Shuru
Apke Nagar Ki App…
মৰিগাঁও সদৰ বিহুতলীৰ সমীপত ৰখাই থোৱা বাহনত এগৰাকী অধিবক্তাৰ মৃ/ত/দে/হ উদ্ধাৰ হৃদৰোগত আক্ৰান্ত হৈ ব্যক্তিগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ ।
Mahesh kumar das
মৰিগাঁও সদৰ বিহুতলীৰ সমীপত ৰখাই থোৱা বাহনত এগৰাকী অধিবক্তাৰ মৃ/ত/দে/হ উদ্ধাৰ হৃদৰোগত আক্ৰান্ত হৈ ব্যক্তিগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ ।
More news from অসম and nearby areas
- Post by Mahesh kumar das1
- Post by BHURAGAON LIVE1
- সোমবাৰে জম্মু-কাশ্মীৰৰ ৰামনগৰ-উধমপুৰ ঘাইপথৰ কাগোটৰ সমীপত এখন যাত্ৰীবাহী বাছ ওলোট খাই পৰাৰ ফলত অতি কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে।1
- শিক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে এইদৰে ওলাই আহে পুৱাৰ ভাগতে মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। শিশু শ্ৰমিক বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাৰ শিক্ষা লাগে শিক্ষা দিয়ক আদি বিভিন্ন স্লোগানৰে এক জাগৰণ সৃষ্টি কৰে অসম ৰাজ্যিক দ্বিনী তালিমী ব'ৰ্ডৰ নিৰ্দেশমৰ্মে কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সহযোগত আজি ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ উদ্যোগত জাগৰণ ও সজাগতা সভা অনুষ্ঠিত হয়। পুৱাৰ ভাগতে উলিওৱা এই বিশাল পদযাত্ৰাত ভাগ লয় কলিয়াবৰ জিলা দ্বিনী তালিমী ব'ৰ্ডৰ সভাপতি মৌলানা মুজিবুৰ ৰহমান, সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন, মৌলানা জাহিদ,ভাটিয়াখালী আঞ্চলিক দ্বিনী তালিমী ব'ৰ্ডৰ সাধাৰণ সম্পাদক মুজাম্মেল হুছেইনৰ প্ৰমূখ্য কৰি বহু গন্য মান্য ব্যক্তি তথা মাদ্ৰাছাৰ শিক্ষক সকলে অংশগ্ৰহণ কৰে। মাদ্ৰাছাৰ শিক্ষা কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়,ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰি আমাৰ সমাজৰ নতুন প্ৰজন্মক গঢ়ি তোলাত এই অনুষ্ঠানসমূহৰ ভূমিকা অপৰিসীম।1
- নগাঁৱৰ বাইপাছৰ ওচৰত এডোখৰ মাটি ওলাইছে। চাৰিচুকীয়া মাটিডোখৰ দেখিলে আপোনাৰ পচন্দ হ'বই। শান্তিপূৰ্ণ পৰিৱেশত আপোনাক যদি এডোখৰ মাটি লাগে তেন্তে যোগাযোগ কৰক।1
- পুৱাই গৰু চুৰি কৰি গাড়ীত উঠাবলৈ লওঁতেই হাতে-লোটে আটক কৰে তিনি চুৰক পাঁচ জনীয়া চুৰৰ দলটোক ৰাইজে খেদি খেদি তিনি চুৰক আটক কৰে যদিও পলায়ন কৰে আন দুই গৰু চুৰ দীৰ্ঘদিনৰেই পৰা অঞ্চলটোত গৰু চোৰে নিদ্ৰা হৰণ কৰি আহিছে গৃহস্থৰ ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বাৰ। উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে ঘটনাস্থলীত লাওঁখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ তিনি চোৰক থানালৈ লৈ যায় আৰু সোধপোচ অব্যাহত ৰাখিছে1
- Post by DeV 24 News1
- Post by Mahesh kumar das1