logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে । যুৱক জন মানসিক ভাৰসাম্যহীন। হাবিজুল আলী নামৰ যুৱক জন আজিৰ পৰা 14 দিন আগতে ঘৰৰ পৰা মৈৰাবাৰী বজাৰলৈ বুলি উলায় যোৱাৰ পাছৰে নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে বহুঠাইত বিচাৰি আছে যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে ভেলৌগুৰী আৰক্ষী থানত এজাহাৰ দাখিল কৰিছে। কোনোবা সদাহয় ব্যক্তিয়ে যদি হাবিজুল আলী নামৰ যুৱক জনৰ সন্ধান লাভ কৰিলে ৯৮৫৯১৪৩০১৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

1 hr ago
user_Chandan hira
Chandan hira
মৰিগাঁও, মৰিগাঁও, অসম•
1 hr ago

মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে । যুৱক জন মানসিক ভাৰসাম্যহীন। হাবিজুল আলী নামৰ যুৱক জন আজিৰ পৰা 14 দিন আগতে ঘৰৰ পৰা মৈৰাবাৰী বজাৰলৈ বুলি উলায় যোৱাৰ পাছৰে নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে বহুঠাইত বিচাৰি আছে যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে ভেলৌগুৰী আৰক্ষী থানত এজাহাৰ দাখিল কৰিছে। কোনোবা সদাহয় ব্যক্তিয়ে যদি হাবিজুল আলী নামৰ যুৱক জনৰ সন্ধান লাভ কৰিলে ৯৮৫৯১৪৩০১৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

More news from অসম and nearby areas
  • মৌলানা বদৰুদ্দিন আজমলৰ উজনি অসমৰ বানাক্ৰান্তলৈ বৃহৎ ঘোষনা। বান সাহাৰ্য্যৰ বাবে ১০০ কোটিৰ লক্ষ্য আজমলৰ।
    1
    মৌলানা বদৰুদ্দিন আজমলৰ উজনি অসমৰ বানাক্ৰান্তলৈ বৃহৎ ঘোষনা।
বান সাহাৰ্য্যৰ বাবে ১০০ কোটিৰ লক্ষ্য আজমলৰ।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    18 min ago
  • মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নামত ৰচিত ভয়ংকৰ ষড়যন্ত্ৰৰ ৰহস্য জানিলে... YouTube: Untold by Ali Hussain
    1
    মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নামত ৰচিত ভয়ংকৰ ষড়যন্ত্ৰৰ ৰহস্য জানিলে...
YouTube: Untold by Ali Hussain
    user_ALI HUSSAIN
    ALI HUSSAIN
    Local News Reporter লংকা, হোজাই, অসম•
    50 min ago
  • ৰঙিয়াত অৰুণোদয় ৩.০ৰ মুকলি কৰি সংবাদ মাধ্যম যোগে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই ৰঙিয়াত অৰুণোদয় ৩.০ৰ মুকলি কৰি সংবাদ মাধ্যম যোগে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই । সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত বিধায়ক ভৱেশ কলিতাই কয় যে বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৱা ৩–৪ মাহ ধৰি অৰুণোদয়ৰ ধনৰ পৰা বঞ্চিত হৈ থকা হিতাধিকাৰীসকলে পুনৰ সুবিধা লাভ কৰিব।প্ৰায় ৪৫ লাখতকৈ অধিক আই-মাতৃ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী।*বিপদৰ সময়ত হিতাধিকাৰীয়ে আঁচনিৰ ধন অগ্ৰিমভাৱে লাভ কৰাৰ সুযোগ পাব বুলি উল্লেখ কৰি আঁচনিখন পুনৰ সক্ৰিয় কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ভবেশ কলিতাই ।ৰাজ্যৰ ৪খন জিলাত ভয়াৱহ বানপানী সৃষ্টি হোৱাত উদ্বেগ প্ৰকাশ কৰি বানপীড়িত লোকসকলক সহায় কৰিবলৈ সকলো ধৰ্ম-বৰ্ণৰ লোকক ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ বিধায়ক কলিতাই আহ্বান জনায় ।
    1
    ৰঙিয়াত অৰুণোদয় ৩.০ৰ  মুকলি কৰি সংবাদ মাধ্যম যোগে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই 
ৰঙিয়াত অৰুণোদয় ৩.০ৰ  মুকলি কৰি সংবাদ মাধ্যম যোগে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই । সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত বিধায়ক ভৱেশ কলিতাই কয় যে বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৱা ৩–৪ মাহ ধৰি অৰুণোদয়ৰ ধনৰ পৰা বঞ্চিত হৈ থকা হিতাধিকাৰীসকলে পুনৰ সুবিধা লাভ কৰিব।প্ৰায় ৪৫ লাখতকৈ অধিক আই-মাতৃ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী।*বিপদৰ সময়ত হিতাধিকাৰীয়ে আঁচনিৰ ধন অগ্ৰিমভাৱে লাভ কৰাৰ সুযোগ পাব বুলি উল্লেখ কৰি আঁচনিখন পুনৰ সক্ৰিয় কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ভবেশ কলিতাই ।ৰাজ্যৰ ৪খন জিলাত ভয়াৱহ বানপানী সৃষ্টি হোৱাত উদ্বেগ প্ৰকাশ কৰি বানপীড়িত লোকসকলক সহায় কৰিবলৈ সকলো ধৰ্ম-বৰ্ণৰ লোকক ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ বিধায়ক কলিতাই আহ্বান জনায় ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    2 hrs ago
  • তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন। যোৱা নিশা ২ নং বগৰীখুটি গাঁওৰ কেইবাজনো কৃষক ৰাইজৰ সপোনৰ খেতি পথাৰ হাতীয়ে খাই তহিলং কৰি সৃষ্টি কৰে তাণ্ডৱৰ। কেইবাগৰাকী কৃষকৰ কচু,জিকাৰ লগতে তামোল নাৰিকল,কলৰ বাগান খাই তহিলং কৰাৰ উপৰিও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি ৰাইজৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিভাগীয় লোকক নিৰ্দেশ প্ৰদানৰ লগতে টৰ্চ লাইটৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে EM লক্ষী ভজন দাসে।
    1
    তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন
তামুলপুৰৰ উত্তৰাঞ্চলত প্ৰতি নিশাই বন্য হস্তীৰ তাণ্ডৱত নচনচ কৃষকৰ সপোন। যোৱা নিশা ২ নং বগৰীখুটি গাঁওৰ কেইবাজনো কৃষক ৰাইজৰ সপোনৰ খেতি পথাৰ হাতীয়ে খাই তহিলং কৰি সৃষ্টি কৰে তাণ্ডৱৰ। কেইবাগৰাকী কৃষকৰ কচু,জিকাৰ লগতে তামোল নাৰিকল,কলৰ বাগান খাই তহিলং কৰাৰ উপৰিও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি ৰাইজৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিভাগীয় লোকক নিৰ্দেশ প্ৰদানৰ লগতে টৰ্চ লাইটৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে EM লক্ষী ভজন দাসে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ৷ "এক পেৰ মা কে নাম শীৰ্ষক" শ্ল' গানেৰে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা তামুলপুৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে ৷আজি শুভাৰম্ভ কৰা হয় । তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত তামুলপুৰ আৰু কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অনুস্থতি অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰন কাৰ্যসূচী বিটিচিৰ ই এম লক্ষ্মী দাস, তামুলপুৰ জিলা আয়ুক্ত চিমি কৰন,জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত থাকি গছপুলি বিতৰন কৰে ।
    1
    তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ
তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ৷
"এক পেৰ মা কে নাম শীৰ্ষক" শ্ল' গানেৰে আৰম্ভ কৰা  অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  অসম চৰকাৰৰ মন্ত্ৰী তথা তামুলপুৰ বিধায়ক  বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে ৷আজি শুভাৰম্ভ কৰা হয় । তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত তামুলপুৰ আৰু কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অনুস্থতি অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰন কাৰ্যসূচী বিটিচিৰ ই এম লক্ষ্মী দাস, তামুলপুৰ জিলা আয়ুক্ত চিমি কৰন,জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত থাকি গছপুলি বিতৰন কৰে ।
    user_Goreswar News
    Goreswar News
    তামুলপুৰ, তামুলপুৰ, অসম•
    9 hrs ago
  • জুৰীয়া উন্নয়ন খণ্ডত কোন এই মোবাৰক আলী। পত্নী গাওঁ পঞ্চায়তৰ সভানেত্ৰী হোৱাৰ গইনালৈ। উন্নয়ন খণ্ডটোত দপদপনি মোবাৰক আলীৰ। জুৰীয়া উন্নয়ন খণ্ডত কোন এই মোবাৰক আলী। পত্নী গাওঁ পঞ্চায়তৰ সভানেত্ৰী হোৱাৰ গইনালৈ। উন্নয়ন খণ্ডটোত দপদপনি মোবাৰক আলীৰ । এই জনেই হ'ল গদাইমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী তাহমিনা আহমেদৰ স্বামী মোবাৰক আলী। এই গৰাকীয়ে হল গদাইমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী তাহমিনা আহমেদ। সভানেত্ৰী পত্নীক তাহমিনা আহমেদক ঘৰতে ৰাখি তেওঁৰ স্বামী মোবাৰক আলীয়ে ৰাবাৰ ইষ্টামৰ দৰে ব্যৱহাৰ কৰি উন্নয়ন খণ্ডটোত দপদপাই পত্নীৰ কাম কাজত লিপ্ত হৈ সভানেত্ৰী পত্নীক অন্ধকাৰত ৰাখি চৰকাৰী আচঁনিত লূষ্ঠন ৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মোবাৰক আলীৰ বিৰুদ্ধে। চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে গছকি পত্নীৰ কামত হস্তক্ষেপ কৰাৰ পিছতো। নিমাত কিয়? জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মইনুদ্দিন আহমেদ। কাৰ ছত্ৰছায়াত মোবাৰক আলীৰ ইমান দপদপনি জুৰীয়া উন্নয়ন খণ্ডত। এই জনেই হল জুৰীয়া উন্নয়ন খণ্ডৰ দুৰ্নীতি গ্ৰস্ত লুণ্ঠনৰ মহানায়ক বুলি চৰ্চিত খত্ত উন্নয়ন বিষয়া মইনুদ্দিন আহমেদ। মইনুদ্দিন আহমেদৰ সৈতে মিলি মোবাৰক আলীয়ে সভানেত্ৰী পত্নীক পাক ঘৰতে ৰাখি পত্নীৰ চৰকাৰী কামত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে মোবাৰক আলীৰ বিৰুদ্ধে। সভানেত্ৰীৰ স্বামী সকলে পঞ্চায়ত অথবা উন্নয়ন খণ্ডত গৈ পত্নীৰ কাম কাজত কোনো হস্তক্ষেপ কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা থকাৰ পিছতো খণ্ড উন্নয়ন বিষয়া মইনুদ্দিন আহমেদে । উন্নয়ন খণ্ডটোত বৰপীৰা পাৰি দিলে নেকি? মোবাৰক আলীক।
    1
    জুৰীয়া উন্নয়ন খণ্ডত কোন এই মোবাৰক আলী।
পত্নী গাওঁ পঞ্চায়তৰ সভানেত্ৰী হোৱাৰ গইনালৈ।
 উন্নয়ন খণ্ডটোত দপদপনি মোবাৰক আলীৰ।
জুৰীয়া উন্নয়ন খণ্ডত কোন এই মোবাৰক আলী।
পত্নী গাওঁ পঞ্চায়তৰ সভানেত্ৰী হোৱাৰ গইনালৈ।
উন্নয়ন খণ্ডটোত দপদপনি মোবাৰক আলীৰ ।
এই জনেই হ'ল গদাইমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী 
তাহমিনা আহমেদৰ স্বামী মোবাৰক আলী। 
এই গৰাকীয়ে হল গদাইমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী তাহমিনা আহমেদ।
সভানেত্ৰী পত্নীক তাহমিনা আহমেদক 
ঘৰতে ৰাখি তেওঁৰ স্বামী মোবাৰক আলীয়ে  ৰাবাৰ ইষ্টামৰ দৰে ব্যৱহাৰ কৰি উন্নয়ন খণ্ডটোত দপদপাই 
পত্নীৰ কাম কাজত লিপ্ত হৈ সভানেত্ৰী পত্নীক অন্ধকাৰত ৰাখি চৰকাৰী আচঁনিত লূষ্ঠন ৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মোবাৰক আলীৰ বিৰুদ্ধে।
চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে গছকি পত্নীৰ কামত
হস্তক্ষেপ কৰাৰ পিছতো।
নিমাত কিয়? জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মইনুদ্দিন আহমেদ।
কাৰ ছত্ৰছায়াত মোবাৰক আলীৰ ইমান দপদপনি জুৰীয়া উন্নয়ন খণ্ডত।
এই জনেই হল জুৰীয়া উন্নয়ন খণ্ডৰ দুৰ্নীতি গ্ৰস্ত লুণ্ঠনৰ মহানায়ক বুলি চৰ্চিত 
খত্ত উন্নয়ন বিষয়া মইনুদ্দিন আহমেদ। 
মইনুদ্দিন আহমেদৰ সৈতে মিলি মোবাৰক আলীয়ে 
সভানেত্ৰী পত্নীক পাক ঘৰতে ৰাখি 
পত্নীৰ চৰকাৰী কামত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে মোবাৰক আলীৰ বিৰুদ্ধে।
সভানেত্ৰীৰ স্বামী সকলে পঞ্চায়ত অথবা উন্নয়ন খণ্ডত গৈ পত্নীৰ কাম কাজত কোনো হস্তক্ষেপ কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা থকাৰ পিছতো 
খণ্ড উন্নয়ন বিষয়া মইনুদ্দিন আহমেদে ।
উন্নয়ন খণ্ডটোত বৰপীৰা পাৰি দিলে নেকি?
মোবাৰক আলীক।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    3 hrs ago
  • বানৰ সোঁতত বহু ঘৰ উটি গ'ল, কিন্তু মানৱতাৰ নাওখন এতিয়াও ভাহি আছে..সেই নাৱৰে এজন বিশেষ যাত্ৰী তথা সমাজকৰ্মী, মানৱতাৰ দূত হুছেইন মনছুৰী। আপোনাৰ এই নিঃস্বাৰ্থ সেৱাক চিৰদিন মনত ৰাখিব অসমে
    1
    বানৰ সোঁতত বহু ঘৰ উটি গ'ল, কিন্তু মানৱতাৰ নাওখন এতিয়াও ভাহি আছে..সেই নাৱৰে এজন বিশেষ যাত্ৰী তথা সমাজকৰ্মী, মানৱতাৰ দূত হুছেইন মনছুৰী। আপোনাৰ এই নিঃস্বাৰ্থ সেৱাক চিৰদিন মনত ৰাখিব অসমে
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    23 hrs ago
  • এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ। এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ তামুলপুৰ, ১ আগষ্ট: ‘এক পেৰ মা কে নাম’ কাৰ্যসূচীৰ অংশ হিচাপে তামুলপুৰত আজি অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰা হয়। বাকসা বন প্ৰাধিকৰণৰ তামুলপুৰ–কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কৰা হয়। তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, তামুলপুৰ জিলাৰ আয়ুক্ত চিমি কৰণ আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে উপস্থিত থাকি আনুষ্ঠানিকভাৱে গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত উপস্থিত অতিথিসকলে বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সমাজৰ প্ৰতিজন ব্যক্তিয়ে অন্ততঃ এখন গছ ৰোপণ আৰু সংৰক্ষণৰ দায়িত্ব লোৱাৰ আহ্বান জনায়। তেওঁলোকে কয় যে অমৃত বৃক্ষ আন্দোলনৰ মূল লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, সেউজীয়া আৱৰণ বৃদ্ধি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তোলা। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত তামুলপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক সংগঠন আৰু স্থানীয় লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়। বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণে অনুষ্ঠানটো অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।
    1
    এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ।
এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ
তামুলপুৰ, ১ আগষ্ট: ‘এক পেৰ মা কে নাম’ কাৰ্যসূচীৰ অংশ হিচাপে তামুলপুৰত আজি অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰা হয়। বাকসা বন প্ৰাধিকৰণৰ তামুলপুৰ–কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কৰা হয়।
তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, তামুলপুৰ জিলাৰ আয়ুক্ত চিমি কৰণ আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে উপস্থিত থাকি আনুষ্ঠানিকভাৱে গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
অনুষ্ঠানত উপস্থিত অতিথিসকলে বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সমাজৰ প্ৰতিজন ব্যক্তিয়ে অন্ততঃ এখন গছ ৰোপণ আৰু সংৰক্ষণৰ দায়িত্ব লোৱাৰ আহ্বান জনায়। তেওঁলোকে কয় যে অমৃত বৃক্ষ আন্দোলনৰ মূল লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, সেউজীয়া আৱৰণ বৃদ্ধি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তোলা।
উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত তামুলপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক সংগঠন আৰু স্থানীয় লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়। বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণে অনুষ্ঠানটো অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • মৈৰাবাৰী আৰক্ষীৰ জালত ১২ টাকৈ ছাইবাৰ অপৰাধী। বিধায়ক আছিফ ম: নাজাৰে বিধান সভাত চাইবাৰ অপৰাধৰ বিষয়টো উথাপন কৰাৰ পিছতে গা লৰিছে মৰিগাঁও আৰক্ষীৰ। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিজানত লোক কেইজন কৰায়ত্ত। অভিযানকাৰী দলটোৱে: আশ্ৰাফুল আলম মৈৰাবাৰী থানা। ইকবাল হুছেইন, মিকিৰভেটা থানা। আজাহৰুল ইছলাম, লহৰিঘাট থানা। ৰশিদুল ইছলাম, মিকিৰ্ভেঁটা থানা। হাফিজ উদ্দিন, লাহৰীঘাট থানা। জিয়াৰুল ইছলাম, লাহৰিঘাট থানা। বাবুল ইছলাম লাহৰিঘাট থানা। ইনামূল কৰিম, লহৰিঘাট থানা।জয়দুল ইছলাম, লাহৰিঘাট থানা। মহিবুল ইছলাম, লহৰীঘাট থানা। আজাহাৰুল ইছলাম, লাহৰীঘাট থানা। আৰু ৰছিদুল ইছলাম মিকিৰভেটা থানাৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ দলটোৱে চাইবাৰ অপৰাধী কেইজনৰ কবলৰ পৰা, বেংক পাচবুক, স্বইপ মেচিন, কেইবাটাও ATM,১৬ টা মোবাইল ফোন, পাছপোৰ্ট , প্ৰিন্টাৰ,নগদ দুই লাখ ২৫০০ টকাৰ লগতে ভালে সংখ্যক আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰা হৈছে ধৃত চাইবাৰ অপৰাধী কেইটাক।
    3
    মৈৰাবাৰী আৰক্ষীৰ জালত ১২ টাকৈ ছাইবাৰ অপৰাধী।

বিধায়ক আছিফ ম: নাজাৰে বিধান সভাত চাইবাৰ অপৰাধৰ বিষয়টো উথাপন কৰাৰ পিছতে গা লৰিছে মৰিগাঁও আৰক্ষীৰ।

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিজানত লোক কেইজন কৰায়ত্ত। অভিযানকাৰী দলটোৱে: 
আশ্ৰাফুল আলম মৈৰাবাৰী থানা।
ইকবাল হুছেইন, মিকিৰভেটা থানা।
আজাহৰুল ইছলাম, লহৰিঘাট থানা।
ৰশিদুল ইছলাম, মিকিৰ্ভেঁটা থানা।
হাফিজ উদ্দিন, লাহৰীঘাট থানা।
জিয়াৰুল ইছলাম, লাহৰিঘাট থানা।
বাবুল ইছলাম লাহৰিঘাট থানা।
ইনামূল কৰিম, লহৰিঘাট থানা।জয়দুল ইছলাম, লাহৰিঘাট থানা।
মহিবুল ইছলাম, লহৰীঘাট থানা। 
আজাহাৰুল ইছলাম, লাহৰীঘাট থানা।
আৰু ৰছিদুল ইছলাম মিকিৰভেটা থানাৰ পৰা গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ দলটোৱে চাইবাৰ অপৰাধী কেইজনৰ কবলৰ পৰা, বেংক পাচবুক, স্বইপ মেচিন, কেইবাটাও ATM,১৬ টা মোবাইল ফোন, পাছপোৰ্ট , প্ৰিন্টাৰ,নগদ দুই লাখ ২৫০০ টকাৰ লগতে ভালে সংখ্যক আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।
সম্প্ৰতি মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰা হৈছে ধৃত চাইবাৰ অপৰাধী কেইটাক।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.