ধুবুৰী শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলত উৎফুল্লিত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী। বিজ্ঞান শাখাত এশ শতাংশ উত্তীৰ্ণ। ক'লা শাখাত ৯১.৩৪ শতাংশ উত্তীৰ্ণ। বিজ্ঞান শাখাত ৮১ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ইয়াৰে ৭২ গৰাকীয়ে ষ্টাৰ মাৰ্ক পোৱাৰ বিপৰীতে এশ শতাংশই লাভ কৰে প্ৰথম বিভাগ। ক'লা শাখাতো ৯১.৩৪ শতাংশ উত্তীৰ্ণ। ১০৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫৪ গৰাকীয়ে প্ৰথম বিভাগ, দ্বিতীয় বিভাগত লাভ কৰে ৩০ গৰাকী আৰু ১১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ১০৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮৪ গৰাকীয়ে লাভ কৰিছে লেটাৰ মাৰ্ক। ধুবুৰী শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলত উৎফুল্লিত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী। বিজ্ঞান শাখাত এশ শতাংশ উত্তীৰ্ণ। ক'লা শাখাত ৯১.৩৪ শতাংশ উত্তীৰ্ণ। বিজ্ঞান শাখাত ৮১ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ইয়াৰে ৭২ গৰাকীয়ে ষ্টাৰ মাৰ্ক পোৱাৰ বিপৰীতে এশ শতাংশই লাভ কৰে প্ৰথম বিভাগ। ক'লা শাখাতো ৯১.৩৪ শতাংশ উত্তীৰ্ণ। ১০৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫৪ গৰাকীয়ে প্ৰথম বিভাগ, দ্বিতীয় বিভাগত লাভ কৰে ৩০ গৰাকী আৰু ১১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ১০৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮৪ গৰাকীয়ে লাভ কৰিছে লেটাৰ মাৰ্ক।

- ইউটিউবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে ধুবুৰীত এজাহাৰ দাখিল। ধুবুৰীৰ কুন্তিৰচৰক বাংলাদেশ কোৱা ইউটিবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে এজাহাৰ ধুবুৰী যুৱ সমাজৰ। ইউটিউবাৰ ভাস্কৰ দত্তই ধুবুৰী চহৰৰ নেতাই ধুবুনী পাৰঘাট থিয় হৈ কুন্তিৰচৰক বাংলাদেশ কোৱা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে ধুবুৰী যুৱ সমাজে।1
- ধৰ্মশালা আনন্দৰাম জাতীয় বিদ্যালয়ৰ কলা শাখাৰ ফলাফলত উজ্জ্বলিল ধৰ্মশালা আনন্দৰাম বৰুৱা জাতীয় বিদ্যালয় । কলা শাখাত ৬১ জন পাছ, এজন ছাত্ৰী Destination , Star Mark পাচঁজন,প্ৰথম স্থান দখল ২৪ জন,দ্বিতীয় স্থান দখল ২৭ জন, আৰু ৩য় স্থান দহ জন দখল কৰাৰ লগতে ২৭ জন ছাত্ৰছাত্ৰীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়। ফলাফল ঘোষনা কৰাৰ পিছৰে পৰা শিক্ষানুষ্ঠানখনত আনন্দৰ বন্যা। উল্লেখ যোগ্য যে - এইবেলি পোনপ্ৰথম বাৰৰ স্কুলখনৰ ছাত্ৰছাত্ৰী পৰিক্ষাত অবতীৰ্ণ হৈছিল। সুনাম কঢ়িয়াই অনা ছাত্ৰছাত্ৰী সকললৈ সম্বৰ্ধনা বিদ্যালয়ৰ তৰফৰ পৰা ।1
- Post by T News1
- hi1
- H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।1
- Post by Hii1
- কিছুদিন পুৰ্বেই প্ৰদেশ কংগ্ৰেছৰ অনুমতি অবিহনে নিজ ইচ্ছা মতে ৪৫ জন কংগ্ৰেছ কৰ্মীক নিলম্বন কৰিছিল। তাৰ পাছতে প্ৰদেশ কংগ্ৰেছে সেই নিলম্বনৰ পত্ৰ গ্ৰহণ নকৰি জিলা কমিটিক সকিয়নী দি শীঘ্ৰেই পত্ৰ উঠাই লৈ নিলম্বীত কংগ্ৰেছ কৰ্মী সকলক বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে । গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ তৎপৰতাত নিলম্বন পত্ৰখন বাতিল কৰা হয়। পত্ৰখন বাতিল কৰাৰ পাছতে ধুবুৰী ৰাজীৱ ভৱনত সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনক ধন্যবাদ জনাই কংগ্ৰেছ কৰ্মী সকলে। ইপিনে সংবাদমেলখনত জিলা সভানেত্ৰীৰ বিৰুদ্ধে এটাৰ এটা মন্তব্য কৰা দেখা যায় ।1
- আজি ঘোষনা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত ফলাফল। ধুবুৰীত চৰকাৰী বিদ্যালয়ৰ সাফল্য । ধুবুৰী শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত ১০০ শতাংশ উত্তীৰ্ণৰে উজলিল শিক্ষানুষ্ঠানখন। বিজ্ঞান শাখাত ৮১ গৰাকী আৰু কলা শাখাত ৯৫ গৰাকী শিক্ষাৰ্থী উৰ্ত্তীনৰে সফলতা। কলা শাখাৰ ৯১.৩৪ শতাংশ লাভ কৰি শিক্ষানুষ্ঠানখনৰ লগতে ধুবুৰীৰ গৌৰৱ কঢ়িয়াই আনিছে। ফলাফল ঘোষনা কৰাৰ পিছৰে পৰা শিক্ষানুষ্ঠানখনত আনন্দৰ বন্যা। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক সকলৰ মাজতো আনন্দ দেখা পৰিলক্ষিত হৈছে। প্ৰতি বছৰৰ দৰে একেই ধাৰা অক্ষুন্ন ৰাখি পুনৰবাৰ শিক্ষানগৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে শিক্ষানুষ্ঠানখনে।1
- চিকিৎসক হোৱাৰ সপোন বৰপেটাৰ নলীগাওঁৰ ছালমা আখতাৰাৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৬.২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছালমা আখতাৰা।1