Shuru
Apke Nagar Ki App…
শিৱসাগৰৰ যুৱদলত আজমল ফাউণ্ডেচনৰ বিশেষ মত বিনিময় অনুষ্ঠান | শিৱসাগৰৰ ঐতিহাসিক যুৱদল প্ৰেক্ষাগৃহত আজমল ফাউণ্ডেচনৰ উদ্যোগত এক বিশেষ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট সমাজসেৱক হাজী বদৰুদ্দিন আজমল উপস্থিত থাকি ৰাইজৰ সৈতে বিভিন্ন বিষয়ত আলোকপাত কৰে। সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু শেহতীয়া সামাজিক পৰিস্থিতিৰ সন্দৰ্ভত উপস্থিত ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এই মত বিনিময় কাৰ্যসূচী ৰূপায়িত কৰা হয়।অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ কাৰ্যকৰ্তা, স্থানীয় বিশিষ্ট ব্যক্তি তথা ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।
Farid Ali.
শিৱসাগৰৰ যুৱদলত আজমল ফাউণ্ডেচনৰ বিশেষ মত বিনিময় অনুষ্ঠান | শিৱসাগৰৰ ঐতিহাসিক যুৱদল প্ৰেক্ষাগৃহত আজমল ফাউণ্ডেচনৰ উদ্যোগত এক বিশেষ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট সমাজসেৱক হাজী বদৰুদ্দিন আজমল উপস্থিত থাকি ৰাইজৰ সৈতে বিভিন্ন বিষয়ত আলোকপাত কৰে। সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু শেহতীয়া সামাজিক পৰিস্থিতিৰ সন্দৰ্ভত উপস্থিত ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এই মত বিনিময় কাৰ্যসূচী ৰূপায়িত কৰা হয়।অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ কাৰ্যকৰ্তা, স্থানীয় বিশিষ্ট ব্যক্তি তথা ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।
More news from অসম and nearby areas
- শিৱসাগৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য: বান পৰিস্থিতিৰ বুজ লৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন | শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ পোনপটীয়া বুজ লোৱাৰ উদ্দেশ্যে আজি শিৱসাগৰত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। ৰাজ্যপালগৰাকীয়ে হেলিকপ্টাৰেৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অৱতৰণ কৰে।ভ্ৰমণকালত ৰাজ্যপালগৰাকীয়ে পোনপটীয়াকৈ বানাক্ৰান্ত অঞ্চল আৰু আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি দুৰ্দশাগ্রস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। লগতে আশ্ৰয় শিবিৰসমূহত থকা বানপীড়িতসকলৰ চিকিৎসা, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য ব্যৱস্থাৰ বুজ লয়। ৰাজ্যপালগৰাকীৰ এই কাৰ্যসূচীত পৰিদৰ্শনকালত সংগ দিয়ে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।1
- শিৱসাগৰ নগৰত গীত পৰিৱেশন কৰি বানাক্ৰান্তক সহায়ৰ বাবে আৰ্থিক সাহাৰ্য্য সংগ্ৰহ উদীয়মান শিল্পী শেখৰ ৰাজ বৰদলৈ এণ্ড টীমৰ "কেউফালে গুজৰি গুমৰি আহিলে বান..উটুৱাই নিলে হি গাওঁখন সুখৰে ঘৰখন.." উজনি অসমৰ কেইবাখনো জিলালৈ নামি অহা প্ৰলয়ংকাৰী বানৰ পাছতে বানপীড়িত লোকসকলৰ কাষত ৰাজ্যৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ অসমীয়াসকলে থিয় দিছেহি ৷ সমান্তৰালকৈ শিৱসাগৰৰ নগৰৰ দ’লমুখ চাৰিআলিৰ লগতে বিভিন্ন ঠাইত মুকলিকৈ গীত পৰিৱেশন কৰি বানাক্ৰান্তসকলক সহায়ৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰিছে উদীয়মান সংগীত শিল্পী শেখৰ ৰাজ বৰদলৈ, গুণ গুণ গোস্বামী আদিয়ে ৷2
- Ananya Birla অসমৰ বানাক্ৰান্ত মাজত এই দৰে মানুহৰ আবেগৰ লগত আবেগিক হৈছে আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিছে।1
- চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা হ'লি দলং ক্ষতিগ্ৰস্ত বাঢ়নী পানীয়ে চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা হ'লি দলংৰ অৱস্থা অতি বেয়া কৰিলে । লোহাৰ দলঙখনৰ ২৪ টা খুটা মাজৰ ২/৩ টা খুঁটা নৈৰ বাঢ়নী পানীয়ে ভাঙি পেলোৱাত দলংখন মাজত বেকা হৈ তললৈ বহি যায় । যাৰ ফলত পথটোত যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰে । দলঙখনৰে যাতায়ত বন্ধৰ বাবে চলাপথাৰ গাঁওৰ লগতে মথুৰাপুৰ, লাকুৱা আদিৰ লোক সকলৰ বিশেষকৈ ৰোগী সকল ডিব্ৰুগডলৈ চিকিৎসাৰ বাবে যাবলৈ দূৰণিবটীয়া পথ লব লগা হৈছে । জিলাৰ আয়ুক্তকে ধৰি বিভাগৰ লোকে দলঙখন পৰিদৰ্শন কৰিছে ।1
- চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে । চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।4
- *যোৰহাটৰ বানপিড়িত কৃষক ৰাইজক সকাহ দিয়াৰ পদক্ষেপ* ................….................... *যোৰহাট, ৩১ জুলাই:* 📌যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰাত কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌এলেংমৰা কৃষি চক্ৰই উত্তৰ-পশ্চিম যোৰহাটৰ বানপিড়িত কৃসক ৰাইজক সকাহ দিয়াৰ প্ৰদক্ষেপ। 📌যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুকলি কৰে কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌উল্লেখ্য যে, কৃষি প্ৰধান উত্তৰ-পশ্চিম যোৰহাটত ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিলে। *(যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট *যোৰহাটৰ বানপিড়িত কৃষক ৰাইজক সকাহ দিয়াৰ পদক্ষেপ* ................….................... *যোৰহাট, ৩১ জুলাই:* 📌যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰাত কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌এলেংমৰা কৃষি চক্ৰই উত্তৰ-পশ্চিম যোৰহাটৰ বানপিড়িত কৃসক ৰাইজক সকাহ দিয়াৰ প্ৰদক্ষেপ। 📌যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুকলি কৰে কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌উল্লেখ্য যে, কৃষি প্ৰধান উত্তৰ-পশ্চিম যোৰহাটত ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিলে। *(যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট1
- শিৱসাগৰৰ যুৱদলত আজমল ফাউণ্ডেচনৰ বিশেষ মত বিনিময় অনুষ্ঠান | শিৱসাগৰৰ ঐতিহাসিক যুৱদল প্ৰেক্ষাগৃহত আজমল ফাউণ্ডেচনৰ উদ্যোগত এক বিশেষ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট সমাজসেৱক হাজী বদৰুদ্দিন আজমল উপস্থিত থাকি ৰাইজৰ সৈতে বিভিন্ন বিষয়ত আলোকপাত কৰে। সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু শেহতীয়া সামাজিক পৰিস্থিতিৰ সন্দৰ্ভত উপস্থিত ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এই মত বিনিময় কাৰ্যসূচী ৰূপায়িত কৰা হয়।অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ কাৰ্যকৰ্তা, স্থানীয় বিশিষ্ট ব্যক্তি তথা ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।2
- মহাপ্রলয়ত বিধ্বস্ত হোৱা ঐতিহাসিক মেধিজন গজলা সত্ৰৰ সাঁচিপাতৰ পুথিসমূহ উদ্ধাৰ কৰো: অখিল গগৈ সত্ৰাধিকাৰ দেউতাই কেনেকৈ কান্দিছে চাওকচোন। বানপানীত ধ্বংস হৈ গ'ল অসমীয়া জাতিৰ আপুৰুগীয়া সম্পদঃ ।1