Shuru
Apke Nagar Ki App…
কলিয়াবৰ সমষ্টিৰ সংখ্যালঘু অঞ্চলত দুৱা বিচাৰি মন্ত্ৰী কেশৱ মহন্তৰ হৈ বিশেষ পত্ৰ বিতৰণ। মাদ্ৰাছা মছজিদত এশ টকা আৰু অসম গণ পৰিষদৰ দুৱা পত্ৰৰ জৰিয়তে দুৱা বিচাৰি আৱেদন অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ। সমষ্টিটোৰ কাঠপাৰা পূব লৰিৰমুখত দুৱা বিচাৰি অসম গণ পৰিষদৰ এই আবেদন পত্ৰ। কেশৱ মহন্তৰ দুৰ্গ স্বৰূপ কলিয়াবৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাত অগপই কিছু শংকিত হৈছে তাৰেই বহিঃপ্ৰকাশ প্ৰকাশ পাইছে। নতুনকৈ কলিয়াবৰত অন্তৰ্ভুক্ত হোৱা সংখ্যালঘু অঞ্চলত ভোট বিচাৰি অগপৰ এই পত্ৰ বিতৰণ।
Daily Time
কলিয়াবৰ সমষ্টিৰ সংখ্যালঘু অঞ্চলত দুৱা বিচাৰি মন্ত্ৰী কেশৱ মহন্তৰ হৈ বিশেষ পত্ৰ বিতৰণ। মাদ্ৰাছা মছজিদত এশ টকা আৰু অসম গণ পৰিষদৰ দুৱা পত্ৰৰ জৰিয়তে দুৱা বিচাৰি আৱেদন অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ। সমষ্টিটোৰ কাঠপাৰা পূব লৰিৰমুখত দুৱা বিচাৰি অসম গণ পৰিষদৰ এই আবেদন পত্ৰ। কেশৱ মহন্তৰ দুৰ্গ স্বৰূপ কলিয়াবৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাত অগপই কিছু শংকিত হৈছে তাৰেই বহিঃপ্ৰকাশ প্ৰকাশ পাইছে। নতুনকৈ কলিয়াবৰত অন্তৰ্ভুক্ত হোৱা সংখ্যালঘু অঞ্চলত ভোট বিচাৰি অগপৰ এই পত্ৰ বিতৰণ।
More news from অসম and nearby areas
- চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা। চামগুৰিত পুনৰ উতপ্ত হৈ পৰিছে নিৰ্বাচনী পৰিস্থিতি। বিজেপিৰ অভিযোগ অনুসৰি নিশা পেনাইস্থিত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীয়ে অগ্নি সংযোগ কৰিছে। এই ঘটনা সংঘটিত হৈছে ৫৮ নং চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত পেনাইত। উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে পেনাইত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে বিজেপি কৰ্মীসকলক আক্ৰমণ কৰাৰ ফলত ৪ জন লোক আহত হৈছিল। সেই ঘটনাৰ প্ৰতিক্ৰিয়া শেষ নহওঁতেই পুনৰ অগ্নি সংযোগ কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ উত্থানত শংকিত হৈ এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰা ৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।1
- মাদ্ৰাছা মছজিদত এশ টকা আৰু অসম গণ পৰিষদৰ দুৱা পত্ৰৰ জৰিয়তে দুৱা বিচাৰি আৱেদন অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ। সমষ্টিটোৰ কাঠপাৰা পূব লৰিৰমুখত দুৱা বিচাৰি অসম গণ পৰিষদৰ এই আবেদন পত্ৰ। কেশৱ মহন্তৰ দুৰ্গ স্বৰূপ কলিয়াবৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাত অগপই কিছু শংকিত হৈছে তাৰেই বহিঃপ্ৰকাশ প্ৰকাশ পাইছে। নতুনকৈ কলিয়াবৰত অন্তৰ্ভুক্ত হোৱা সংখ্যালঘু অঞ্চলত ভোট বিচাৰি অগপৰ এই পত্ৰ বিতৰণ।1
- সাংসদ আছাদ উদ্দিন ওৱেছিৰ নগাঁও জিলাৰ বিভিন্ন সমষ্টিত এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান1
- বিজেপি ত্যাগ কৰি হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে হাতৰ পতাকা ল’লে বাবুল আলীয়ে।1
- *বিশ বছৰ ধৰি এ আই ইউ ডি এফ দলৰ হৈ কাম কৰা একাংশ সক্ৰিয় তথা জেষ্ঠ কৰ্মীৰ কংগ্ৰেছত যোগদান* চামগুৰি সমষ্টিত এ আই ইউ ডি এফ দলৰ জিলা পৰ্যায়ৰ নেতা কৰ্মীয়ে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান। চামগুৰি সমষ্টিত বিজেপি আৰু aiudf মিলি যিমান খিনি ভোট পাব তাতকৈ তাঞ্জিল হুছেইনে বেছি ভোট পাব বুলি মন্তব্য ন কংগ্ৰেছীৰ। চামগুৰি সমষ্টিৰ শিঙিমাৰীত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে কৰ্মী জনে চামগুৰি নহয় সমগ্ৰ অসমৰ পৰাই এ আই ইউ ডি এফ দল নাইকিয়া কৰাৰ পন লৈছে বুলি মন্তব্য কৰে ন কংগ্ৰেছী মফিজুল ইছলামে। এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চম্পক কলিতা আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অসন্তুষ্টি হৈ দল ত্যাগ জিলা পৰ্যায়ৰ কেইবা গৰাকী পুৰনা কৰ্মীয়ে। চামগুৰি সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আব্দুল আজিজৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ন কংগ্ৰেছীয়ে। চম্পক কলিতা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আব্দুল আজিজ হৈছে বিজেপিৰ এজেণ্ট বুলি মন্তব্য কৰে ন কংগ্ৰেছী মফিজুল ইছলামে। ন কংগ্ৰেছী সকলে এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চম্পক কলিতা আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দল ত্যাগ কৰে। প্ৰাৰ্থী আব্দুল আজিজে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে হেলিকপ্টাৰৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ অনা সন্দৰ্ভত ন কংগ্ৰেছী মফিজুল ইছলামে কয় যে মিছলীয়াৰো এটা সীমা থাকিব লাগে, তেওঁৰ কোনো কাণ্ডক জ্ঞান নাই, আজি তেওঁক ৰাইজে বিধায়ক বনাই বিধানসভালৈ পঠাব কালি তেওঁ হিমন্তৰ গাড়ীত উঠি গুচি যাব ।1
- Post by Safik1
- চিকনী বৰহোলা কেশৱ মহন্ত উপস্থিত হয় এই মিতিন আগ বঢ়াই1
- 📌মৈৰাবাৰীত AIUDF ৰ সভাত লাহৰীঘাটৰ সমস্যাক লৈ কংগ্ৰেছক সমালোচনা আছাদুদ্দিন ওৱেইছিৰ 📌👉মৈৰাবাৰীত AIUDF ৰ সভাত জনসমুদ্ৰত পৰিণত। 👉লাহৰীঘাটৰ মৈৰাবাৰীত উপস্থিত AIMIM প্ৰধান আছাদুদ্দিন ওৱেইছি। 👉বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ অসমলৈ উপস্থিত আছাদুদ্দিন ওৱেইছি 👉আজি মৈৰাবাৰীত উপস্থিত আছাদুদ্দিন ওৱেইছি1