Shuru
Apke Nagar Ki App…
পিতৃহাৰা , অতি দুখীয়া পৰিয়ালৰ ছাত্ৰী লাকী শইকীয়াই উচ্চতৰ মাধ্যমিকত কলা শাখাত ৯১ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ । ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ ছাত্ৰী লাকী। পিতৃহাৰা , অতি দুখীয়া পৰিয়ালৰ ছাত্ৰী লাকী শইকীয়াই উচ্চতৰ মাধ্যমিকত কলা শাখাত ৯১ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ । ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ ছাত্ৰী লাকী।
জেৰিণা আৰ হাজৰিকা
পিতৃহাৰা , অতি দুখীয়া পৰিয়ালৰ ছাত্ৰী লাকী শইকীয়াই উচ্চতৰ মাধ্যমিকত কলা শাখাত ৯১ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ । ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ ছাত্ৰী লাকী। পিতৃহাৰা , অতি দুখীয়া পৰিয়ালৰ ছাত্ৰী লাকী শইকীয়াই উচ্চতৰ মাধ্যমিকত কলা শাখাত ৯১ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ । ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ ছাত্ৰী লাকী।
More news from অসম and nearby areas
- তিনিচুকীয়াৰ হাঁহখাটী অঞ্চলৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয় তথা চিনিয়ৰ চেকেণ্ডাৰীয়ে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথমবাৰৰ বাবে অংশ লৈ উজ্জ্বল সফলতা লাভ কৰে। মুঠ ৪ গৰাকী প্ৰথম বিভাগত (৩ গৰাকী ষ্টাৰ), ১৩ গৰাকী দ্বিতীয় আৰু ১৭ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। পিছপৰা অঞ্চলটোত গুণগত শিক্ষাৰ বাবে বিদ্যালয়খন বিশেষভাৱে পৰিচিত।1
- *আজি নিশা লেখাপানীত এক বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে। *লেখাপানী ৰেলৱে ষ্টেচনৰ সমীপৰ আনন্দ গুৰুঙ নামৰ লোকজনৰ ঘৰৰ পৰা কোনো দুৰ্বৃত্তই চুৰ কৰি নিয়ে বাইকখন। *জাগুন চেণ্ট ভিনচেণ্ট বিদ্যালয়ত শিক্ষকতা কৰা আনন্দ গুৰুঙ পুৱা বিদ্যালয়লৈ যাবলৈ ওলাই নিৰ্দিষ্ট স্থানত বাইক খন নেদেখি ওচৰ চুবুৰীয়াৰ ঘৰত খবৰ কৰি কোনো শুংসূত্ৰ লাভ নকৰাত অঞ্চলটোত হুৱা দুৱা লাগে। *AS-23-Y-7218 নম্বৰৰ কলা ৰঙৰ ছুপাৰ স্পেলেণ্ডৰ বাইক খন সন্দৰ্ভত ইতিমধ্যে গৰাকী আনন্দ গুৰুঙ আৰু স্থানীয় গাওঁ প্ৰধান ভৰত ছেত্ৰীয়ে লেখাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। *বাইক খন সন্দৰ্ভত কোনো লোকে সম্ভেদ লাভ কৰিলে তৎক্ষণাত লেখাপানী আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে বাইক খনৰ গৰাকীয়ে।1
- Post by Moran Dorpon1
- মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক যোগেন মহন ৰাজ্যসভাৰ সাংসদ হোৱাৰ পাছত মৰাণত বিভিন্ন দল সংগঠনে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাই ।1
- *যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন* ...........................…............ *যোৰহাট, ২৮ এপ্ৰিলঃ* যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ আজি দশম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা অৰ্জন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু প্ৰতিভা প্ৰদৰ্শনেৰে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। বিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে। অনুষ্ঠানত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*1
- mat panshing korisu1
- পুনৰ উচ্চতৰ মাধ্যমিকত ১০০ শতাংশৰে উজ্বলিল ডিগবৈ মামৰণি গাঁৱৰ ছাত্ৰ -ছাত্ৰী ।1
- Post by Moran Dorpon1
- *উত্তৰ-পশ্চিম যোৰহাটত ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ জিলিকনি* ...................................... *যোৰহাট, ২৮ এপ্ৰিলঃ* আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তৰ-পশ্চিম যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে উজ্জ্বল সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয় খনৰ বাণিজ্য শাখাত ২৬ জন ছাত্ৰ-ছাত্ৰীৰ সকলোয়ে উত্তীৰ্ণ হয়। ইয়াৰে ৬ জনে প্ৰথম বিভাগ, ১৭ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগ লাভ কৰে। আনহাতে, কলা শাখাত ২১০ জনৰ ভিতৰত ১৯৭ জনে উত্তীৰ্ণ হৈ ৯৪ শতাংশ ফলাফল অৰ্জন কৰে। বিদ্যালয়খনৰ এই সাফল্যত অধ্যক্ষ জয়ন্ত বৰদলৈৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীয়ে গৌৰৱ প্ৰকাশ কৰিছে।### *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*1