logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চৰাইদেউ মহোৎসৱ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামক্ষেত্ৰত চৰাইদেউ বাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ৯,১০,১১ জানুৱাৰীত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দশম সংখ্যক চৰাইদেউ মহোৎসৱ । ইয়াৰ প্ৰয়োজনীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তূলিছে আয়োজকে । বুধবাৰে অসমৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহল উপস্থিত হৈ মহোৎসৱৰ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ লয় ।

1 day ago
user_Charaideo news
Charaideo news
Journalist মাহমৰা, চৰাইদেউ, অসম•
1 day ago

চৰাইদেউ মহোৎসৱ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামক্ষেত্ৰত চৰাইদেউ বাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ৯,১০,১১ জানুৱাৰীত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দশম সংখ্যক চৰাইদেউ মহোৎসৱ । ইয়াৰ প্ৰয়োজনীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তূলিছে আয়োজকে । বুধবাৰে অসমৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহল উপস্থিত হৈ মহোৎসৱৰ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ লয় ।

More news from অসম and nearby areas
  • অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা “বাগৰুম্বা দোই” আখৰা বড়ো সাংস্কৃতিক কেন্দ্ৰ, টিয়কহাবিত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । ৮ জানুৱাৰী পৰা ১০ জানুৱাৰী, ২০২৬ হব আখৰা
    1
    অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা “বাগৰুম্বা  দোই” আখৰা বড়ো সাংস্কৃতিক কেন্দ্ৰ, টিয়কহাবিত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । 
৮ জানুৱাৰী পৰা ১০ জানুৱাৰী, ২০২৬ হব আখৰা
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    19 hrs ago
  • নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত উত্থাপিত অভিযোগ সম্পৰ্কে মূখ্যমন্ত্ৰীক অভিযোগ বিজেপি নেতা ৰাজিৱ বৰুৱাৰ।
    1
    নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত উত্থাপিত অভিযোগ সম্পৰ্কে মূখ্যমন্ত্ৰীক অভিযোগ বিজেপি নেতা ৰাজিৱ বৰুৱাৰ।
    user_NARAYANPUR TODAY
    NARAYANPUR TODAY
    নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    23 hrs ago
  • মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত অৱস্থান কেইবাটাও বন্যহস্তীৰ জাক।অসুস্থ কেইবাটাও বন্যহস্তী।বনবিভাগ আৰু স্থানীয় সচেতন লোকৰ অনুমান একাংশ চাহ বাগিচাত অবৈধ ভাৱে স্থাপন কৰা ব্লেডযুক্ত ফেঞ্চিংত লাগিও অসুস্থ হৈছে বন্যহস্তী।
    4
    মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত অৱস্থান কেইবাটাও বন্যহস্তীৰ জাক।অসুস্থ কেইবাটাও বন্যহস্তী।বনবিভাগ আৰু স্থানীয় সচেতন লোকৰ অনুমান একাংশ চাহ বাগিচাত অবৈধ ভাৱে স্থাপন কৰা ব্লেডযুক্ত ফেঞ্চিংত লাগিও অসুস্থ হৈছে বন্যহস্তী।
    user_D B
    D B
    Journalist মৰঙী, গোলাঘাট, অসম•
    8 hrs ago
  • প্ৰাৰ্থীত্বক লৈ কি ক'লে প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে?
    1
    প্ৰাৰ্থীত্বক লৈ কি ক'লে প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে?
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    Journalist বিশ্বনাথ, বিশ্বনাথ, অসম•
    27 min ago
  • 🐘কলিয়াবৰত পুনৰ বন্যহস্তীৰ আতংক। 🐘কলিয়াবৰৰ বালিটিকা গাঁৱত সন্ধিয়া সময়ত দুটাকৈ বন্যহস্তীয়ে চলাই উপদ্ৰৱ। 🐘গাঁওবাসীৰ তৎপৰতাৰ লগতে বনবিভাগৰ দ্ৰুত হস্তক্ষেপত অৱশেষত খেদি পঠাবলৈ সক্ষম হয় বন্যহস্তী দুটা।
    1
    🐘কলিয়াবৰত পুনৰ বন্যহস্তীৰ আতংক।
🐘কলিয়াবৰৰ বালিটিকা গাঁৱত সন্ধিয়া
সময়ত দুটাকৈ বন্যহস্তীয়ে চলাই উপদ্ৰৱ।
🐘গাঁওবাসীৰ তৎপৰতাৰ লগতে বনবিভাগৰ দ্ৰুত হস্তক্ষেপত অৱশেষত খেদি পঠাবলৈ সক্ষম হয় বন্যহস্তী দুটা।
    user_Lakhya Jyoti Borah
    Lakhya Jyoti Borah
    Local News Reporter Kaliabor, Nagaon•
    21 hrs ago
  • ৰূপহী হাটৰ শ'লমাৰীৰ এম্বুলেন্স চালক আকিলুজ জামানক দুৰ্বৃত্তই আক্ৰমণৰ অভিযোগ ভুৱা ভিত্তিহীন বুলি সংবাদ মেল যোগে জনায় কাৱৈমাৰী গাঁৱৰ ৰাইজে।
    1
    ৰূপহী হাটৰ শ'লমাৰীৰ এম্বুলেন্স চালক আকিলুজ জামানক দুৰ্বৃত্তই আক্ৰমণৰ অভিযোগ ভুৱা ভিত্তিহীন বুলি সংবাদ মেল যোগে জনায় কাৱৈমাৰী গাঁৱৰ ৰাইজে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    20 hrs ago
  • এম জি এনৰেগা আইন বাতিল কৰাৰ দাৱীত প্ৰতিবাদ শোণিতপুৰৰ বালিপৰাত চি পি আই এমৰ প্ৰতিবাদ
    1
    এম জি এনৰেগা আইন বাতিল কৰাৰ দাৱীত প্ৰতিবাদ
শোণিতপুৰৰ বালিপৰাত চি পি আই এমৰ প্ৰতিবাদ
    user_Bittuahmed
    Bittuahmed
    Reporter Nagaon, Assam•
    22 hrs ago
  • ভোট কৰ্তনৰ প্ৰসংগ শুনিহে আছিলোঁ।। এতিয়াতো প্ৰমাণ হৈ পৰিল।।। ভোট কৰ্তনৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ স্বাধীনতা খৰ্ব কৰিছে।। SR ক লৈ হাজোত সংবাদ মাধ্যমৰ আগত সৰৱ বকোৰ বিধায়িকা নন্দিতা দাসৰ।।
    1
    ভোট কৰ্তনৰ প্ৰসংগ শুনিহে আছিলোঁ।। এতিয়াতো প্ৰমাণ হৈ পৰিল।।।
ভোট কৰ্তনৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ স্বাধীনতা খৰ্ব কৰিছে।।
SR ক লৈ হাজোত সংবাদ মাধ্যমৰ আগত সৰৱ বকোৰ বিধায়িকা নন্দিতা দাসৰ।।
    user_Bittuahmed
    Bittuahmed
    Reporter Nagaon, Assam•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.