logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আছাদুদ্দিন ওৱেইছিৰ অসম ভ্ৰমণ আৰু সাম্প্ৰদায়িক মন্তব্যকলৈ বিৰোধিতা মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনৰ। আগন্তুক বিধানসভা নিৰ্বাচনত আবেগ নহয় বিবেকৰ জড়িয়তে ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনৰ । অসমৰ ২৬ ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে সমান্তৰালকৈ প্ৰতিটো ৰাজনৈতিক দলে চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান । শেহতীয়াকৈ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা আছাদুদ্দিন ওৱেইছিৰ মন্তব্যকলৈ বিৰোধিতা মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিনৰ ।

2 hrs ago
user_Sampler Group Assam
Sampler Group Assam
Farmer Barpeta, Assam•
2 hrs ago

আছাদুদ্দিন ওৱেইছিৰ অসম ভ্ৰমণ আৰু সাম্প্ৰদায়িক মন্তব্যকলৈ বিৰোধিতা মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনৰ। আগন্তুক বিধানসভা নিৰ্বাচনত আবেগ নহয় বিবেকৰ জড়িয়তে ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনৰ । অসমৰ ২৬ ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে সমান্তৰালকৈ প্ৰতিটো ৰাজনৈতিক দলে চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান । শেহতীয়াকৈ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা আছাদুদ্দিন ওৱেইছিৰ মন্তব্যকলৈ বিৰোধিতা মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিনৰ ।

More news from Assam and nearby areas
  • আগন্তুক বিধানসভা নিৰ্বাচনত আবেগ নহয় বিবেকৰ জড়িয়তে ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনৰ । অসমৰ ২৬ ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে সমান্তৰালকৈ প্ৰতিটো ৰাজনৈতিক দলে চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান । শেহতীয়াকৈ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা আছাদুদ্দিন ওৱেইছিৰ মন্তব্যকলৈ বিৰোধিতা মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিনৰ ।
    1
    আগন্তুক বিধানসভা নিৰ্বাচনত আবেগ নহয় বিবেকৰ জড়িয়তে ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনৰ ।
অসমৰ ২৬ ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে সমান্তৰালকৈ প্ৰতিটো ৰাজনৈতিক দলে চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান । শেহতীয়াকৈ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা আছাদুদ্দিন ওৱেইছিৰ মন্তব্যকলৈ বিৰোধিতা মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিনৰ ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    2 hrs ago
  • ২৫ নং পাকাবেতবাৰী সমষ্টিৰ গুইলেজাত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে নিৰ্বাচনী প্ৰচাৰ চলায়। পাকাবেতবাৰী সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে গুইলেজাত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি ভোট ভিক্ষা কৰিবলৈ কেইবাটাও কামৰ গেৰান্টি দিয়ে। তেওঁ কয়, মই আধাৰশিলাৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই ৰাইজক কামৰ গেৰান্টি দিছোঁ। গুইলেজাত বেকী নদীৰ ওপৰত দলং নিৰ্মাণ কৰাই হ'ব মোৰ প্ৰথম কাম। মিনাক্ষী ৰহমানৰ জয় মানে ৰাইজৰ জয় বুলি কয় প্ৰাৰ্থী গৰাকীয়ে। সভাত স্থানীয় ৰাইজে পুষ্প বৃষ্টিৰে আদৰণী মিনাক্ষী ৰহমানক। তেওঁ গুইলেজা, খৰিচালা, লাচাংগা আদিত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে। গুইলেজাত কেইবাগৰাকী পঞ্চায় প্ৰতিনিধিৰ লগতে শ শ কংগ্ৰেছ সমৰ্থকে যোগদান কৰে এ আই ইউ ডি এফত। সম্প্ৰতি কোনে মাৰিব শেষ হাঁহি সেয়া এতিয়াই স্পষ্ট নহয় যদিও কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান জনাই আগুৱাই গৈছে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমান।
    1
    ২৫ নং পাকাবেতবাৰী সমষ্টিৰ গুইলেজাত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে নিৰ্বাচনী প্ৰচাৰ চলায়। 
পাকাবেতবাৰী সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে গুইলেজাত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি ভোট ভিক্ষা কৰিবলৈ কেইবাটাও কামৰ গেৰান্টি দিয়ে। তেওঁ কয়, মই আধাৰশিলাৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই ৰাইজক কামৰ গেৰান্টি দিছোঁ। গুইলেজাত বেকী নদীৰ ওপৰত দলং নিৰ্মাণ কৰাই হ'ব মোৰ প্ৰথম কাম। মিনাক্ষী ৰহমানৰ জয় মানে ৰাইজৰ জয় বুলি কয় প্ৰাৰ্থী গৰাকীয়ে। সভাত স্থানীয় ৰাইজে পুষ্প বৃষ্টিৰে আদৰণী মিনাক্ষী ৰহমানক। তেওঁ গুইলেজা, খৰিচালা, লাচাংগা আদিত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে। গুইলেজাত কেইবাগৰাকী পঞ্চায় প্ৰতিনিধিৰ লগতে শ শ কংগ্ৰেছ সমৰ্থকে যোগদান কৰে এ আই ইউ ডি এফত। সম্প্ৰতি কোনে মাৰিব শেষ হাঁহি সেয়া এতিয়াই স্পষ্ট নহয় যদিও কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান জনাই আগুৱাই গৈছে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমান।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    15 hrs ago
  • সোণতলীৰ সৰু আৰিকাটিত অঘটন! অঞ্চলজুৰি কৌতুহল। লোকচক্ষুৰ সন্মুখতেই খালত ডুব মাৰি নিৰুদ্দেশ এজন লোক। ঘটনাস্থলীত সোণতলী আৰক্ষী উপস্থিত, ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত।
    1
    সোণতলীৰ সৰু আৰিকাটিত অঘটন! অঞ্চলজুৰি কৌতুহল।
লোকচক্ষুৰ সন্মুখতেই খালত ডুব মাৰি নিৰুদ্দেশ এজন লোক।
ঘটনাস্থলীত সোণতলী আৰক্ষী উপস্থিত, ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    2 hrs ago
  • 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ মৈৰাঝাৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা। 📌সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গায়াৰীৰ। 📌সংবাদমাধ্যমৰ আগত সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য পাৰিষদ দিগন্ত গয়াৰীৰ।
    1
    📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ মৈৰাঝাৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা।
📌সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গায়াৰীৰ।
📌সংবাদমাধ্যমৰ আগত সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য পাৰিষদ দিগন্ত গয়াৰীৰ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    4 hrs ago
  • hemanta ek gufa Na Kari dile
    1
    hemanta ek gufa Na Kari dile
    user_Shahidul Islam
    Shahidul Islam
    Plumber বৰক্ষেত্ৰী, নলবাৰী, অসম•
    15 hrs ago
  • পলাশবাৰীত সমষ্টিত বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ নৈ বিশাল ৰেলিত অংশগ্ৰহন কৰিব মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে ৰামপুৰৰ পৰা মিৰ্জা অভিমুখে হ'ব এই ৰেলি।
    1
    পলাশবাৰীত সমষ্টিত বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ নৈ বিশাল ৰেলিত অংশগ্ৰহন কৰিব মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে ৰামপুৰৰ পৰা মিৰ্জা অভিমুখে হ'ব এই ৰেলি।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    7 hrs ago
  • গোৰেশ্বৰ সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ ---- ভিক্টৰ কুমাৰ দাস হব গোৰেশ্বৰ সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক -- দিলীপ শইকীয়া : তামুলপুৰ, ২ এপ্ৰিল: তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বিজেপি তথা এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ কাউলীত অনুষ্ঠিত জনাকীৰ্ণ সভাখনত ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এনডিএ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । লগতে তেওঁ কয় ভিক্টৰ কুমাৰ দাসেই হব নৱ গঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক । ভাষণত তেওঁ গণতন্ত্ৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি সকলো লোককে এশ শতাংশ ভোটধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে আহ্বান জনায়। বিশেষকৈ কৰ্মসূত্ৰে সমষ্টিৰ বাহিৰত থকা লোকসকলক ৯ এপ্ৰিলৰ পূৰ্বেই নিজ গৃহলৈ উভতি আহি ভোটদান কৰিবলৈ তেওঁ বিশেষ অনুৰোধ জনায়। তেওঁ আকৌ কয় এই অঞ্চলত উন্নয়নৰ কাম আৰু কৰিবলগীয়া আছে । উন্নয়নৰ এই কাম সমূহ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে । এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক প্ৰশংসা কৰি তেওঁ কয় ভিক্টৰ কুমাৰ দাসে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সমষ্টিটোৰ ৰাইজৰ বাবে দিনক ৰাতি কৰি ৰাতিক দিন কৰি কাম কৰিব । বিগত বহু বছৰ ধৰি ভিক্টৰ কুমাৰ দাসে অসমী আই আৰু ভাৰতী আইৰ নামত সমৰ্পিত কৰি ৰাখিছে । বিজেপি নেতা ৰাম বাস্তলাই আঁত ধৰা সভাখনত বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাস আৰু এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসেও ভাষণ ৰাখে । সভাত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ৰাজেশ বড়ো , অগপ নেতা ভবেন ৰাজবংশী , বিপিএফ নেতা উত্তম দাসৰ লগতে বিজেপি , অগপ আৰু বিপিএফ দলৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে । ইপিনে সভাৰ মাজতে আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ শীৰ্ষক গীতটোত আটায়ে নাচি বাগি স্ফূৰ্তি কৰে । সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় গোৰেশ্বৰ বিধান সভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাস বিপুল ভোটৰ ব্যৱধানত জয়ী হোৱাৰ লগতে বিটিচিৰ ১৫ খন আসনৰ ভিতৰত আটাইকেইখনতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ কৰাটো নিশ্চিত । ###
    1
    গোৰেশ্বৰ সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ ---- 
ভিক্টৰ কুমাৰ দাস হব গোৰেশ্বৰ সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক -- দিলীপ শইকীয়া : 
তামুলপুৰ, ২ এপ্ৰিল:
তামুলপুৰ জিলাৰ ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বিজেপি তথা এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ কাউলীত অনুষ্ঠিত জনাকীৰ্ণ সভাখনত ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এনডিএ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । লগতে তেওঁ কয় ভিক্টৰ কুমাৰ দাসেই হব নৱ গঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক । ভাষণত তেওঁ গণতন্ত্ৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি সকলো লোককে এশ শতাংশ ভোটধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে আহ্বান জনায়। বিশেষকৈ কৰ্মসূত্ৰে সমষ্টিৰ বাহিৰত থকা লোকসকলক ৯ এপ্ৰিলৰ পূৰ্বেই নিজ গৃহলৈ উভতি আহি ভোটদান কৰিবলৈ তেওঁ বিশেষ অনুৰোধ জনায়। তেওঁ আকৌ কয় এই অঞ্চলত উন্নয়নৰ কাম আৰু কৰিবলগীয়া আছে । উন্নয়নৰ এই কাম সমূহ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে । এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক প্ৰশংসা কৰি তেওঁ কয় ভিক্টৰ কুমাৰ দাসে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সমষ্টিটোৰ ৰাইজৰ বাবে দিনক ৰাতি কৰি ৰাতিক দিন কৰি কাম কৰিব । বিগত বহু বছৰ ধৰি ভিক্টৰ কুমাৰ দাসে অসমী আই আৰু ভাৰতী আইৰ নামত সমৰ্পিত কৰি ৰাখিছে । বিজেপি নেতা ৰাম বাস্তলাই আঁত ধৰা সভাখনত বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাস আৰু এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসেও ভাষণ ৰাখে । সভাত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ৰাজেশ বড়ো , অগপ নেতা ভবেন ৰাজবংশী , বিপিএফ নেতা উত্তম দাসৰ লগতে বিজেপি , অগপ আৰু বিপিএফ দলৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে । ইপিনে সভাৰ মাজতে আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ শীৰ্ষক গীতটোত আটায়ে নাচি বাগি স্ফূৰ্তি কৰে । সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় গোৰেশ্বৰ বিধান সভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাস বিপুল ভোটৰ ব্যৱধানত জয়ী হোৱাৰ লগতে বিটিচিৰ ১৫ খন আসনৰ ভিতৰত আটাইকেইখনতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ কৰাটো নিশ্চিত । ###
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • ৰাজনৈতিক সভাত ধৰ্মীয় বিভাজন ঘটাবলৈ আপ্ৰাণ চেষ্টা কৰা নেতাৰ নামাজ পঢ়িবলৈ ব্যৱহাৰ কৰা টুপী খুলি পৰিল ৰাজনীতি প্ৰচাৰ চলি থকা সময়তে ।
    1
    ৰাজনৈতিক সভাত ধৰ্মীয় বিভাজন ঘটাবলৈ আপ্ৰাণ চেষ্টা কৰা নেতাৰ নামাজ পঢ়িবলৈ ব্যৱহাৰ কৰা টুপী খুলি পৰিল ৰাজনীতি প্ৰচাৰ চলি থকা সময়তে ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.