Shuru
Apke Nagar Ki App…
ধুবুৰীত চি.পি.আই (এম) ৰ বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী। ধুবুৰীত চি.পি.আই (এম) ৰ বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী। হাতে হাতে প্লে-কাৰ্ড বেনাৰ লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাৱ্যস্ত কৰে। এছ আৰৰ নামত ভাৰতীয় হাৰাশাস্তি বন্ধ কৰা, সকলো বৈধ ভাৰতীয়ৰ নাম সন্নিবিষ্ট কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰা আৰু কেন্দ্ৰীয় চৰকাৰে এমজিএনৰেগা আঁচনিত কেন্দ্ৰীয় পুঁজিৰ পৰিমাণ বৃদ্ধি কৰা আদিকে ধৰি বিভিন্ন দাবীৰে আজি চি.পি.আই (এম) য়ে বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। ধুবুৰী চহৰৰ বিদ্যাপাৰা ৰেল ষ্টেচন ৰোডত চি.পি.আই (এম) ৰ কৰ্মকর্তা সকলে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
Amar Dhubri
ধুবুৰীত চি.পি.আই (এম) ৰ বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী। ধুবুৰীত চি.পি.আই (এম) ৰ বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী। হাতে হাতে প্লে-কাৰ্ড বেনাৰ লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাৱ্যস্ত কৰে। এছ আৰৰ নামত ভাৰতীয় হাৰাশাস্তি বন্ধ কৰা, সকলো বৈধ ভাৰতীয়ৰ নাম সন্নিবিষ্ট কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰা আৰু কেন্দ্ৰীয় চৰকাৰে এমজিএনৰেগা আঁচনিত কেন্দ্ৰীয় পুঁজিৰ পৰিমাণ বৃদ্ধি কৰা আদিকে ধৰি বিভিন্ন দাবীৰে আজি চি.পি.আই (এম) য়ে বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। ধুবুৰী চহৰৰ বিদ্যাপাৰা ৰেল ষ্টেচন ৰোডত চি.পি.আই (এম) ৰ কৰ্মকর্তা সকলে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
More news from Dhubri and nearby areas
- বিলাসীপারা চিরেকুটা for helping video for me and balapara 123 all public thanks all1
- 'শুনক হিমন্ত বিশ্ব শৰ্মা চাহাব, আপুনি আমাৰ হাত ভা*ঙি দিয়াৰ কথা কয় - কওক ক'ত গৈ মই মোৰ হাত আপোনাৰ সমুখত ৰাখিম' আছাদুদ্দিন ওৱেইছিৰ প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাক #AsaduddinOwaisi #HimantaBiswaSarma #AssamPolitics #OwaisiSpeech #BreakingNews #PoliticalClash #IndiaPolitics #ViralNews #TrendingNow #NewsUpdate #PublicStatement #Controversy #LatestNews #NewsAlert #AssamNews #Debate #PoliticalDrama #WatchNow #AssamPortalNews1
- Post by Habibor Sheikh1
- বৰপেটাৰ ৰাখাল থান খেলপথাৰত এই উপলক্ষে আয়োজিত সভাখনত বিজেপিৰ জ্যেষ্ঠ নেতা জনে কয় যে অসমৰ গৌৰৱময় ইতিহাস আছে। অসমৰ সমৃদ্ধ পৰম্পৰাই এক ভাৰত শ্ৰেষ্ঠ ভাৰতক শক্তিশালী কৰিছে। লাচিত বৰফুকনৰ পৰাক্ৰম ভাৰতৰ শক্তিৰ প্ৰতীক । সেই অসমত এনডিএৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে বিকাশৰ ঢল নমাইছে। ড০ ভূপেন হাজৰিকাৰ দৰে সত্বা ভাৰতৰ গৌৰৱ । গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ। সেই এনডিএ চৰকাৰে দহ বছৰতে অসমত উন্নয়ন বহু ওপৰলৈ লৈ গৈছে। ইয়াৰ বিপৰীতে কংগ্ৰছৰ চৰকাৰে অসমৰ ইতিহাসক অপমানিত কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন দূৰত থৈ দিছিল কংগ্ৰেছে। আজি অসমৰ যোগাযোগ ব্যৱস্থাত অভাৱনীয় পৰিৱৰ্তন আহিছে। এনডিএ চৰকাৰে অনুপ্ৰৱেশকাৰী বিতাড়ণৰ ক্ষিপ্ৰ ব্যৱস্থা লৈছে । ইয়াৰ বিপৰীতে এআইইউডিএফে অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি আহিছে। কংগ্ৰেছে ইয়াত সহযোগ কৰি আহিছে। অসমৰ জনগাঠনি সলনি কৰাৰ এই ষড়যন্ত্ৰক বিজেপি চৰকাৰে ব্যৰ্থ কৰি যাব বুলিও যোগী আদিত্যনাথে কয়। কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলে ৰামৰ অস্তিত্বকে নস্যাৎ কৰিব বিচাৰিছিল। উত্তৰ প্ৰদেশত আজি দংগা নাই। পথত কোনেও নামাজ নপঢ়ে। শব্দ নাহে বিশেষ পক্ষৰ। আইন ভংগকাৰীৰ সম্পত্তি জব্দ কৰি দুখীয়া , দলিতক ভগাই দিয়া হয়। পুনৰ অসমৰ নিৰ্বাচনৰ সন্দৰ্ভত তেও কয় যে কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী যুজৰ খেলপথাৰ এৰি পলায়ন কৰিছে। সভাখনত প্ৰাৰ্থী দীপক কুমাৰ দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ তেও ৰাইজক আহ্বান জনায়। সভাত বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দও উপস্থিত থাকে। অসমৰ ভূমিত লাভ জৈহাদ, ভূমি জেহাদ নচলিব। কংগ্ৰেছ , এআইইউডিএফৰ ষড়যন্ত্ৰক ষড়যন্ত্ৰক ওফৰাব লাগিব। উত্তৰ প্ৰদেশত যোৱা দহ বছৰত এটাও ডংগা নাই। কাৰ্ফিউ নাই। চাহ শ্ৰমিকৰ বাবে পেকেজৰ ব্যৱস্থা কেবল বিজেপিয়য়েহে কৰিব পাৰে । কংগ্ৰেছ অথবা এআইইউডিএফে নোৱাৰে বুলি তেও কয় । অসমৰ জনগাঠনি সলনি হবলৈ দিয়া নহব বুলিও সকীয়াই দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।1
- 📌অদৃশ্য অপশক্তিৰ থকাৰ বাবেই এনেধৰণৰ শোকাৱহ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ ৰাইজৰ। 📌সোণতলীত পানীত পৰি সন্ধানহীন লোক জনক আৰক্ষী, এছডি আৰ এফ আৰু ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত।1
- কলতলি প্রাথমিক বিদ্যালয় স্থাপিতঃ ১৯৭৭ ইং স্কুল কোড নং- ১৮০৬০৩০২৯০১ গাঁও: কলতলি পথাৰ, ডাকঘৰঃ বাতাহিদিয়া শিক্ষাখণ্ড: ছয়গাঁও জিলা: কামৰূপ (অসম), পিন-৭৮১১৩৭3
- Assam 🇮🇳🇮🇳🚀🌺🌹5
- ইৰাণে আমাজন ডাটা চেণ্টাৰত আক্ৰমণ – টেক জগতখন জোকাৰি গ’ল! #Iran #Amazon #DataCenter #CyberAttack #TechNews #BreakingNews #GlobalNews #CyberWar #WorldNews #Technology #SecurityBreach #TrendingNow #ViralNews #InternationalNews #DigitalAttack #CloudComputing #NewsAlert #TechWorld #Innovation1