------------------------------------------
Moran Dorpon
খোৱাঙৰ নাহৰণিত বিদ্যালয় নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ ১কোটি ৮০ লাখ টকা পানীত পৰিবলৈ নিদিয়ে ৰাইজে । নিৰ্মাণ কাৰ্য উন্নত মানদণ্ড নকৰা পৰ্যন্ত বন্ধ কৰি দিছে কাম Slug: Moran– Irregularities in school construction —--------------------------------------------
More news from অসম and nearby areas
- Slug: Moran– Irregularities in school construction —--------------------------------------------1
- Commonwealth Youth and Junior Weightlifting Championship (Samoa)ত চৰাইদেউৰ অভিনৱ গগৈয়ে ৭১ কেজি Youth & Junior শ্ৰেণীত ৪টা ৰেকৰ্ড গঢ়ি স্বৰ্ণ পদক জয় কৰে । তেওঁৰ দৰ্শনীয় প্ৰদৰ্শন— 🏋️♂️ Snatch: ১২৯ কেজি 🏋️♂️ Clean & Jerk: ১৫৫ কেজি 🏋️♂️ Total: ২৮৪ কেজি1
- ৮০% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰা দীক্ষিতাৰ ঘৰত শোকাকুল পৰিৱেশ আজি তিলনি দিনাই আহিল দীক্ষিতাৰ ফলাফলৰ খবৰটো মৰাণৰ এটা পৰিয়ালত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে । মৰাণৰ ডোমৰ দলং গাঁৱৰ পিতৃ ৰত্ন শইকীয়া আৰু মাতৃ প্ৰয়াত জোনালী শইকীয়াৰ কন্যা দীক্ষিতা শইকীয়াই আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফলত ৮০% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে । কিন্তু এই ফলাফললৈ ৰৈ নাথাকিলে দীক্ষিতা শইকীয়া । মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰী গৰাকী । যোৱা শনিবাৰে ছাত্ৰী গৰাকীৰ হঠাৎ পেটৰ বিষ হোৱাত ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আৰু এই চিকিৎসালয়খনতে দেওবাৰে পুৱতি নিশা মৃত্যুক আকোৱালি ললে ছাত্ৰী গৰাকীয়ে । আজি তাইৰ তিলনি । এক শোকাকুল পৰিৱেশৰ মাজত তিলনী চলি থকাৰ মাজতে আহিল পৰীক্ষা ফলাফলৰ খবৰটো । যাৰ বাবে তাত উপস্থিত থকা সকলোৱে চকুত চকুলো ববলৈ ধৰে ।1
- mat panshing korisu1
- Post by Mustak ali1
- ভনীয়েকৰ ন/ৰ কং#কাল লৈ ককায়েক হাজিৰ হ'ল বেংকত । সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱা এই ঘটনাই সকলোকে ভৱাই তুলিছে। উল্লেখ যে, উৰিষ্যাৰ এজন ব্যক্তিয়ে নিজৰ মৃ#ত ভনীয়েকৰ কবৰ খান্দি তাইৰ কংকালটো লৈ আহিছিল প্ৰমাণ কৰিবলৈ যে তাইৰ মৃ*ত্যু হৈছে। জানিব পৰা মতে তেওঁৰ ভণ্টীৰ একাউণ্টত জমা থকা টকাৰ পৰা ২০ হাজাৰ উলিয়াবলৈ চেষ্টা কৰিছিল যদিও বেংকৰ বিষয়াসকলে ব্যক্তিজনক একাউণ্টধাৰীজনক ব্যক্তিগতভাৱে আনিবলৈ কয়। কিন্তু বাৰে বাৰে তাইৰ মৃ*ত্যু হোৱা বুলি কোৱাৰ পিছতো সিহঁতে নুশুনিলে। হতাশ হৈ আৰু আইনী প্ৰক্ৰিয়াৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবেই তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে। এই ঘটনাই কেৱল সজাগতাৰ অভাৱেই নহয়, ব্যৱস্থাটোত মানৱীয় মৌলিক বুজাবুজিৰ বিফলতাও দেখুৱাইছে বুলি দেশজুৰি আলোচিত হৈছে।1
- *যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন* ...........................…............ *যোৰহাট, ২৮ এপ্ৰিলঃ* যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ আজি দশম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা অৰ্জন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু প্ৰতিভা প্ৰদৰ্শনেৰে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। বিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে। অনুষ্ঠানত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*1
- Post by Moran Dorpon1