Shuru
Apke Nagar Ki App…
কমাৰবন্ধা ৰেলৱে ষ্টেচনত ৰেলৰ পৰা পৰি মৃত্যু এগৰাকী যুৱতিৰ,উদ্ধাৰ কৰিব পৰা নাই যুৱতি গৰাকীৰ পৰিচয় কমাৰবন্ধা ৰেলৰেল ষ্টেচনত ৰেলৰ পৰা পৰি মৃত্যু এগৰাকী যুৱতিৰ,উদ্ধাৰ কৰিব পৰা নাই যুৱতি গৰাকীৰ পৰিচয় l গোলাঘাটৰ কমাৰবন্ধা সোমবাৰে নিশা ৰে’ল ষ্টেচনত অঘটন ৰে’লৰ পৰা পৰি মৃত্যু এগৰাকীৰ যুৱতীৰ উজনিমুৱা বিবেক এক্সপ্রেছৰ পৰা পৰি মৃত্যু যুৱতীগৰাকীৰ এই পৰ্যন্ত মৃত যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই কন্যাকুমাৰীৰ পৰা ডিব্রুগড় অভিমুখী আছিল ৰে’লখন সম্প্রতি গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে মৃতদেহটো।
Malobika bora
কমাৰবন্ধা ৰেলৱে ষ্টেচনত ৰেলৰ পৰা পৰি মৃত্যু এগৰাকী যুৱতিৰ,উদ্ধাৰ কৰিব পৰা নাই যুৱতি গৰাকীৰ পৰিচয় কমাৰবন্ধা ৰেলৰেল ষ্টেচনত ৰেলৰ পৰা পৰি মৃত্যু এগৰাকী যুৱতিৰ,উদ্ধাৰ কৰিব পৰা নাই যুৱতি গৰাকীৰ পৰিচয় l গোলাঘাটৰ কমাৰবন্ধা সোমবাৰে নিশা ৰে’ল ষ্টেচনত অঘটন ৰে’লৰ পৰা পৰি মৃত্যু এগৰাকীৰ যুৱতীৰ উজনিমুৱা বিবেক এক্সপ্রেছৰ পৰা পৰি মৃত্যু যুৱতীগৰাকীৰ এই পৰ্যন্ত মৃত যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই কন্যাকুমাৰীৰ পৰা ডিব্রুগড় অভিমুখী আছিল ৰে’লখন সম্প্রতি গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে মৃতদেহটো।
More news from অসম and nearby areas
- Post by Rabinrda Gour1
- নগাঁৱত মুকলি হ'ল অত্যাধুনিক প্ৰযুক্তি আৰু সা-সুবিধা সম্পন্ন OPPO শ্ব' ৰুম1
- 📌নগাঁওৰ উত্তৰ অঞ্চলৰ বাবে ভাল খবৰ। 👉ঈদ উপলক্ষে Innovative Bajaj ৰ marketing and consultancy centre এ লৈ আহিছে বাম্পাৰ অফাৰ। 📌যি সকলে BAJAJ ৰ EV গাড়ী লব বিচাৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ 👉BAJAJ GOGO P7012 গাড়ী ক্ৰয় কৰিলে লাভ কৰিব ৩০ হাজাৰ টকাৰ discount 👉এতিয়া Bajaj ৰ EV গাড়ী লবলৈ বেছি দূৰত যাব নালাগে। 📌কিয়নো নগাঁও জিলাৰ আলিটাঙনীত নতুনকৈ মুকলি কৰা হৈছে Merketing and consultancy নামৰ EV CENTER 📌যি সকলে অতি কম টকাতে ঘৰলৈ লৈ যাব বিচাৰে BAJAJ GOGO, BAJAJ RIKI, BAJAJ EV CARGO,BAJAJ CNG RE COMPACT তেওঁলোকে আজিয়েই যোগাযোগ কৰক জুৰীয়াৰ আলিটাঙনীত থকা Merketing and consultancy centre ত। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9365965643 নম্বৰত ।1
- অৱশেষত উদ্ধাৰ হ'ল নিৰুদ্দেশ হৈ থকা কেন্দাগুৰিৰ জাকিৰ হুছেইনক মৃতদেহ ।1
- নগাঁওৰ উত্তৰ অঞ্চলৰ বাবে ভাল খবৰ। ঈদ উপলক্ষে Innovative Bajaj ৰ marketing and consultancy centre এ লৈ আহিছে বাম্পাৰ অফাৰ। যি সকলে BAJAJ ৰ EV গাড়ী লব বিচাৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ BAJAJ GOGO P7012 গাড়ী ক্ৰয় কৰিলে লাভ কৰিব ৩০ হাজাৰ টকাৰ discount এতিয়া Bajaj ৰ EV গাড়ী লবলৈ বেছি দূৰত যাব নালাগে। কিয়নো নগাঁও জিলাৰ আলিটাঙনীত নতুনকৈ মুকলি কৰা হৈছে Merketing and consultancy নামৰ EV CENTER যি সকলে অতি কম টকাতে ঘৰলৈ লৈ যাব বিচাৰে BAJAJ GOGO, BAJAJ RIKI, BAJAJ EV CARGO,BAJAJ CNG RE COMPACT তেওঁলোকে আজিয়েই যোগাযোগ কৰক জুৰীয়াৰ আলিটাঙনীত থকা Merketing and consultancy centre ত। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9365965643 নম্বৰত ।1
- Post by HOJAI JUGIJAN NEWS1
- জুৰীয়াৰ জহাজানত পাচটাকৈ জুৱাৰী আটক ! #NewsUpdate #AssamNews #AssamPolice #police #HimantaBiswaSarma #Juria Nagaon District Administration1
- জুৰীয়া আৰক্ষীয়ে জহাজানৰ পৰা নিশা অভিযান চলাই পাচ কুখ্যাত জুৱাৰী আটক কৰাৰ লগতে জব্দ কৰিছে নগদ ধন আৰু জুৱা খেলত ব্যৱহৃত সা-সামগ্ৰী। 👉আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা হ'ল কান্ধুলিমাৰীৰ শ্বাহ আলম, ধিংবৰী চাপৰীৰ নুৰুল হক, হিফজুৰ ৰহমান, উবাইদুল ইছলাম, আৰু পূৱ মুকুন্দআটিৰ হিফজুৰ ৰহমান।1
- বহুত কষ্ট কৰি কিনিছিল সপোনৰ মটৰ চাইকেল খন ৰূপহী হাটৰ তাইজুল ইছলাম নামৰ যুৱক জনে নিজৰ মটৰ চাইকেল খন লৈ চামগুৰি বজাৰত গৈছিল বজাৰ কৰিবলৈ AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন লৈ নিজৰ ঘৰৰ বাবে বজাৰ কৰিবলৈ গৈছিল চামগুৰি বজাৰলৈ ৰাস্তাৰ কাষত মটৰ চাইকেল খন লক্ কৰি ৰখাই থৈ তাইজুল ইছলাম নামৰ যুৱক জনে বজাৰ কৰি আছিল আনুমানিক দিনৰ তিনি বজাত চুৰি হয় AS02T8825 নম্বৰৰ Pulsar মটৰ চাইকেল খন ইমান মানুহৰ সমাগম থকা ঠাইৰ পৰা যদি এনেকৈ বাহন চুৰি হয় তেন্তে কত সুৰক্ষিত থাকিব বাহন সমূহ ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দিছে যুৱক জনে আৰক্ষীক তদন্ত কৰিবলৈ আহ্বান জনায় যুৱক জনে যদি কোনো সদাশয় ব্যক্তিয়ে AS02T8825 নম্বৰ মটৰ চাইকেল খন দেখা পায় তেন্তে আৰক্ষীক জনাবলৈ আহ্বান জনায় যুৱক জনে1