মৈৰাবাৰী আৰক্ষীৰ জালত ১২ টাকৈ ছাইবাৰ অপৰাধী। বিধায়ক আছিফ ম: নাজাৰে বিধান সভাত চাইবাৰ অপৰাধৰ বিষয়টো উথাপন কৰাৰ পিছতে গা লৰিছে মৰিগাঁও আৰক্ষীৰ। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিজানত লোক কেইজন কৰায়ত্ত। অভিযানকাৰী দলটোৱে: আশ্ৰাফুল আলম মৈৰাবাৰী থানা। ইকবাল হুছেইন, মিকিৰভেটা থানা। আজাহৰুল ইছলাম, লহৰিঘাট থানা। ৰশিদুল ইছলাম, মিকিৰ্ভেঁটা থানা। হাফিজ উদ্দিন, লাহৰীঘাট থানা। জিয়াৰুল ইছলাম, লাহৰিঘাট থানা। বাবুল ইছলাম লাহৰিঘাট থানা। ইনামূল কৰিম, লহৰিঘাট থানা।জয়দুল ইছলাম, লাহৰিঘাট থানা। মহিবুল ইছলাম, লহৰীঘাট থানা। আজাহাৰুল ইছলাম, লাহৰীঘাট থানা। আৰু ৰছিদুল ইছলাম মিকিৰভেটা থানাৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ দলটোৱে চাইবাৰ অপৰাধী কেইজনৰ কবলৰ পৰা, বেংক পাচবুক, স্বইপ মেচিন, কেইবাটাও ATM,১৬ টা মোবাইল ফোন, পাছপোৰ্ট , প্ৰিন্টাৰ,নগদ দুই লাখ ২৫০০ টকাৰ লগতে ভালে সংখ্যক আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰা হৈছে ধৃত চাইবাৰ অপৰাধী কেইটাক।
মৈৰাবাৰী আৰক্ষীৰ জালত ১২ টাকৈ ছাইবাৰ অপৰাধী। বিধায়ক আছিফ ম: নাজাৰে বিধান সভাত চাইবাৰ অপৰাধৰ বিষয়টো উথাপন কৰাৰ পিছতে গা লৰিছে মৰিগাঁও আৰক্ষীৰ। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিজানত লোক কেইজন কৰায়ত্ত। অভিযানকাৰী দলটোৱে: আশ্ৰাফুল আলম
মৈৰাবাৰী থানা। ইকবাল হুছেইন, মিকিৰভেটা থানা। আজাহৰুল ইছলাম, লহৰিঘাট থানা। ৰশিদুল ইছলাম, মিকিৰ্ভেঁটা থানা। হাফিজ উদ্দিন, লাহৰীঘাট থানা। জিয়াৰুল ইছলাম, লাহৰিঘাট থানা। বাবুল ইছলাম লাহৰিঘাট থানা। ইনামূল কৰিম, লহৰিঘাট থানা।জয়দুল ইছলাম, লাহৰিঘাট থানা। মহিবুল ইছলাম, লহৰীঘাট থানা। আজাহাৰুল ইছলাম, লাহৰীঘাট থানা। আৰু ৰছিদুল ইছলাম মিকিৰভেটা থানাৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ দলটোৱে
চাইবাৰ অপৰাধী কেইজনৰ কবলৰ পৰা, বেংক পাচবুক, স্বইপ মেচিন, কেইবাটাও ATM,১৬ টা মোবাইল ফোন, পাছপোৰ্ট , প্ৰিন্টাৰ,নগদ দুই লাখ ২৫০০ টকাৰ লগতে ভালে সংখ্যক আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰা হৈছে ধৃত চাইবাৰ অপৰাধী কেইটাক।
- বান সাহায্য প্ৰদান কৰিবলৈ গৈ বানাক্ৰান্ত ৰাইজৰ ইন্টাৰভিউ ল'লে এজন ব্যক্তিয়ে। শিকালে বুৰঞ্জীৰ পাঠ, বুজাই দিলে মদৰ অপকাৰৰ বিৰুদ্ধে, এই ভিডিঅ'ক লৈ তোলপাৰ সকলোতে।1
- সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক #nonfollowers #assam #Nagaon #upperassam1
- মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে । যুৱক জন মানসিক ভাৰসাম্যহীন। হাবিজুল আলী নামৰ যুৱক জন আজিৰ পৰা 14 দিন আগতে ঘৰৰ পৰা মৈৰাবাৰী বজাৰলৈ বুলি উলায় যোৱাৰ পাছৰে নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে বহুঠাইত বিচাৰি আছে যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে ভেলৌগুৰী আৰক্ষী থানত এজাহাৰ দাখিল কৰিছে। কোনোবা সদাহয় ব্যক্তিয়ে যদি হাবিজুল আলী নামৰ যুৱক জনৰ সন্ধান লাভ কৰিলে ৯৮৫৯১৪৩০১৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।2
- জীৱনত প্ৰথমবাৰ পাইছোঁ যে,বহুত ভয় খালো”। 📌বানৰ বিভীষিকাৰ এক অকল্পনীয় পৰিৱেশৰ বিষয়ে উল্লেখ কৰি উচুপি উঠিল গোলাঘাটৰ এগৰাকী মহিলা। জীৱনত প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বহুত ভয় লাগিল।" — বানৰ বিভীষিকাময় অভিজ্ঞতা বৰ্ণনা কৰি এনেদৰে উচুপি উঠে গোলাঘাটৰ এগৰাকী মহিলা। তেওঁ কয়, হঠাতে বাঢ়ি অহা বানে মুহূৰ্ততে ঘৰ-বাৰী, সা-সম্পত্তি পানীত ডুবাই পেলায়। প্ৰাণ বচাবলৈ পৰিয়ালসহ নিৰাপদ স্থানলৈ আশ্ৰয় ল’বলগীয়া হয়। ভয়, অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজতে এতিয়া সহায়ৰ আশাত দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে।1
- ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য1
- আৰক্ষীৰ দলটোৱে চাইবাৰ অপৰাধী কেইজনৰ কবলৰ পৰা, বেংক পাচবুক, স্বইপ মেচিন, কেইবাটাও ATM,১৬ টা মোবাইল ফোন, পাছপোৰ্ট , প্ৰিন্টাৰ,নগদ দুই লাখ ২৫০০ টকাৰ লগতে ভালে সংখ্যক আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিজানত লোক কেইজন কৰায়ত্ত। অভিযানকাৰী দলটোৱে: আশ্ৰাফুল আলম মৈৰাবাৰী থানা। ইকবাল হুছেইন, মিকিৰভেটা থানা। আজাহৰুল ইছলাম, লহৰিঘাট থানা। ৰশিদুল ইছলাম, মিকিৰ্ভেঁটা থানা। হাফিজ উদ্দিন, লাহৰীঘাট থানা। জিয়াৰুল ইছলাম, লাহৰিঘাট থানা। বাবুল ইছলাম লাহৰিঘাট থানা। ইনামূল কৰিম, লহৰিঘাট থানা।জয়দুল ইছলাম, লাহৰিঘাট থানা। মহিবুল ইছলাম, লহৰীঘাট থানা। আজাহাৰুল ইছলাম, লাহৰীঘাট থানা। আৰু ৰছিদুল ইছলাম মিকিৰভেটা থানাৰ পৰা গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰা হৈছে ধৃত চাইবাৰ অপৰাধী কেইটাক।1