Shuru
Apke Nagar Ki App…
কলতলি প্রাথমিক বিদ্যালয় স্থাপিতঃ ১৯৭৭ ইং স্কুল কোড নং- ১৮০৬০৩০২৯০১ গাঁও: কলতলি পথাৰ, ডাকঘৰঃ বাতাহিদিয়া শিক্ষাখণ্ড: ছয়গাঁও জিলা: কামৰূপ (অসম), পিন-৭৮১১৩৭ কলতলি প্রাথমিক বিদ্যালয় স্থাপিতঃ ১৯৭৭ ইং স্কুল কোড নং- ১৮০৬০৩০২৯০১ গাঁও: কলতলি পথাৰ, ডাকঘৰঃ বাতাহিদিয়া শিক্ষাখণ্ড: ছয়গাঁও জিলা: কামৰূপ (অসম), পিন-৭৮১১৩৭
Saddam hussain
কলতলি প্রাথমিক বিদ্যালয় স্থাপিতঃ ১৯৭৭ ইং স্কুল কোড নং- ১৮০৬০৩০২৯০১ গাঁও: কলতলি পথাৰ, ডাকঘৰঃ বাতাহিদিয়া শিক্ষাখণ্ড: ছয়গাঁও জিলা: কামৰূপ (অসম), পিন-৭৮১১৩৭ কলতলি প্রাথমিক বিদ্যালয় স্থাপিতঃ ১৯৭৭ ইং স্কুল কোড নং- ১৮০৬০৩০২৯০১ গাঁও: কলতলি পথাৰ, ডাকঘৰঃ বাতাহিদিয়া শিক্ষাখণ্ড: ছয়গাঁও জিলা: কামৰূপ (অসম), পিন-৭৮১১৩৭
More news from Assam and nearby areas
- আগন্তুক বিধানসভা নিৰ্বাচনত আবেগ নহয় বিবেকৰ জড়িয়তে ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনৰ । অসমৰ ২৬ ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে সমান্তৰালকৈ প্ৰতিটো ৰাজনৈতিক দলে চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান । শেহতীয়াকৈ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা আছাদুদ্দিন ওৱেইছিৰ মন্তব্যকলৈ বিৰোধিতা মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিনৰ ।1
- ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ: গামোচাক অপমান কৰা ভিক্টৰ দাসক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়নী। তামুলপুৰ, ৩ এপ্ৰিল: তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত বৰ্তমান নিৰ্বাচনী গৰম প্ৰবল হৈ পৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ইউপিপিএল দলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে সমষ্টিটোৰ গাঁৱে-ভূঞে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ কালচেনীকে ধৰি বিভিন্ন প্ৰান্তত আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়, য’ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে উপস্থিত থাকি দিনজোৰা প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে অত্যন্ত আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনী সভা-সমিতিসমূহত তেওঁ ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে তেওঁ সমষ্টিবাসী ৰাইজৰ লগতে সাংসদ জয়ন্ত বসুমতাৰীকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দাবী কৰে যে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তত দলীয় কৰ্মীসকলে নিৰন্তৰ প্ৰচাৰ চলাই আছে আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত তেওঁ প্ৰতিদ্বন্দ্বিতাৰ দৌৰত এক নম্বৰ স্থানত আছে। আনহাতে, এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ প্ৰসংগত কঠোৰ সমালোচনা কৰি বড়োৱে কয় যে ভিক্টৰ দাস তেওঁৰ বাবে কোনো কাৰণতে প্ৰত্যাহ্বান হ’ব নোৱাৰে, কাৰণ কিছুদিন পূৰ্বে ভিক্টৰ দাসে ডিঙিত পিন্ধোৱা গামোচাখনক ‘চিপজৰী’ বুলি আখ্যা দি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বস্ত্ৰখনক চৰম অপমান কৰিছিল। অসমীয়াৰ আবেগক আঘাত দিও বৰ্তমানলৈকে ভিক্টৰ দাসে ৰাজহুৱাকৈ ক্ষমা নোখোজাৰ বাবে গোৰেশ্বৰৰ সচেতন ৰাইজে অহা ৯ এপ্ৰিলৰ ভোটদানৰ জৰিয়তে তেওঁক উচিত শিক্ষা দিব বুলি বড়োৱে একপ্ৰকাৰ সকীয়নী প্ৰদান কৰে। পবিত্ৰ কুমাৰ বড়োৱে লগতে দৃঢ়তাৰে কয় যে তেওঁ এই নিৰ্বাচনত প্ৰায় ৮০ হাজাৰ ভোট লাভ কৰি এক বৃহৎ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত।###1
- 📌বাক্সাৰ শালবাৰীৰ হাঠিনাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। 📌আল্ট্ৰা বাছ আৰু ইৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ। 📌বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ বাবে অহা আল্ট্ৰা বাছে খুন্দিয়াই ইৰিক্সা খনক ।1
- 'শুনক হিমন্ত বিশ্ব শৰ্মা চাহাব, আপুনি আমাৰ হাত ভা*ঙি দিয়াৰ কথা কয় - কওক ক'ত গৈ মই মোৰ হাত আপোনাৰ সমুখত ৰাখিম' আছাদুদ্দিন ওৱেইছিৰ প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাক #AsaduddinOwaisi #HimantaBiswaSarma #AssamPolitics #OwaisiSpeech #BreakingNews #PoliticalClash #IndiaPolitics #ViralNews #TrendingNow #NewsUpdate #PublicStatement #Controversy #LatestNews #NewsAlert #AssamNews #Debate #PoliticalDrama #WatchNow #AssamPortalNews1
- Post by Mahesh kumar das1
- আছাউদ্দিন ওৱেচিয়ে অসমত জাতীয় সংঘৰ্ষ লগাবলৈ অসমলৈ আহিছে।সি দিল্লীৱালা মানুহ,অসমৰ কথা কি বা*ল জানে বুলি মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ।লাহৰিঘাটৰ সমীপৱৰ্তী ধূপগুড়িত এটি নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি এই মন্তব্য ৰমাকান্ত দেউৰীৰ।শুনক সেই এক্সক্লুছিভ মন্তব্য1
- ছমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে এআইইউডিএফ সমৰ্থকৰ সংবাদমেল। Part-11
- তামুলপুৰ জিলাৰ গোৰেশ্বৰ বিধান সভাৰ নাগ্ৰিজুলীত NDA প্ৰাৰ্থী ভিক্টৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা। NDA ৰ অংশীদাৰ BPF দলৰ জ্যেষ্ঠ নেতা তথা BTC ৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ উপস্থিতিত এটাৰ পিছত আনটো প্ৰচাৰ সভা বিজেপিৰ।1
- ইৰাণে আমাজন ডাটা চেণ্টাৰত আক্ৰমণ – টেক জগতখন জোকাৰি গ’ল! #Iran #Amazon #DataCenter #CyberAttack #TechNews #BreakingNews #GlobalNews #CyberWar #WorldNews #Technology #SecurityBreach #TrendingNow #ViralNews #InternationalNews #DigitalAttack #CloudComputing #NewsAlert #TechWorld #Innovation1