logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

জুৰীয়া উন্নয়ন খণ্ডত কোন এই মোবাৰক আলী। পত্নী গাওঁ পঞ্চায়তৰ সভানেত্ৰী হোৱাৰ গইনালৈ। উন্নয়ন খণ্ডটোত দপদপনি মোবাৰক আলীৰ। জুৰীয়া উন্নয়ন খণ্ডত কোন এই মোবাৰক আলী। পত্নী গাওঁ পঞ্চায়তৰ সভানেত্ৰী হোৱাৰ গইনালৈ। উন্নয়ন খণ্ডটোত দপদপনি মোবাৰক আলীৰ । এই জনেই হ'ল গদাইমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী তাহমিনা আহমেদৰ স্বামী মোবাৰক আলী। এই গৰাকীয়ে হল গদাইমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী তাহমিনা আহমেদ। সভানেত্ৰী পত্নীক তাহমিনা আহমেদক ঘৰতে ৰাখি তেওঁৰ স্বামী মোবাৰক আলীয়ে ৰাবাৰ ইষ্টামৰ দৰে ব্যৱহাৰ কৰি উন্নয়ন খণ্ডটোত দপদপাই পত্নীৰ কাম কাজত লিপ্ত হৈ সভানেত্ৰী পত্নীক অন্ধকাৰত ৰাখি চৰকাৰী আচঁনিত লূষ্ঠন ৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মোবাৰক আলীৰ বিৰুদ্ধে। চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে গছকি পত্নীৰ কামত হস্তক্ষেপ কৰাৰ পিছতো। নিমাত কিয়? জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মইনুদ্দিন আহমেদ। কাৰ ছত্ৰছায়াত মোবাৰক আলীৰ ইমান দপদপনি জুৰীয়া উন্নয়ন খণ্ডত। এই জনেই হল জুৰীয়া উন্নয়ন খণ্ডৰ দুৰ্নীতি গ্ৰস্ত লুণ্ঠনৰ মহানায়ক বুলি চৰ্চিত খত্ত উন্নয়ন বিষয়া মইনুদ্দিন আহমেদ। মইনুদ্দিন আহমেদৰ সৈতে মিলি মোবাৰক আলীয়ে সভানেত্ৰী পত্নীক পাক ঘৰতে ৰাখি পত্নীৰ চৰকাৰী কামত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে মোবাৰক আলীৰ বিৰুদ্ধে। সভানেত্ৰীৰ স্বামী সকলে পঞ্চায়ত অথবা উন্নয়ন খণ্ডত গৈ পত্নীৰ কাম কাজত কোনো হস্তক্ষেপ কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা থকাৰ পিছতো খণ্ড উন্নয়ন বিষয়া মইনুদ্দিন আহমেদে । উন্নয়ন খণ্ডটোত বৰপীৰা পাৰি দিলে নেকি? মোবাৰক আলীক।

1 hr ago
user_Bittuahmed
Bittuahmed
Local News Reporter নগাঁও, নগাঁও, অসম•
1 hr ago

জুৰীয়া উন্নয়ন খণ্ডত কোন এই মোবাৰক আলী। পত্নী গাওঁ পঞ্চায়তৰ সভানেত্ৰী হোৱাৰ গইনালৈ। উন্নয়ন খণ্ডটোত দপদপনি মোবাৰক আলীৰ। জুৰীয়া উন্নয়ন খণ্ডত কোন এই মোবাৰক আলী। পত্নী গাওঁ পঞ্চায়তৰ সভানেত্ৰী হোৱাৰ গইনালৈ। উন্নয়ন খণ্ডটোত দপদপনি মোবাৰক আলীৰ । এই জনেই হ'ল গদাইমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী তাহমিনা আহমেদৰ স্বামী মোবাৰক আলী। এই গৰাকীয়ে হল গদাইমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী তাহমিনা আহমেদ। সভানেত্ৰী পত্নীক তাহমিনা আহমেদক ঘৰতে ৰাখি তেওঁৰ স্বামী মোবাৰক আলীয়ে ৰাবাৰ ইষ্টামৰ দৰে ব্যৱহাৰ কৰি উন্নয়ন খণ্ডটোত দপদপাই পত্নীৰ কাম কাজত লিপ্ত হৈ সভানেত্ৰী পত্নীক অন্ধকাৰত ৰাখি চৰকাৰী আচঁনিত লূষ্ঠন ৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মোবাৰক আলীৰ বিৰুদ্ধে। চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে গছকি পত্নীৰ কামত হস্তক্ষেপ কৰাৰ পিছতো। নিমাত কিয়? জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মইনুদ্দিন আহমেদ। কাৰ ছত্ৰছায়াত মোবাৰক আলীৰ ইমান দপদপনি জুৰীয়া উন্নয়ন খণ্ডত। এই জনেই হল জুৰীয়া উন্নয়ন খণ্ডৰ দুৰ্নীতি গ্ৰস্ত লুণ্ঠনৰ মহানায়ক বুলি চৰ্চিত খত্ত উন্নয়ন বিষয়া মইনুদ্দিন আহমেদ। মইনুদ্দিন আহমেদৰ সৈতে মিলি মোবাৰক আলীয়ে সভানেত্ৰী পত্নীক পাক ঘৰতে ৰাখি পত্নীৰ চৰকাৰী কামত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে মোবাৰক আলীৰ বিৰুদ্ধে। সভানেত্ৰীৰ স্বামী সকলে পঞ্চায়ত অথবা উন্নয়ন খণ্ডত গৈ পত্নীৰ কাম কাজত কোনো হস্তক্ষেপ কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা থকাৰ পিছতো খণ্ড উন্নয়ন বিষয়া মইনুদ্দিন আহমেদে । উন্নয়ন খণ্ডটোত বৰপীৰা পাৰি দিলে নেকি? মোবাৰক আলীক।

More news from অসম and nearby areas
  • বান সাহায্য প্ৰদান কৰিবলৈ গৈ বানাক্ৰান্ত ৰাইজৰ ইন্টাৰভিউ ল'লে এজন ব্যক্তিয়ে। শিকালে বুৰঞ্জীৰ পাঠ, বুজাই দিলে মদৰ অপকাৰৰ বিৰুদ্ধে, এই ভিডিঅ'ক লৈ তোলপাৰ সকলোতে।
    1
    বান সাহায্য প্ৰদান কৰিবলৈ গৈ বানাক্ৰান্ত ৰাইজৰ ইন্টাৰভিউ ল'লে এজন ব্যক্তিয়ে।
শিকালে বুৰঞ্জীৰ পাঠ, বুজাই দিলে মদৰ অপকাৰৰ বিৰুদ্ধে, এই ভিডিঅ'ক লৈ তোলপাৰ সকলোতে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    23 min ago
  • সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক #nonfollowers #assam #Nagaon #upperassam
    1
    সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক
যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক 
সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক
যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক
#nonfollowers #assam #Nagaon #upperassam
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    13 hrs ago
  • অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কলিয়াবৰ অন্তৰ্গত লাওখোৱাত শাখা গঠন। দুদিনীয়াকৈ আয়োজন গীত আৰু কবিতা আবৃত্তিৰ দ্বাৰা কৰ্মশালা আয়োজন। লাওখোৱা বনগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গুণদা দাস হাজৰিকাৰ নেতৃত্ব কলিয়াবৰ সমষ্টিৰ লাওখোৱাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নতুন শাখা আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এই উপলক্ষে ৩০ আৰু ৩১ জুলাইত দুদিনীয়াকৈ গীত আৰু কবিতা আবৃত্তিৰ এক কৰ্মশালাৰ আয়োজন কৰিছে। কৰ্মশালাত অঞ্চলটোৰ শিক্ষাৰ্থী আৰু সংস্কৃতিপ্ৰেমীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অভিজ্ঞ প্ৰশিক্ষকসকলে আবৃত্তি, কবিতা পাঠ, উচ্চাৰণ, কণ্ঠচৰ্চা আৰু গীত পৰিবেশনৰ বিভিন্ন দিশত হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰে।
    1
    অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কলিয়াবৰ  অন্তৰ্গত লাওখোৱাত শাখা গঠন।

দুদিনীয়াকৈ আয়োজন গীত আৰু কবিতা আবৃত্তিৰ দ্বাৰা কৰ্মশালা আয়োজন।
লাওখোৱা বনগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গুণদা দাস হাজৰিকাৰ নেতৃত্ব কলিয়াবৰ সমষ্টিৰ লাওখোৱাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নতুন শাখা আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এই উপলক্ষে ৩০ আৰু ৩১ জুলাইত দুদিনীয়াকৈ গীত আৰু কবিতা আবৃত্তিৰ এক কৰ্মশালাৰ আয়োজন কৰিছে।
কৰ্মশালাত অঞ্চলটোৰ শিক্ষাৰ্থী আৰু সংস্কৃতিপ্ৰেমীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে।
অভিজ্ঞ প্ৰশিক্ষকসকলে আবৃত্তি, কবিতা পাঠ, উচ্চাৰণ, কণ্ঠচৰ্চা আৰু গীত পৰিবেশনৰ বিভিন্ন দিশত হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    1 day ago
  • মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন যুৱক জন নিৰুদ্দেশ হৈ আছে । যুৱক জন মানসিক ভাৰসাম্যহীন। হাবিজুল আলী নামৰ যুৱক জন আজিৰ পৰা 14 দিন আগতে ঘৰৰ পৰা মৈৰাবাৰী বজাৰলৈ বুলি উলায় যোৱাৰ পাছৰে নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে বহুঠাইত বিচাৰি আছে যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে ভেলৌগুৰী আৰক্ষী থানত এজাহাৰ দাখিল কৰিছে। কোনোবা সদাহয় ব্যক্তিয়ে যদি হাবিজুল আলী নামৰ যুৱক জনৰ সন্ধান লাভ কৰিলে ৯৮৫৯১৪৩০১৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।
    2
    মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন  যুৱক জন  নিৰুদ্দেশ হৈ আছে
মৈৰাবাৰীৰ বর্থল দলৈগাও ৰ মদাৰগুৰি গাঁৱৰ এজন  যুৱক জন  নিৰুদ্দেশ হৈ আছে ।
যুৱক জন মানসিক ভাৰসাম্যহীন।
হাবিজুল আলী নামৰ যুৱক জন আজিৰ পৰা 14 দিন আগতে ঘৰৰ পৰা মৈৰাবাৰী বজাৰলৈ বুলি উলায় যোৱাৰ পাছৰে নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে বহুঠাইত বিচাৰি আছে  যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই।
ইতিমধ্যে পৰিয়ালৰ লোকে ভেলৌগুৰী আৰক্ষী থানত এজাহাৰ দাখিল কৰিছে।
কোনোবা সদাহয় ব্যক্তিয়ে যদি হাবিজুল আলী নামৰ যুৱক জনৰ সন্ধান লাভ কৰিলে ৯৮৫৯১৪৩০১৬  নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    24 min ago
  • জীৱনত প্ৰথমবাৰ পাইছোঁ যে,বহুত ভয় খালো”। 📌বানৰ বিভীষিকাৰ এক অকল্পনীয় পৰিৱেশৰ বিষয়ে উল্লেখ কৰি উচুপি উঠিল গোলাঘাটৰ এগৰাকী মহিলা। জীৱনত প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বহুত ভয় লাগিল।" — বানৰ বিভীষিকাময় অভিজ্ঞতা বৰ্ণনা কৰি এনেদৰে উচুপি উঠে গোলাঘাটৰ এগৰাকী মহিলা। তেওঁ কয়, হঠাতে বাঢ়ি অহা বানে মুহূৰ্ততে ঘৰ-বাৰী, সা-সম্পত্তি পানীত ডুবাই পেলায়। প্ৰাণ বচাবলৈ পৰিয়ালসহ নিৰাপদ স্থানলৈ আশ্ৰয় ল’বলগীয়া হয়। ভয়, অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজতে এতিয়া সহায়ৰ আশাত দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে।
    1
    জীৱনত প্ৰথমবাৰ পাইছোঁ যে,বহুত ভয় খালো”।

📌বানৰ বিভীষিকাৰ এক অকল্পনীয় পৰিৱেশৰ বিষয়ে উল্লেখ কৰি উচুপি উঠিল গোলাঘাটৰ এগৰাকী মহিলা।


জীৱনত প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বহুত ভয় লাগিল।" — বানৰ বিভীষিকাময় অভিজ্ঞতা বৰ্ণনা কৰি এনেদৰে উচুপি উঠে গোলাঘাটৰ এগৰাকী মহিলা। তেওঁ কয়, হঠাতে বাঢ়ি অহা বানে মুহূৰ্ততে ঘৰ-বাৰী, সা-সম্পত্তি পানীত ডুবাই পেলায়। প্ৰাণ বচাবলৈ পৰিয়ালসহ নিৰাপদ স্থানলৈ আশ্ৰয় ল’বলগীয়া হয়। ভয়, অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজতে এতিয়া সহায়ৰ আশাত দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    10 hrs ago
  • আৰক্ষীৰ দলটোৱে চাইবাৰ অপৰাধী কেইজনৰ কবলৰ পৰা, বেংক পাচবুক, স্বইপ মেচিন, কেইবাটাও ATM,১৬ টা মোবাইল ফোন, পাছপোৰ্ট , প্ৰিন্টাৰ,নগদ দুই লাখ ২৫০০ টকাৰ লগতে ভালে সংখ্যক আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিজানত লোক কেইজন কৰায়ত্ত। অভিযানকাৰী দলটোৱে: আশ্ৰাফুল আলম মৈৰাবাৰী থানা। ইকবাল হুছেইন, মিকিৰভেটা থানা। আজাহৰুল ইছলাম, লহৰিঘাট থানা। ৰশিদুল ইছলাম, মিকিৰ্ভেঁটা থানা। হাফিজ উদ্দিন, লাহৰীঘাট থানা। জিয়াৰুল ইছলাম, লাহৰিঘাট থানা। বাবুল ইছলাম লাহৰিঘাট থানা। ইনামূল কৰিম, লহৰিঘাট থানা।জয়দুল ইছলাম, লাহৰিঘাট থানা। মহিবুল ইছলাম, লহৰীঘাট থানা। আজাহাৰুল ইছলাম, লাহৰীঘাট থানা। আৰু ৰছিদুল ইছলাম মিকিৰভেটা থানাৰ পৰা গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰা হৈছে ধৃত চাইবাৰ অপৰাধী কেইটাক।
    1
    আৰক্ষীৰ দলটোৱে চাইবাৰ অপৰাধী কেইজনৰ কবলৰ পৰা, বেংক পাচবুক, স্বইপ মেচিন, কেইবাটাও ATM,১৬ টা মোবাইল ফোন, পাছপোৰ্ট , প্ৰিন্টাৰ,নগদ দুই লাখ ২৫০০ টকাৰ লগতে ভালে সংখ্যক আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।
জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিজানত লোক কেইজন কৰায়ত্ত। অভিযানকাৰী দলটোৱে: 
আশ্ৰাফুল আলম মৈৰাবাৰী থানা।
ইকবাল হুছেইন, মিকিৰভেটা থানা।
আজাহৰুল ইছলাম, লহৰিঘাট থানা।
ৰশিদুল ইছলাম, মিকিৰ্ভেঁটা থানা।
হাফিজ উদ্দিন, লাহৰীঘাট থানা।
জিয়াৰুল ইছলাম, লাহৰিঘাট থানা।
বাবুল ইছলাম লাহৰিঘাট থানা।
ইনামূল কৰিম, লহৰিঘাট থানা।জয়দুল ইছলাম, লাহৰিঘাট থানা।
মহিবুল ইছলাম, লহৰীঘাট থানা। 
আজাহাৰুল ইছলাম, লাহৰীঘাট থানা।
আৰু ৰছিদুল ইছলাম মিকিৰভেটা থানাৰ পৰা গ্ৰেপ্তাৰ কৰে।
সম্প্ৰতি মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰা হৈছে ধৃত চাইবাৰ অপৰাধী কেইটাক।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.