Shuru
Apke Nagar Ki App…
সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ। গোটাবাৰীৰ চাত্তাৰ আলীৰ ঘৰত উদ্ধাৰ লতামাকৰিটো ... সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।
Axom News Live
সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ। গোটাবাৰীৰ চাত্তাৰ আলীৰ ঘৰত উদ্ধাৰ লতামাকৰিটো ... সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।
More news from অসম and nearby areas
- সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।1
- Post by Shomesh Uddin1
- Post by Mithun Rabha1
- 🔸সুখ্যাতিৰে উত্তীৰ্ণ সোণতলীৰ ছামিমা ইয়াচমিনক ডাঃ কুৰবান আলী আহমেদৰ লগতে বিভিন্ন জনৰ সম্বৰ্ধনা। 🔸বিজ্ঞান শাখাত ৮৯•২ শতাংশ লৈ উতীৰ্ণ ছামিমা চিকিৎসক হোৱাৰ মন।1
- বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা।ভনী জোৱাইৰ গাড়ীৰ চেপাত প্ৰাণ গল বৌৱেক ৰমিছা খাতুন।গাড়ীৰ চেপাত গুৰুত্ব ভাৱে আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম।শহুৰৰ ঘৰলৈ আহি ভয়ংকৰ ঘটনা সংঘটিত কৰিলে সৰু জোৱাইয়ে।4
- *উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ১০০ শতাংশই উত্তীর্ণ* *ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ ৯৮ গৰাকী কৃতিমান শিক্ষার্থীক সম্বৰ্দ্ধনা* *গৰিৱ শিক্ষাৰ্থীক বিনামুলীয়াকৈ শিক্ষাদানৰ আশ্বাস* সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ পৰা এইবেলি ১০০ শতাংশ উত্তীর্ণ হোৱা কৃতিমান শিক্ষাৰ্থীসকলক আজি শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই সম্বৰ্দ্ধনা জ্ঞাপন কৰে। আজি দুপৰীয়া শিক্ষানুষ্ঠানখনৰ পৰিচালনা সঞ্চালক বসন্ত হালৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে শিক্ষানুষ্ঠানখনৰ সঞ্চালক তাইজুদ্দিন চৌধুৰীয়ে।সভাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হামিদ আলী, সদৌ নলবাৰী জিলা সাংবাদিক সন্হাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্র ডেকা, ঘগ্রাপাৰ প্রেছ ক্লাৱৰ সম্পাদক দ্বিজেন ডেকা, প্রতিদিনৰ জেষ্ঠ সাংবাদিক তপন দাস আদিয়ে কৃতিমান শিক্ষাৰ্থীসকলৰ উদ্দেশ্য শুভেচ্ছামুলক বক্তব্য প্রদান কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ক'লা আৰু বিজ্ঞান শাখাত উত্তীর্ণ হোৱা ৯৮ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, মানপ্রত্রৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ বিষয় শিক্ষক পুলেন মজুমদাৰ, শৈলেন ডেকা, বিশ্বজিৎ ভুঞা, জাকিৰ হুছেইন, শিক্ষয়ত্রী পল্লৱী চক্রৱর্তী, নিৰ্মালী দাস আদিয়ে অংশগ্রহণ কৰে।1
- পূৱ বকুৱা মিলিজুলি সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন । বিহুতলীত বিহু প্ৰদৰ্শন আমন্ত্ৰিত বিহুৱা দলৰ।1
- 🔹মগনীয়াৰ সন্তানৰ কৃতিত্বত উৎফুল্লিত পৰিয়ালৰ লগতে গাওঁবাসীৰ। 🔹দৰিদ্ৰতাক প্ৰত্যহ্বান জনাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল ছাদ্দাম হুছেইন। 🔹আগন্তুক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সাহায্য বিচাৰি সামাজিক মাধ্যমত আহ্বান। 🔹কামৰূপ জিলাৰ ছমৰীয়াৰ সোণতলী পাথালিপাৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ ছাদ্দাম হুছেইন ।1