logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মহাপ্রলয়ত বিধ্বস্ত হোৱা ঐতিহাসিক মেধিজন গজলা সত্ৰৰ সাঁচিপাতৰ পুথিসমূহ উদ্ধাৰ কৰো: অখিল গগৈ সত্ৰাধিকাৰ দেউতাই কেনেকৈ কান্দিছে চাওকচোন। বানপানীত ধ্বংস হৈ গ'ল অসমীয়া জাতিৰ আপুৰুগীয়া সম্পদঃ ।

13 hrs ago
user_Assam Update
Assam Update
Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
13 hrs ago

মহাপ্রলয়ত বিধ্বস্ত হোৱা ঐতিহাসিক মেধিজন গজলা সত্ৰৰ সাঁচিপাতৰ পুথিসমূহ উদ্ধাৰ কৰো: অখিল গগৈ সত্ৰাধিকাৰ দেউতাই কেনেকৈ কান্দিছে চাওকচোন। বানপানীত ধ্বংস হৈ গ'ল অসমীয়া জাতিৰ আপুৰুগীয়া সম্পদঃ ।

More news from অসম and nearby areas
  • শিৱসাগৰৰ যুৱদলত আজমল ফাউণ্ডেচনৰ বিশেষ মত বিনিময় অনুষ্ঠান‍ | শিৱসাগৰৰ ঐতিহাসিক যুৱদল প্ৰেক্ষাগৃহত আজমল ফাউণ্ডেচনৰ উদ্যোগত এক বিশেষ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।​উক্ত অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট সমাজসেৱক হাজী বদৰুদ্দিন আজমল উপস্থিত থাকি ৰাইজৰ সৈতে বিভিন্ন বিষয়ত আলোকপাত কৰে। সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু শেহতীয়া সামাজিক পৰিস্থিতিৰ সন্দৰ্ভত উপস্থিত ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এই মত বিনিময় কাৰ্যসূচী ৰূপায়িত কৰা হয়।​অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ কাৰ্যকৰ্তা, স্থানীয় বিশিষ্ট ব্যক্তি তথা ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।
    2
    শিৱসাগৰৰ যুৱদলত আজমল ফাউণ্ডেচনৰ বিশেষ মত বিনিময় অনুষ্ঠান‍ |
শিৱসাগৰৰ ঐতিহাসিক যুৱদল প্ৰেক্ষাগৃহত আজমল ফাউণ্ডেচনৰ উদ্যোগত এক বিশেষ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।​উক্ত অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট সমাজসেৱক হাজী বদৰুদ্দিন আজমল উপস্থিত থাকি ৰাইজৰ সৈতে বিভিন্ন বিষয়ত আলোকপাত কৰে। সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু শেহতীয়া সামাজিক পৰিস্থিতিৰ সন্দৰ্ভত উপস্থিত ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এই মত বিনিময় কাৰ্যসূচী ৰূপায়িত কৰা হয়।​অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ কাৰ্যকৰ্তা, স্থানীয় বিশিষ্ট ব্যক্তি তথা ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    8 hrs ago
  • চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা হ'লি দলং ক্ষতিগ্ৰস্ত বাঢ়নী পানীয়ে চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা হ'লি দলংৰ অৱস্থা অতি বেয়া কৰিলে । লোহাৰ দলঙখনৰ ২৪ টা খুটা মাজৰ ২/৩ টা খুঁটা নৈৰ বাঢ়নী পানীয়ে ভাঙি পেলোৱাত দলংখন মাজত বেকা হৈ তললৈ বহি যায় । যাৰ ফলত পথটোত যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰে । দলঙখনৰে যাতায়ত বন্ধৰ বাবে চলাপথাৰ গাঁওৰ লগতে মথুৰাপুৰ, লাকুৱা আদিৰ লোক সকলৰ বিশেষকৈ ৰোগী সকল ডিব্ৰুগডলৈ চিকিৎসাৰ বাবে যাবলৈ দূৰণিবটীয়া পথ লব লগা হৈছে । জিলাৰ আয়ুক্তকে ধৰি বিভাগৰ লোকে দলঙখন পৰিদৰ্শন কৰিছে ।
    1
    চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা  হ'লি দলং ক্ষতিগ্ৰস্ত 
বাঢ়নী পানীয়ে চৰাইদেউ জিলাৰ 
চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা  হ'লি দলংৰ অৱস্থা অতি বেয়া কৰিলে । লোহাৰ দলঙখনৰ ২৪ টা খুটা মাজৰ ২/৩ টা খুঁটা নৈৰ বাঢ়নী পানীয়ে   ভাঙি পেলোৱাত 
দলংখন মাজত বেকা হৈ তললৈ বহি যায় । যাৰ ফলত পথটোত যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰে  । দলঙখনৰে যাতায়ত বন্ধৰ বাবে চলাপথাৰ গাঁওৰ 
লগতে মথুৰাপুৰ,  লাকুৱা আদিৰ লোক সকলৰ বিশেষকৈ ৰোগী সকল ডিব্ৰুগডলৈ চিকিৎসাৰ বাবে যাবলৈ দূৰণিবটীয়া পথ লব লগা হৈছে । জিলাৰ আয়ুক্তকে ধৰি বিভাগৰ লোকে দলঙখন পৰিদৰ্শন কৰিছে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    7 hrs ago
  • বানপানী বিধস্ত অঞ্চলসমূহত সাহায্য উদেশ্য ৰাইজৰ লগত লৈ প্ৰাক্তন আলফা সমন্বয় সমিতিৰ বিশেষ পদক্ষেপ
    1
    বানপানী বিধস্ত অঞ্চলসমূহত সাহায্য উদেশ্য ৰাইজৰ লগত লৈ প্ৰাক্তন আলফা সমন্বয় সমিতিৰ বিশেষ পদক্ষেপ
    user_Digital Sangbad
    Digital Sangbad
    Salesperson টেঙাখাট, ডিব্ৰুগড়, অসম•
    10 min ago
  • 📌অতি শীঘ্ৰে বিশ্বনাথ জিলাতো আৰম্ভ হ'ব ১৬ সংখ্যক দশবাৰ্ষিক লোকপিয়ল -২০২৭! 📌সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সম্পন্ন হ'ব উক্ত লোকপিয়ল।এই কথা সদৰি কৰে জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণে ।
    1
    📌অতি শীঘ্ৰে বিশ্বনাথ জিলাতো আৰম্ভ হ'ব ১৬ সংখ্যক দশবাৰ্ষিক লোকপিয়ল -২০২৭!
📌সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সম্পন্ন হ'ব উক্ত লোকপিয়ল।এই কথা সদৰি কৰে জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণে ।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    14 hrs ago
  • টেঙাপুখুৰীত নিশা বান পৰিস্থিতিৰ পৰ্যালোচনা আয়ুক্ত নেহা যাদৱৰ শুক্ৰবাৰে চৰাইদেউৰ দিজৈখনাৰ বাঢ়নী পানীয়ে টেঙাপুখুৰীত কিছু পানী বৃদ্ধি পোৱাত নিশা জিলাৰ আয়ুক্তৰ টেঙাপুখুৰী পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে ।
    1
    টেঙাপুখুৰীত নিশা বান পৰিস্থিতিৰ পৰ্যালোচনা আয়ুক্ত নেহা যাদৱৰ
শুক্ৰবাৰে চৰাইদেউৰ দিজৈখনাৰ বাঢ়নী পানীয়ে টেঙাপুখুৰীত কিছু পানী বৃদ্ধি পোৱাত নিশা জিলাৰ আয়ুক্তৰ টেঙাপুখুৰী পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    9 hrs ago
  • দুলীয়াজানত উত্তাল প্ৰতিবাদ: পথ নিৰ্মাণত লেহেমীয়া গতিৰ অভিযোগত কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ : দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি অঞ্চলত আজি এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মধুটিংৰ পৰা বকুলনি চাৰিআলি হৈ কঠালগুৰি OCSলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা (PMGSY)ৰ অধীনস্থ পথটোৰ দীৰ্ঘদিনীয়া লেহেমীয়া নিৰ্মাণ কাৰ্যক লৈ স্থানীয় শতাধিক ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উত্তেজিত ৰাইজে কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বহু মাহ পূৰ্বেই পথটোৰ কাম আৰম্ভ কৰা হৈছিল যদিও বাৰে বাৰে কাম বন্ধ হৈ থকাৰ বাবে আজিও ই সম্পূৰ্ণ হৈ উঠা নাই। অৰ্ধনিৰ্মিত অৱস্থাত থকাৰ বাবে সামান্য বৰষুণতেই পথটো বোকাময় হৈ পৰে। ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী তথা সাধাৰণ পথচাৰীয়ে দৈনিক জীয়াতু ভুগিবলগীয়া হৈছে। ঠিকাদাৰী প্ৰতিষ্ঠান, সংশ্লিষ্ট বিভাগ আৰু নিৰীক্ষণ ব্যৱস্থাৰ মাজত থকা চৰম সমন্বয়হীনতাৰ বাবেই জনসাধাৰণে এই নৰকযন্ত্ৰণা ভোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।প্ৰতিবাদকাৰী ৰাইজে অতি শীঘ্ৰে এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লগতে কামত হোৱা পলমৰ সঠিক কাৰণ ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। ইয়াৰোপৰি, প্ৰশাসনে যদি অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ইয়াতকৈও অধিক ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি ৰাইজে হুংকাৰ প্ৰদান কৰে।
    4
    দুলীয়াজানত উত্তাল প্ৰতিবাদ: পথ নিৰ্মাণত লেহেমীয়া গতিৰ অভিযোগত কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ
: দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি অঞ্চলত আজি এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মধুটিংৰ পৰা বকুলনি চাৰিআলি হৈ কঠালগুৰি OCSলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা (PMGSY)ৰ অধীনস্থ পথটোৰ দীৰ্ঘদিনীয়া লেহেমীয়া নিৰ্মাণ কাৰ্যক লৈ স্থানীয় শতাধিক ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উত্তেজিত ৰাইজে কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
বহু মাহ পূৰ্বেই পথটোৰ কাম আৰম্ভ কৰা হৈছিল যদিও বাৰে বাৰে কাম বন্ধ হৈ থকাৰ বাবে আজিও ই সম্পূৰ্ণ হৈ উঠা নাই।
অৰ্ধনিৰ্মিত অৱস্থাত থকাৰ বাবে সামান্য বৰষুণতেই পথটো বোকাময় হৈ পৰে। ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী তথা সাধাৰণ পথচাৰীয়ে দৈনিক জীয়াতু ভুগিবলগীয়া হৈছে।
ঠিকাদাৰী প্ৰতিষ্ঠান, সংশ্লিষ্ট বিভাগ আৰু নিৰীক্ষণ ব্যৱস্থাৰ মাজত থকা চৰম সমন্বয়হীনতাৰ বাবেই জনসাধাৰণে এই নৰকযন্ত্ৰণা ভোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।প্ৰতিবাদকাৰী ৰাইজে অতি শীঘ্ৰে এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লগতে কামত হোৱা পলমৰ সঠিক কাৰণ ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। ইয়াৰোপৰি, প্ৰশাসনে যদি অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ইয়াতকৈও অধিক ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি ৰাইজে হুংকাৰ প্ৰদান কৰে।
    user_Digital Sangbad
    Digital Sangbad
    Salesperson টেঙাখাট, ডিব্ৰুগড়, অসম•
    17 hrs ago
  • 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
    1
    📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন।
📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 
📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন।
📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 
📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
    user_SANTOSH KR PHUKAN
    SANTOSH KR PHUKAN
    Local News Reporter Tinsukia, Assam•
    23 hrs ago
  • *চফ্ৰাই নৈৰ ওপৰত থকা দলঙৰ খোটা ভাঙি নিয়ে বাঢ়নী পানীয়ে* চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাওঁ হৈ চেপন অভয়পুৰ আলিত সংযোগ কৰা জয়ন্তী আলিত চফ্ৰাই নৈৰ ওপৰত থকা হলি দলঙৰ খুটা যোৱা কালি নতুন কৈ হোৱা বাঢ়নি পানীয়ে ভাঙি পেলোৱাত দলংখন ভয়ংকৰ ৰূপত আছে। যি কোনো মুহুৰ্ততে দলংখন তললৈ পৰি যোৱাৰ আশংকা কৰি স্থানীয় ৰাইজে দলঙৰ ওপৰেৰে যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰাখিছে। চলাপথাৰ, লাকুৱা, মথুৰাপুৰ, শিমলুগুৰি, দিছাংপানী, মাহমাৰ, চেপন আদি ৰাইজে বৰ্তমান যাতায়তৰ বাবে এই পথৰ পৰিবৰ্তে অন্য পথেৰে অহা যোৱা কৰিবৰ বাবে স্থানীয় ৰাইজে আহ্বান জনায়।
    1
    *চফ্ৰাই নৈৰ ওপৰত থকা দলঙৰ খোটা ভাঙি নিয়ে বাঢ়নী পানীয়ে*

চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাওঁ হৈ চেপন অভয়পুৰ আলিত সংযোগ কৰা জয়ন্তী আলিত চফ্ৰাই নৈৰ ওপৰত থকা হলি দলঙৰ খুটা যোৱা কালি নতুন কৈ হোৱা বাঢ়নি পানীয়ে ভাঙি পেলোৱাত দলংখন ভয়ংকৰ ৰূপত আছে। যি কোনো মুহুৰ্ততে দলংখন তললৈ পৰি যোৱাৰ আশংকা কৰি স্থানীয় ৰাইজে দলঙৰ ওপৰেৰে যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰাখিছে।

চলাপথাৰ, লাকুৱা, মথুৰাপুৰ, শিমলুগুৰি, দিছাংপানী, মাহমাৰ, চেপন আদি ৰাইজে বৰ্তমান যাতায়তৰ বাবে এই পথৰ পৰিবৰ্তে অন্য পথেৰে অহা যোৱা কৰিবৰ বাবে স্থানীয় ৰাইজে আহ্বান জনায়।
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.