logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ৷ "এক পেৰ মা কে নাম শীৰ্ষক" শ্ল' গানেৰে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা তামুলপুৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে ৷আজি শুভাৰম্ভ কৰা হয় । তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত তামুলপুৰ আৰু কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অনুস্থতি অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰন কাৰ্যসূচী বিটিচিৰ ই এম লক্ষ্মী দাস, তামুলপুৰ জিলা আয়ুক্ত চিমি কৰন,জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত থাকি গছপুলি বিতৰন কৰে ।

5 hrs ago
user_Goreswar News
Goreswar News
তামুলপুৰ, তামুলপুৰ, অসম•
5 hrs ago

তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ৷ "এক পেৰ মা কে নাম শীৰ্ষক" শ্ল' গানেৰে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা তামুলপুৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে ৷আজি শুভাৰম্ভ কৰা হয় । তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত তামুলপুৰ আৰু কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অনুস্থতি অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰন কাৰ্যসূচী বিটিচিৰ ই এম লক্ষ্মী দাস, তামুলপুৰ জিলা আয়ুক্ত চিমি কৰন,জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত থাকি গছপুলি বিতৰন কৰে ।

More news from অসম and nearby areas
  • এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ। এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ তামুলপুৰ, ১ আগষ্ট: ‘এক পেৰ মা কে নাম’ কাৰ্যসূচীৰ অংশ হিচাপে তামুলপুৰত আজি অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰা হয়। বাকসা বন প্ৰাধিকৰণৰ তামুলপুৰ–কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কৰা হয়। তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, তামুলপুৰ জিলাৰ আয়ুক্ত চিমি কৰণ আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে উপস্থিত থাকি আনুষ্ঠানিকভাৱে গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত উপস্থিত অতিথিসকলে বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সমাজৰ প্ৰতিজন ব্যক্তিয়ে অন্ততঃ এখন গছ ৰোপণ আৰু সংৰক্ষণৰ দায়িত্ব লোৱাৰ আহ্বান জনায়। তেওঁলোকে কয় যে অমৃত বৃক্ষ আন্দোলনৰ মূল লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, সেউজীয়া আৱৰণ বৃদ্ধি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তোলা। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত তামুলপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক সংগঠন আৰু স্থানীয় লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়। বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণে অনুষ্ঠানটো অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।
    1
    এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ।
এক পেৰ মা কে নাম: তামুলপুৰত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ, গছপুলি বিতৰণ
তামুলপুৰ, ১ আগষ্ট: ‘এক পেৰ মা কে নাম’ কাৰ্যসূচীৰ অংশ হিচাপে তামুলপুৰত আজি অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰা হয়। বাকসা বন প্ৰাধিকৰণৰ তামুলপুৰ–কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত গছপুলি বিতৰণ কৰা হয়।
তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, তামুলপুৰ জিলাৰ আয়ুক্ত চিমি কৰণ আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে উপস্থিত থাকি আনুষ্ঠানিকভাৱে গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
অনুষ্ঠানত উপস্থিত অতিথিসকলে বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সমাজৰ প্ৰতিজন ব্যক্তিয়ে অন্ততঃ এখন গছ ৰোপণ আৰু সংৰক্ষণৰ দায়িত্ব লোৱাৰ আহ্বান জনায়। তেওঁলোকে কয় যে অমৃত বৃক্ষ আন্দোলনৰ মূল লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, সেউজীয়া আৱৰণ বৃদ্ধি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তোলা।
উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত তামুলপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক সংগঠন আৰু স্থানীয় লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়। বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণে অনুষ্ঠানটো অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    15 min ago
  • তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ৷ "এক পেৰ মা কে নাম শীৰ্ষক" শ্ল' গানেৰে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা তামুলপুৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে ৷আজি শুভাৰম্ভ কৰা হয় । তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত তামুলপুৰ আৰু কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অনুস্থতি অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰন কাৰ্যসূচী বিটিচিৰ ই এম লক্ষ্মী দাস, তামুলপুৰ জিলা আয়ুক্ত চিমি কৰন,জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত থাকি গছপুলি বিতৰন কৰে ।
    1
    তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ
তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ৷
"এক পেৰ মা কে নাম শীৰ্ষক" শ্ল' গানেৰে আৰম্ভ কৰা  অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  অসম চৰকাৰৰ মন্ত্ৰী তথা তামুলপুৰ বিধায়ক  বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে ৷আজি শুভাৰম্ভ কৰা হয় । তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত তামুলপুৰ আৰু কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অনুস্থতি অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰন কাৰ্যসূচী বিটিচিৰ ই এম লক্ষ্মী দাস, তামুলপুৰ জিলা আয়ুক্ত চিমি কৰন,জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত থাকি গছপুলি বিতৰন কৰে ।
    user_Goreswar News
    Goreswar News
    তামুলপুৰ, তামুলপুৰ, অসম•
    5 hrs ago
  • বাক্সাৰ মনসাত আমি কাউৰী দলৰ ফালৰ পৰা ফুটবল বিতৰণ। বিতৰণ কৰে বিটিচিৰ পাৰিষদ ৰাকেশ ব্ৰহ্মই। বাক্সাৰ মনসাত আমি কাউৰী দলৰ ফালৰ পৰা ফুটবল বিতৰণ। বিতৰণ কৰে বিটিচিৰ পাৰিষদ ৰাকেশ ব্ৰহ্মই।
    1
    বাক্সাৰ মনসাত আমি কাউৰী দলৰ ফালৰ পৰা ফুটবল বিতৰণ। বিতৰণ কৰে বিটিচিৰ পাৰিষদ ৰাকেশ ব্ৰহ্মই।
বাক্সাৰ মনসাত আমি কাউৰী দলৰ ফালৰ পৰা ফুটবল বিতৰণ। বিতৰণ কৰে বিটিচিৰ পাৰিষদ ৰাকেশ ব্ৰহ্মই।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    2 hrs ago
  • বৰপেটাৰ ছেইণ্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা বৰপেটাৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত আজি পথ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। বৰপেটা চহৰৰ দঙৰকুছিস্থিত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত আজি বিদ্যালয়খনৰ চেয়াৰমেন ভেইৰু কুমাৰ শৰ্মাই শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰা সত্বেও সম্প্ৰতি জিলাখনৰ বিভিন্ন প্ৰান্তত দৈনিক সংঘটিত হোৱা পথ দূৰ্ঘটনা ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সজাগতা সভাখন অনুষ্ঠিত হয়। উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী, অভিভাৱকসকলক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সজাগতা সভাত ছাত্ৰ-ছাত্ৰীসকলক পথ অতিক্ৰম কৰোতে লবলগীয়া সাৱধানতা, হেলমেট, চিটবেল্ট পৰিধান কৰাৰ লগতে তীব্ৰগতিত বাহন নচলাবলৈ ভাষন প্ৰসংগত আহ্বান জনায় জিলা পৰিবহন বিষয়া বাপন কলিতাই। তেওঁ লগতে পথ দূৰ্ঘটনাৰ কাৰক আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে লবলগীয়া পদক্ষেপ সন্দৰ্ভত উপস্থিত ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলক বিস্তাৰিতভাৱে বুজাই দিয়ে। সভাত ইনফৰ্চমেন্ট ইন্সপেক্টৰ বিশ্বেশ্বৰ ৰয়, বিদ্যালয়খনৰ অধ্যক্ষ বিপিন পি এছ'ৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিষয়বস্তৰ ওপৰত গঠণমুলক ভাষন প্ৰদান কৰে। -- বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ সৰকাৰৰ ৰিপৰ্ট/১ আগষ্ট।
    1
    বৰপেটাৰ ছেইণ্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা 
বৰপেটাৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত আজি পথ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। বৰপেটা চহৰৰ দঙৰকুছিস্থিত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট টেৰেচা ইংলিছ মিডিয়াম স্কুলত আজি বিদ্যালয়খনৰ চেয়াৰমেন ভেইৰু কুমাৰ শৰ্মাই শাৰীৰিকভাৱে  উপস্থিত থাকিব নোৱাৰা  সত্বেও সম্প্ৰতি জিলাখনৰ বিভিন্ন প্ৰান্তত দৈনিক সংঘটিত হোৱা পথ দূৰ্ঘটনা ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সজাগতা সভাখন অনুষ্ঠিত হয়। উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী, অভিভাৱকসকলক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সজাগতা সভাত ছাত্ৰ-ছাত্ৰীসকলক পথ অতিক্ৰম কৰোতে লবলগীয়া সাৱধানতা, হেলমেট, চিটবেল্ট পৰিধান কৰাৰ লগতে তীব্ৰগতিত বাহন নচলাবলৈ ভাষন প্ৰসংগত আহ্বান জনায় জিলা পৰিবহন বিষয়া বাপন কলিতাই। তেওঁ লগতে পথ দূৰ্ঘটনাৰ কাৰক আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে লবলগীয়া পদক্ষেপ সন্দৰ্ভত উপস্থিত ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলক বিস্তাৰিতভাৱে বুজাই দিয়ে। সভাত ইনফৰ্চমেন্ট ইন্সপেক্টৰ বিশ্বেশ্বৰ ৰয়, বিদ্যালয়খনৰ অধ্যক্ষ বিপিন পি এছ'ৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিষয়বস্তৰ ওপৰত  গঠণমুলক ভাষন প্ৰদান কৰে। 
-- বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ সৰকাৰৰ ৰিপৰ্ট/১ আগষ্ট।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    23 min ago
  • জীৱনত প্ৰথমবাৰ পাইছোঁ যে,বহুত ভয় খালো”। 📌বানৰ বিভীষিকাৰ এক অকল্পনীয় পৰিৱেশৰ বিষয়ে উল্লেখ কৰি উচুপি উঠিল গোলাঘাটৰ এগৰাকী মহিলা। জীৱনত প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বহুত ভয় লাগিল।" — বানৰ বিভীষিকাময় অভিজ্ঞতা বৰ্ণনা কৰি এনেদৰে উচুপি উঠে গোলাঘাটৰ এগৰাকী মহিলা। তেওঁ কয়, হঠাতে বাঢ়ি অহা বানে মুহূৰ্ততে ঘৰ-বাৰী, সা-সম্পত্তি পানীত ডুবাই পেলায়। প্ৰাণ বচাবলৈ পৰিয়ালসহ নিৰাপদ স্থানলৈ আশ্ৰয় ল’বলগীয়া হয়। ভয়, অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজতে এতিয়া সহায়ৰ আশাত দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে।
    1
    জীৱনত প্ৰথমবাৰ পাইছোঁ যে,বহুত ভয় খালো”।

📌বানৰ বিভীষিকাৰ এক অকল্পনীয় পৰিৱেশৰ বিষয়ে উল্লেখ কৰি উচুপি উঠিল গোলাঘাটৰ এগৰাকী মহিলা।


জীৱনত প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বহুত ভয় লাগিল।" — বানৰ বিভীষিকাময় অভিজ্ঞতা বৰ্ণনা কৰি এনেদৰে উচুপি উঠে গোলাঘাটৰ এগৰাকী মহিলা। তেওঁ কয়, হঠাতে বাঢ়ি অহা বানে মুহূৰ্ততে ঘৰ-বাৰী, সা-সম্পত্তি পানীত ডুবাই পেলায়। প্ৰাণ বচাবলৈ পৰিয়ালসহ নিৰাপদ স্থানলৈ আশ্ৰয় ল’বলগীয়া হয়। ভয়, অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজতে এতিয়া সহায়ৰ আশাত দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    7 hrs ago
  • ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য
    1
    ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    11 hrs ago
  • 📌বাক্সাৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা 📌বাক্সা জিলাৰ লক্ষ্মীবজাৰস্থিত ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। 📌বাক্সাৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা 📌বাক্সা জিলাৰ লক্ষ্মীবজাৰস্থিত ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।
    1
    📌বাক্সাৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
📌বাক্সা জিলাৰ লক্ষ্মীবজাৰস্থিত ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। 
📌বাক্সাৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
📌বাক্সা জিলাৰ লক্ষ্মীবজাৰস্থিত ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.