logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ছয়গাঁও প্ৰেছ ক্লাৱৰ সভাপতি তথা লোকশিল্পী সুকুমাৰ মেধিৰ মৃত্যু ৰাইজৰ মানুহ সুকুমাৰ মেধি আৰু নাই । ছয়গাঁও প্ৰেছ ক্লাৱৰ সভাপতি তথা লোকশিল্পী সুকুমাৰ মেধিৰ মৃত্যু ছয়গঁঞা ৰাইজৰ বৃহৎ ক্ষতি। আজি ৫.২৫ বজাত চিকিৎধীন অৱস্থাত সুকুমাৰ মেধিদেৱে শেষ নিশ্বাস ত্যাগ কৰে।

on 13 April
user_TIME OF ASSAM
TIME OF ASSAM
ছয়গাঁও, কামৰূপ, অসম•
on 13 April
d05825a9-cd47-4dbd-86b3-dbb840695f75

ছয়গাঁও প্ৰেছ ক্লাৱৰ সভাপতি তথা লোকশিল্পী সুকুমাৰ মেধিৰ মৃত্যু ৰাইজৰ মানুহ সুকুমাৰ মেধি আৰু নাই । ছয়গাঁও প্ৰেছ ক্লাৱৰ সভাপতি তথা লোকশিল্পী সুকুমাৰ মেধিৰ মৃত্যু ছয়গঁঞা ৰাইজৰ বৃহৎ ক্ষতি। আজি ৫.২৫ বজাত চিকিৎধীন অৱস্থাত সুকুমাৰ মেধিদেৱে শেষ নিশ্বাস ত্যাগ কৰে।

More news from অসম and nearby areas
  • দক্ষিণ কামৰূপৰ বকোত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। বগাই সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠনৰ উদ্যোগত পত্নী গৰিমা শইকীয়া গাৰ্গে এই প্ৰতিমূৰ্তি উন্মোচন কৰে।
    1
    দক্ষিণ কামৰূপৰ বকোত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। বগাই সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠনৰ উদ্যোগত পত্নী গৰিমা শইকীয়া গাৰ্গে এই প্ৰতিমূৰ্তি উন্মোচন কৰে।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    10 hrs ago
  • জনজাতি সুৰক্ষা মঞ্চৰ উত্তৰ পূবৰ আহ্বায়ক বিনোদ কুম্বাঙে কেশৱ ধামত এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেল যোগে তেওঁলোকে অহা ২৪ মে’ত ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া এক কাৰ্যসূচী ঘোষণা কৰে।
    1
    জনজাতি সুৰক্ষা মঞ্চৰ উত্তৰ পূবৰ আহ্বায়ক বিনোদ কুম্বাঙে কেশৱ ধামত এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেল যোগে তেওঁলোকে অহা ২৪ মে’ত ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া এক কাৰ্যসূচী ঘোষণা কৰে।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    10 hrs ago
  • কামৰূপৰ বকোস্থিত বৰুৱা পাহাৰতলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীকান্ত ৰাভাক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জনোৱা হ'ল। এই একেটা অনুষ্ঠানতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীকো ফুলাম গামোচা আৰু মানপত্ৰৰে উষ্ম সম্বৰ্ধনা জনোৱা হয়।
    1
    কামৰূপৰ বকোস্থিত বৰুৱা পাহাৰতলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীকান্ত ৰাভাক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জনোৱা হ'ল। এই একেটা অনুষ্ঠানতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীকো ফুলাম গামোচা আৰু মানপত্ৰৰে উষ্ম সম্বৰ্ধনা জনোৱা হয়।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    18 hrs ago
  • অসম বিধানসভাৰ প্ৰথম অধিৱেশন কাইলৈৰে পৰা আৰম্ভ হ'ব, য'ত অভিন্ন অসামৰিক সংহিতা (UCC) দাখিল কৰা হ'ব। এই গুৰুত্বপূৰ্ণ প্ৰসংগক লৈ কংগ্ৰেছ আৰু অগপৰ বিধায়কসকলৰ সৈতে বিশেষ আলোচনা কৰা হৈছিল।
    1
    অসম বিধানসভাৰ প্ৰথম অধিৱেশন কাইলৈৰে পৰা আৰম্ভ হ'ব, য'ত অভিন্ন অসামৰিক সংহিতা (UCC) দাখিল কৰা হ'ব। এই গুৰুত্বপূৰ্ণ প্ৰসংগক লৈ কংগ্ৰেছ আৰু অগপৰ বিধায়কসকলৰ সৈতে বিশেষ আলোচনা কৰা হৈছিল।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    7 hrs ago
  • কংগ্ৰেছৰ ফালৰ পৰা ১৯ জন অসমীয়া সন্তান বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। এই সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন শিকদাৰে স্পষ্ট কৰিছে যে ইয়াৰ লগত কোনো হিন্দু-মুছলমানৰ প্ৰশ্ন জড়িত নাই।
    1
    কংগ্ৰেছৰ ফালৰ পৰা ১৯ জন অসমীয়া সন্তান বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। এই সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন শিকদাৰে স্পষ্ট কৰিছে যে ইয়াৰ লগত কোনো হিন্দু-মুছলমানৰ প্ৰশ্ন জড়িত নাই।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    12 hrs ago
  • প্ৰধানমন্ত্ৰী মোদীয়ে জৰ্জিয়া মেলোনীক 'মেলোডি' টফী উপহাৰ দিছিল, যিটো এতিয়া ইনষ্টাগ্ৰামত এটা ভাইৰেল ভিডিঅ'ৰ মূল বিষয় হৈ পৰিছে। মেলোনীয়ে টফী লৈ বনোৱা বিশেষ ভিডিঅ'টোৱে পুনৰ 'মেলোডি মোমেন্ট' সৃষ্টি কৰিছে আৰু এই জনপ্ৰিয় ট্ৰেণ্ডটোক পুনৰ উজাৰি তুলিছে।
    1
    প্ৰধানমন্ত্ৰী মোদীয়ে জৰ্জিয়া মেলোনীক 'মেলোডি' টফী উপহাৰ দিছিল, যিটো এতিয়া ইনষ্টাগ্ৰামত এটা ভাইৰেল ভিডিঅ'ৰ মূল বিষয় হৈ পৰিছে। মেলোনীয়ে টফী লৈ বনোৱা বিশেষ ভিডিঅ'টোৱে পুনৰ 'মেলোডি মোমেন্ট' সৃষ্টি কৰিছে আৰু এই জনপ্ৰিয় ট্ৰেণ্ডটোক পুনৰ উজাৰি তুলিছে।
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    14 hrs ago
  • কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৰঙিয়াত উত্তৰণ কৃষি উৎপাদন কেন্দ্ৰৰ প্ৰকল্প পৰিদৰ্শন কৰে। ইয়াৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকল্পটোৰ বিষয়ে মন্তব্য কৰে।
    1
    কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৰঙিয়াত উত্তৰণ কৃষি উৎপাদন কেন্দ্ৰৰ প্ৰকল্প পৰিদৰ্শন কৰে। ইয়াৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকল্পটোৰ বিষয়ে মন্তব্য কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    14 hrs ago
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত জুবিন গাৰ্গৰ সমাধিস্থলী পৰিদর্শন কৰি ৩ কোটি টকা ব্যয় সাপেক্ষে 'জুবিন ক্ষেত্ৰ' নিৰ্মাণৰ ঘোষণা কৰে। ইয়াৰ পৰাই তেওঁ কংগ্ৰেছ দলক জুবিনৰ নামত ৰাজনীতি কৰাক লৈ সৰৱ সমালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে জীৱিত কালত জুবিনক সমালোচনা কৰিছিল আৰু এতিয়া তেওঁৰ ফটো ব্যৱহাৰ কৰাত ৰাইজ ক্ষুব্ধ।
    1
    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত জুবিন গাৰ্গৰ সমাধিস্থলী পৰিদর্শন কৰি ৩ কোটি টকা ব্যয় সাপেক্ষে 'জুবিন ক্ষেত্ৰ' নিৰ্মাণৰ ঘোষণা কৰে। ইয়াৰ পৰাই তেওঁ কংগ্ৰেছ দলক জুবিনৰ নামত ৰাজনীতি কৰাক লৈ সৰৱ সমালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে জীৱিত কালত জুবিনক সমালোচনা কৰিছিল আৰু এতিয়া তেওঁৰ ফটো ব্যৱহাৰ কৰাত ৰাইজ ক্ষুব্ধ।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.