logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মানকাচৰ সমষ্টিৰ কালাপানী আৰু বেঙেৰ ভিটাত দলীয় সমৰ্থক আৰু কৰ্মীসকলৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎ কংগ্ৰেছৰ মানকাচৰ সমষ্টিৰ প্ৰাৰ্থী মহিবুৰ ৰহমানৰ। মানকাচৰ সমষ্টিৰ পৰা জিকিব বুলি অধিক আত্মবিশ্বাসী মহিবুৰ ৰহমান।

on 11 April
user_T News
T News
Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
on 11 April

মানকাচৰ সমষ্টিৰ কালাপানী আৰু বেঙেৰ ভিটাত দলীয় সমৰ্থক আৰু কৰ্মীসকলৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎ কংগ্ৰেছৰ মানকাচৰ সমষ্টিৰ প্ৰাৰ্থী মহিবুৰ ৰহমানৰ। মানকাচৰ সমষ্টিৰ পৰা জিকিব বুলি অধিক আত্মবিশ্বাসী মহিবুৰ ৰহমান।

More news from অসম and nearby areas
  • 🔹মগনীয়াৰ সন্তানৰ কৃতিত্বত উৎফুল্লিত পৰিয়ালৰ লগতে গাওঁবাসীৰ। 🔹দৰিদ্ৰতাক প্ৰত্যহ্বান জনাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল ছাদ্দাম হুছেইন। 🔹আগন্তুক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সাহায্য বিচাৰি সামাজিক মাধ্যমত আহ্বান। 🔹কামৰূপ জিলাৰ ছমৰীয়াৰ সোণতলী পাথালিপাৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ ছাদ্দাম হুছেইন ।
    1
    🔹মগনীয়াৰ সন্তানৰ কৃতিত্বত উৎফুল্লিত পৰিয়ালৰ লগতে গাওঁবাসীৰ।
🔹দৰিদ্ৰতাক প্ৰত্যহ্বান জনাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল ছাদ্দাম হুছেইন।
🔹আগন্তুক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সাহায্য বিচাৰি সামাজিক মাধ্যমত আহ্বান।
🔹কামৰূপ জিলাৰ ছমৰীয়াৰ সোণতলী পাথালিপাৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ ছাদ্দাম হুছেইন ।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    9 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    23 hrs ago
  • সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।
    1
    সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।
    user_Axom News Live
    Axom News Live
    চেঙা, বৰপেটা, অসম•
    2 hrs ago
  • Post by Mithun Rabha
    1
    Post by Mithun Rabha
    user_Mithun Rabha
    Mithun Rabha
    বজালী (পিটি), বজালী, অসম•
    4 hrs ago
  • Post by Eakupall
    1
    Post by Eakupall
    user_Eakupall
    Eakupall
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    7 hrs ago
  • 📌বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঘোঙৰ নান্দনিক দৃশ্য। 📌ঘোং অৰ্থাৎ ব্লেক পেন্থাৰে দৃষ্টি আকর্ষণ কৰিছে পৰ্যটকৰ।
    1
    📌বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঘোঙৰ নান্দনিক দৃশ্য। 
📌ঘোং অৰ্থাৎ ব্লেক পেন্থাৰে দৃষ্টি আকর্ষণ কৰিছে পৰ্যটকৰ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    14 hrs ago
  • Post by Eakupall
    1
    Post by Eakupall
    user_Eakupall
    Eakupall
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    8 hrs ago
  • 📌নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই জৰাজীৰ্ণ কাহিতামা আয়ুষ্মান আৰোগ্য মন্দিৰ। 📌ঠিকাদাৰৰ বিৰুদ্ধে কাহিতামা ৰাইজৰ তীব্ৰ ক্ষোভ।
    1
    📌নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই জৰাজীৰ্ণ কাহিতামা আয়ুষ্মান আৰোগ্য মন্দিৰ।
📌ঠিকাদাৰৰ বিৰুদ্ধে কাহিতামা ৰাইজৰ তীব্ৰ ক্ষোভ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    17 hrs ago
  • বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা।ভনী জোৱাইৰ গাড়ীৰ চেপাত প্ৰাণ গল বৌৱেক ৰমিছা খাতুন।গাড়ীৰ চেপাত গুৰুত্ব ভাৱে আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম।শহুৰৰ ঘৰলৈ আহি ভয়ংকৰ ঘটনা সংঘটিত কৰিলে সৰু জোৱাইয়ে।
    4
    বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা।ভনী জোৱাইৰ গাড়ীৰ চেপাত প্ৰাণ গল বৌৱেক ৰমিছা খাতুন।গাড়ীৰ চেপাত গুৰুত্ব ভাৱে আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম।শহুৰৰ ঘৰলৈ আহি ভয়ংকৰ ঘটনা সংঘটিত কৰিলে সৰু জোৱাইয়ে।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.