গুইলেজাত মিনাক্ষী ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি উন্নয়নৰ প্ৰতিশ্ৰুতি ২৫ নং পাকাবেতবাৰী সমষ্টিৰ গুইলেজাত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে নিৰ্বাচনী প্ৰচাৰ চলায়। পাকাবেতবাৰী সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে গুইলেজাত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি ভোট ভিক্ষা কৰিবলৈ কেইবাটাও কামৰ গেৰান্টি দিয়ে। তেওঁ কয়, মই আধাৰশিলাৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই ৰাইজক কামৰ গেৰান্টি দিছোঁ। গুইলেজাত বেকী নদীৰ ওপৰত দলং নিৰ্মাণ কৰাই হ'ব মোৰ প্ৰথম কাম। মিনাক্ষী ৰহমানৰ জয় মানে ৰাইজৰ জয় বুলি কয় প্ৰাৰ্থী গৰাকীয়ে। সভাত স্থানীয় ৰাইজে পুষ্প বৃষ্টিৰে আদৰণী মিনাক্ষী ৰহমানক। তেওঁ গুইলেজা, খৰিচালা, লাচাংগা আদিত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে। গুইলেজাত কেইবাগৰাকী পঞ্চায় প্ৰতিনিধিৰ লগতে শ শ কংগ্ৰেছ সমৰ্থকে যোগদান কৰে এ আই ইউ ডি এফত। সম্প্ৰতি কোনে মাৰিব শেষ হাঁহি সেয়া এতিয়াই স্পষ্ট নহয় যদিও কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান জনাই আগুৱাই গৈছে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমান।

- ২৫ নং পাকাবেতবাৰী সমষ্টিৰ গুইলেজাত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে নিৰ্বাচনী প্ৰচাৰ চলায়। পাকাবেতবাৰী সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে গুইলেজাত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি ভোট ভিক্ষা কৰিবলৈ কেইবাটাও কামৰ গেৰান্টি দিয়ে। তেওঁ কয়, মই আধাৰশিলাৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই ৰাইজক কামৰ গেৰান্টি দিছোঁ। গুইলেজাত বেকী নদীৰ ওপৰত দলং নিৰ্মাণ কৰাই হ'ব মোৰ প্ৰথম কাম। মিনাক্ষী ৰহমানৰ জয় মানে ৰাইজৰ জয় বুলি কয় প্ৰাৰ্থী গৰাকীয়ে। সভাত স্থানীয় ৰাইজে পুষ্প বৃষ্টিৰে আদৰণী মিনাক্ষী ৰহমানক। তেওঁ গুইলেজা, খৰিচালা, লাচাংগা আদিত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে। গুইলেজাত কেইবাগৰাকী পঞ্চায় প্ৰতিনিধিৰ লগতে শ শ কংগ্ৰেছ সমৰ্থকে যোগদান কৰে এ আই ইউ ডি এফত। সম্প্ৰতি কোনে মাৰিব শেষ হাঁহি সেয়া এতিয়াই স্পষ্ট নহয় যদিও কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান জনাই আগুৱাই গৈছে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমান।1
- ৰাজনৈতিক সভাত ধৰ্মীয় বিভাজন ঘটাবলৈ আপ্ৰাণ চেষ্টা কৰা নেতাৰ নামাজ পঢ়িবলৈ ব্যৱহাৰ কৰা টুপী খুলি পৰিল ৰাজনীতি প্ৰচাৰ চলি থকা সময়তে ।1
- অষ্টম নগর বাজারে1
- 👉 ১৬ নং অভয়াপুৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰৰ উপস্থিতিত লালমাটিৰ বহু সংখ্যক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। 👉 নিৰ্বাচনৰ আগতেই সমষ্টিটোত কংগ্ৰেছৰ সমৰ্থন বৃদ্ধি পোৱা বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে। #Abhayapuri #PradipSarkar #Congress #AssamPolitics #Election2026 #JoiningCongress #PoliticalNews #AssamNews #BreakingNews #Lalmati #GrassrootSupport #CongressWave #ElectionUpdate #NewsUpdate #AssamPortalNews 🔴📺1
- 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ ভকুৱামাৰীত এআইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা। 📌সমষ্টিটোৰ এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ বিলাল আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ দলৰ সভাপতি বদৰুদ্দিন আজমলৰ। 📌সংবাদমাধ্যমৰ আগত সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য বদৰুদ্দিন আজমলৰ।1
- hemanta ek gufa Na Kari dile1
- নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ব্যাপক হাৰত বৃদ্ধি পাইছে ২৩ নং চেঙা সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ জনপ্ৰিয়তা।1
- আব্দুল খালেকক এ আই ইউ ডি এফত যোগদান কৰিবলৈ আহ্বান হাফিজ ৰফিকুল ইছলামৰ। আজি ২২ নং মন্দিয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত অৱস্থিত প্ৰাক্তন বিধায়ক তথা এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ ঘৰত বিশাল জনসভা অনুষ্ঠিত হয়। সভাত শ শ মহিলা ভোটাৰে উপস্থিত থাকে। সাংবাদিকৰ আগত ডঃ হাফিজ ৰফিকুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক এ আই ইউ ডি এফ দলত যোগদান কৰিবলৈ আহ্বান জনায়। লগতে অহা ৩ তাৰিখত জনীয়াত সাংসদ তথা এ আই এম আই এমৰ সভাপতি আছাউদ্দিন ওৱেছি এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বুলি জানিবলৈ দিয়ে।1