Shuru
Apke Nagar Ki App…
চিকনী বৰহোলা কেশৱ মহন্ত উপস্থিত হয় এই মিতিন আগ বঢ়াই চিকনী বৰহোলা ৰাজু তিনিয়ালী চিকনী বৰহোলা কেশৱ মহন্ত উপস্থিত হয় এই মিতিন আগ বঢ়াই
Jamir Ali
চিকনী বৰহোলা কেশৱ মহন্ত উপস্থিত হয় এই মিতিন আগ বঢ়াই চিকনী বৰহোলা ৰাজু তিনিয়ালী চিকনী বৰহোলা কেশৱ মহন্ত উপস্থিত হয় এই মিতিন আগ বঢ়াই
More news from অসম and nearby areas
- চিকনী বৰহোলা কেশৱ মহন্ত উপস্থিত হয় এই মিতিন আগ বঢ়াই1
- মাদ্ৰাছা মছজিদত এশ টকা আৰু অসম গণ পৰিষদৰ দুৱা পত্ৰৰ জৰিয়তে দুৱা বিচাৰি আৱেদন অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ। সমষ্টিটোৰ কাঠপাৰা পূব লৰিৰমুখত দুৱা বিচাৰি অসম গণ পৰিষদৰ এই আবেদন পত্ৰ। কেশৱ মহন্তৰ দুৰ্গ স্বৰূপ কলিয়াবৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাত অগপই কিছু শংকিত হৈছে তাৰেই বহিঃপ্ৰকাশ প্ৰকাশ পাইছে। নতুনকৈ কলিয়াবৰত অন্তৰ্ভুক্ত হোৱা সংখ্যালঘু অঞ্চলত ভোট বিচাৰি অগপৰ এই পত্ৰ বিতৰণ।1
- Post by Safik1
- সাংসদ আছাদ উদ্দিন ওৱেছিৰ নগাঁও জিলাৰ বিভিন্ন সমষ্টিত এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান1
- বিজেপি ত্যাগ কৰি হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে হাতৰ পতাকা ল’লে বাবুল আলীয়ে।1
- চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা। চামগুৰিত পুনৰ উতপ্ত হৈ পৰিছে নিৰ্বাচনী পৰিস্থিতি। বিজেপিৰ অভিযোগ অনুসৰি নিশা পেনাইস্থিত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীয়ে অগ্নি সংযোগ কৰিছে। এই ঘটনা সংঘটিত হৈছে ৫৮ নং চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত পেনাইত। উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে পেনাইত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে বিজেপি কৰ্মীসকলক আক্ৰমণ কৰাৰ ফলত ৪ জন লোক আহত হৈছিল। সেই ঘটনাৰ প্ৰতিক্ৰিয়া শেষ নহওঁতেই পুনৰ অগ্নি সংযোগ কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ উত্থানত শংকিত হৈ এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰা ৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।1
- শামুকজুলী গাঁও অংগনা বাঢ়ি আহিছে2
- ৰূপহীহাট বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আনাৰুল হকৰ কংগ্ৰেছত যোগদান1