logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

*Sulug-মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ বৰুৱাই পৃথকে পৃথকে কৰিছে নিৰ্বাচনী প্ৰচাৰ* V/O-মৰিগাঁও জিলাৰ ৫৪ নং বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ বৰুৱাই আজি এখন জনসভাত অংশগ্ৰহণ কৰি নিজৰ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰে। সভাত উপস্থিত হৈ তেওঁ সাধাৰণ ভোটাৰসকলৰ উদ্দেশ্যে আন্তৰিক ভাষণ আগবঢ়াই কয় যে, অঞ্চলটোৰ উন্নয়ন আৰু জনকল্যাণৰ লক্ষ্যৰে তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। প্ৰদীপ বৰুৱাই জনসাধাৰণক তেওঁলোকৰ অমূল্য ভোট “কঁঠাল”ৰ প্ৰতীকত প্ৰদান কৰি তেওঁক জয়যুক্ত কৰিবলৈ বিনম্ৰ অনুৰোধ জনায়। তেওঁ লগতে কয় যে, জনতাৰ আশীৰ্বাদ আৰু সমৰ্থনেই তেওঁৰ শক্তি, আৰু জয়ী হ’লে তেওঁ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গ কৰিব। সভাত বহু সংখ্যক সমৰ্থক আৰু স্থানীয় ৰাইজৰ উপস্থিতিতি পৰিলক্ষিত হয়।

2 hrs ago
user_Mahesh kumar das
Mahesh kumar das
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
2 hrs ago

*Sulug-মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ বৰুৱাই পৃথকে পৃথকে কৰিছে নিৰ্বাচনী প্ৰচাৰ* V/O-মৰিগাঁও জিলাৰ ৫৪ নং বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ বৰুৱাই আজি এখন জনসভাত অংশগ্ৰহণ কৰি নিজৰ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰে। সভাত উপস্থিত হৈ তেওঁ সাধাৰণ ভোটাৰসকলৰ উদ্দেশ্যে আন্তৰিক ভাষণ আগবঢ়াই কয় যে, অঞ্চলটোৰ উন্নয়ন আৰু জনকল্যাণৰ লক্ষ্যৰে তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। প্ৰদীপ বৰুৱাই জনসাধাৰণক তেওঁলোকৰ অমূল্য ভোট “কঁঠাল”ৰ প্ৰতীকত প্ৰদান কৰি তেওঁক জয়যুক্ত কৰিবলৈ বিনম্ৰ অনুৰোধ জনায়। তেওঁ লগতে কয় যে, জনতাৰ আশীৰ্বাদ আৰু সমৰ্থনেই তেওঁৰ শক্তি, আৰু জয়ী হ’লে তেওঁ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গ কৰিব। সভাত বহু সংখ্যক সমৰ্থক আৰু স্থানীয় ৰাইজৰ উপস্থিতিতি পৰিলক্ষিত হয়।

More news from অসম and nearby areas
  • 📌মৈৰাবাৰীত AIUDF ৰ সভাত লাহৰীঘাটৰ সমস্যাক লৈ কংগ্ৰেছক সমালোচনা আছাদুদ্দিন ওৱেইছিৰ 📌👉মৈৰাবাৰীত AIUDF ৰ সভাত জনসমুদ্ৰত পৰিণত। 👉লাহৰীঘাটৰ মৈৰাবাৰীত উপস্থিত AIMIM প্ৰধান আছাদুদ্দিন ওৱেইছি। 👉বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ অসমলৈ উপস্থিত আছাদুদ্দিন ওৱেইছি 👉আজি মৈৰাবাৰীত উপস্থিত আছাদুদ্দিন ওৱেইছি
    1
    📌মৈৰাবাৰীত AIUDF ৰ সভাত লাহৰীঘাটৰ সমস্যাক লৈ কংগ্ৰেছক সমালোচনা আছাদুদ্দিন ওৱেইছিৰ 
📌👉মৈৰাবাৰীত AIUDF ৰ সভাত জনসমুদ্ৰত পৰিণত। 
👉লাহৰীঘাটৰ মৈৰাবাৰীত উপস্থিত AIMIM প্ৰধান আছাদুদ্দিন ওৱেইছি।
👉বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ অসমলৈ উপস্থিত আছাদুদ্দিন ওৱেইছি
👉আজি মৈৰাবাৰীত উপস্থিত আছাদুদ্দিন ওৱেইছি
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    21 hrs ago
  • ৰূপহীহাট বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আনাৰুল হকৰ কংগ্ৰেছত যোগদান
    1
    ৰূপহীহাট বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আনাৰুল হকৰ কংগ্ৰেছত যোগদান
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    22 hrs ago
  • Post by Safik
    1
    Post by Safik
    user_Safik
    Safik
    তেজপুৰ, শোণিতপুৰ, অসম•
    8 hrs ago
  • গোৰেশ্বৰ সমষ্টিত বিপুল ভোটত জয়ী হব ভিক্টৰ দাস বুলি দাবী BPF ৰ জ্যেষ্ঠ নেতা তথা কাৰ্যবাহী সদস্য গণেশ কছাৰী।
    1
    গোৰেশ্বৰ সমষ্টিত বিপুল ভোটত জয়ী হব ভিক্টৰ দাস বুলি দাবী BPF ৰ জ্যেষ্ঠ নেতা তথা কাৰ্যবাহী সদস্য গণেশ কছাৰী।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    21 min ago
  • চিকনী বৰহোলা কেশৱ মহন্ত উপস্থিত হয় এই মিতিন আগ বঢ়াই
    1
    চিকনী বৰহোলা কেশৱ মহন্ত উপস্থিত হয় এই মিতিন আগ বঢ়াই
    user_Jamir Ali
    Jamir Ali
    কলিয়াবৰ, নগাঁও, অসম•
    2 hrs ago
  • কলতলি প্রাথমিক বিদ্যালয় স্থাপিতঃ ১৯৭৭ ইং স্কুল কোড নং- ১৮০৬০৩০২৯০১ গাঁও: কলতলি পথাৰ, ডাকঘৰঃ বাতাহিদিয়া শিক্ষাখণ্ড: ছয়গাঁও জিলা: কামৰূপ (অসম), পিন-৭৮১১৩৭
    3
    কলতলি প্রাথমিক বিদ্যালয়
স্থাপিতঃ ১৯৭৭ ইং
স্কুল কোড নং- ১৮০৬০৩০২৯০১
গাঁও: কলতলি পথাৰ, ডাকঘৰঃ বাতাহিদিয়া
শিক্ষাখণ্ড: ছয়গাঁও
জিলা: কামৰূপ (অসম), পিন-৭৮১১৩৭
    user_Saddam hussain
    Saddam hussain
    গৰৈমাৰী, কামৰূপ, অসম•
    3 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ: গামোচাক অপমান কৰা ভিক্টৰ দাসক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়নী। তামুলপুৰ, ৩ এপ্ৰিল: তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত বৰ্তমান নিৰ্বাচনী গৰম প্ৰবল হৈ পৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ইউপিপিএল দলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে সমষ্টিটোৰ গাঁৱে-ভূঞে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ কালচেনীকে ধৰি বিভিন্ন প্ৰান্তত আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়, য’ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে উপস্থিত থাকি দিনজোৰা প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে অত্যন্ত আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনী সভা-সমিতিসমূহত তেওঁ ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে তেওঁ সমষ্টিবাসী ৰাইজৰ লগতে সাংসদ জয়ন্ত বসুমতাৰীকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দাবী কৰে যে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তত দলীয় কৰ্মীসকলে নিৰন্তৰ প্ৰচাৰ চলাই আছে আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত তেওঁ প্ৰতিদ্বন্দ্বিতাৰ দৌৰত এক নম্বৰ স্থানত আছে। আনহাতে, এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ প্ৰসংগত কঠোৰ সমালোচনা কৰি বড়োৱে কয় যে ভিক্টৰ দাস তেওঁৰ বাবে কোনো কাৰণতে প্ৰত্যাহ্বান হ’ব নোৱাৰে, কাৰণ কিছুদিন পূৰ্বে ভিক্টৰ দাসে ডিঙিত পিন্ধোৱা গামোচাখনক ‘চিপজৰী’ বুলি আখ্যা দি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বস্ত্ৰখনক চৰম অপমান কৰিছিল। অসমীয়াৰ আবেগক আঘাত দিও বৰ্তমানলৈকে ভিক্টৰ দাসে ৰাজহুৱাকৈ ক্ষমা নোখোজাৰ বাবে গোৰেশ্বৰৰ সচেতন ৰাইজে অহা ৯ এপ্ৰিলৰ ভোটদানৰ জৰিয়তে তেওঁক উচিত শিক্ষা দিব বুলি বড়োৱে একপ্ৰকাৰ সকীয়নী প্ৰদান কৰে। পবিত্ৰ কুমাৰ বড়োৱে লগতে দৃঢ়তাৰে কয় যে তেওঁ এই নিৰ্বাচনত প্ৰায় ৮০ হাজাৰ ভোট লাভ কৰি এক বৃহৎ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত।###
    1
    ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ: গামোচাক অপমান কৰা ভিক্টৰ দাসক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়নী।
তামুলপুৰ, ৩ এপ্ৰিল:
তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত বৰ্তমান নিৰ্বাচনী গৰম প্ৰবল হৈ পৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ইউপিপিএল দলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে সমষ্টিটোৰ গাঁৱে-ভূঞে এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ কালচেনীকে ধৰি বিভিন্ন প্ৰান্তত আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়, য’ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে উপস্থিত থাকি দিনজোৰা প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে অত্যন্ত আত্মবিশ্বাসেৰে কয় যে নিৰ্বাচনী সভা-সমিতিসমূহত তেওঁ ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে তেওঁ সমষ্টিবাসী ৰাইজৰ লগতে সাংসদ জয়ন্ত বসুমতাৰীকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ দাবী কৰে যে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তত দলীয় কৰ্মীসকলে নিৰন্তৰ প্ৰচাৰ চলাই আছে আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত তেওঁ প্ৰতিদ্বন্দ্বিতাৰ দৌৰত এক নম্বৰ স্থানত আছে। আনহাতে, এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ প্ৰসংগত কঠোৰ সমালোচনা কৰি বড়োৱে কয় যে ভিক্টৰ দাস তেওঁৰ বাবে কোনো কাৰণতে প্ৰত্যাহ্বান হ’ব নোৱাৰে, কাৰণ কিছুদিন পূৰ্বে ভিক্টৰ দাসে ডিঙিত পিন্ধোৱা গামোচাখনক ‘চিপজৰী’ বুলি আখ্যা দি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বস্ত্ৰখনক চৰম অপমান কৰিছিল। অসমীয়াৰ আবেগক আঘাত দিও বৰ্তমানলৈকে ভিক্টৰ দাসে ৰাজহুৱাকৈ ক্ষমা নোখোজাৰ বাবে গোৰেশ্বৰৰ সচেতন ৰাইজে অহা ৯ এপ্ৰিলৰ ভোটদানৰ জৰিয়তে তেওঁক উচিত শিক্ষা দিব বুলি বড়োৱে একপ্ৰকাৰ সকীয়নী প্ৰদান কৰে। পবিত্ৰ কুমাৰ বড়োৱে লগতে দৃঢ়তাৰে কয় যে তেওঁ এই নিৰ্বাচনত প্ৰায় ৮০ হাজাৰ ভোট লাভ কৰি এক বৃহৎ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত।###
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    51 min ago
  • 📌অদৃশ্য অপশক্তিৰ থকাৰ বাবেই এনেধৰণৰ শোকাৱহ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ ৰাইজৰ। 📌সোণতলীত পানীত পৰি সন্ধানহীন লোক জনক আৰক্ষী, এছডি আৰ এফ আৰু ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত।
    1
    📌অদৃশ্য অপশক্তিৰ থকাৰ বাবেই এনেধৰণৰ শোকাৱহ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ ৰাইজৰ।
📌সোণতলীত পানীত পৰি সন্ধানহীন লোক জনক আৰক্ষী, এছডি আৰ এফ আৰু ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.