Shuru
Apke Nagar Ki App…
শিৱসাগৰ নগৰত গীত পৰিৱেশন কৰি বানাক্ৰান্তক সহায়ৰ বাবে আৰ্থিক সাহাৰ্য্য সংগ্ৰহ উদীয়মান শিল্পী শেখৰ ৰাজ বৰদলৈ এণ্ড টীমৰ "কেউফালে গুজৰি গুমৰি আহিলে বান..উটুৱাই নিলে হি গাওঁখন সুখৰে ঘৰখন.." উজনি অসমৰ কেইবাখনো জিলালৈ নামি অহা প্ৰলয়ংকাৰী বানৰ পাছতে বানপীড়িত লোকসকলৰ কাষত ৰাজ্যৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ অসমীয়াসকলে থিয় দিছেহি ৷ সমান্তৰালকৈ শিৱসাগৰৰ নগৰৰ দ’লমুখ চাৰিআলিৰ লগতে বিভিন্ন ঠাইত মুকলিকৈ গীত পৰিৱেশন কৰি বানাক্ৰান্তসকলক সহায়ৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰিছে উদীয়মান সংগীত শিল্পী শেখৰ ৰাজ বৰদলৈ, গুণ গুণ গোস্বামী আদিয়ে ৷
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
শিৱসাগৰ নগৰত গীত পৰিৱেশন কৰি বানাক্ৰান্তক সহায়ৰ বাবে আৰ্থিক সাহাৰ্য্য সংগ্ৰহ উদীয়মান শিল্পী শেখৰ ৰাজ বৰদলৈ এণ্ড টীমৰ "কেউফালে গুজৰি গুমৰি আহিলে বান..উটুৱাই নিলে হি গাওঁখন সুখৰে ঘৰখন.." উজনি অসমৰ কেইবাখনো জিলালৈ নামি অহা প্ৰলয়ংকাৰী বানৰ পাছতে বানপীড়িত লোকসকলৰ কাষত ৰাজ্যৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ অসমীয়াসকলে থিয় দিছেহি ৷ সমান্তৰালকৈ শিৱসাগৰৰ নগৰৰ দ’লমুখ চাৰিআলিৰ লগতে বিভিন্ন ঠাইত মুকলিকৈ গীত পৰিৱেশন কৰি বানাক্ৰান্তসকলক সহায়ৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰিছে উদীয়মান সংগীত শিল্পী শেখৰ ৰাজ বৰদলৈ, গুণ গুণ গোস্বামী আদিয়ে ৷
More news from অসম and nearby areas
- শিৱসাগৰ নগৰত গীত পৰিৱেশন কৰি বানাক্ৰান্তক সহায়ৰ বাবে আৰ্থিক সাহাৰ্য্য সংগ্ৰহ উদীয়মান শিল্পী শেখৰ ৰাজ বৰদলৈ এণ্ড টীমৰ "কেউফালে গুজৰি গুমৰি আহিলে বান..উটুৱাই নিলে হি গাওঁখন সুখৰে ঘৰখন.." উজনি অসমৰ কেইবাখনো জিলালৈ নামি অহা প্ৰলয়ংকাৰী বানৰ পাছতে বানপীড়িত লোকসকলৰ কাষত ৰাজ্যৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ অসমীয়াসকলে থিয় দিছেহি ৷ সমান্তৰালকৈ শিৱসাগৰৰ নগৰৰ দ’লমুখ চাৰিআলিৰ লগতে বিভিন্ন ঠাইত মুকলিকৈ গীত পৰিৱেশন কৰি বানাক্ৰান্তসকলক সহায়ৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰিছে উদীয়মান সংগীত শিল্পী শেখৰ ৰাজ বৰদলৈ, গুণ গুণ গোস্বামী আদিয়ে ৷2
- কেইবা শতাধিক বানপীড়িতে লাভ কৰিলে বিনামূলীয়া স্বাস্থ্যসেৱা শেহতীয়াকৈ সংঘটিত বিধ্বংসী বানৰ ফলত চৰাইদেউ জিলাৰ চফ্ৰাই অঞ্চলত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ মাজতে আজমল ফাউণ্ডেচনৰ উদ্যোগত আজি পি এম শ্ৰী চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত বানপীড়িত লোকসকলৰ বাবে এক জৰুৰী চিকিৎসা শিবিৰ (Emergency Medical Aid Camp) সফলভাৱে অনুষ্ঠিত হয়। পুৱাৰে পৰা আৰম্ভ হোৱা এই চিকিৎসা শিবিৰত অঞ্চলটোৰ বিভিন্ন গাঁও, চাহ বাগিচা আৰু বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। বৃদ্ধ, মহিলা, শিশু আদি সকলো বয়সৰ ৰাইজে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লাভ কৰে। ইয়াৰ উপৰি, প্ৰয়োজন অনুসৰি ৰোগীসকলৰ মাজত বিনামূলীয়াকৈ বিভিন্ন অত্যাৱশ্যকীয় ঔষধ বিতৰণ কৰা হয়। এই পদক্ষেপে বানপীড়িত লোকসকলৰ মাজত যথেষ্ট সকাহ কঢ়িয়াই আনে।1
- বান বিধ্বস্ত চৰাইদেউৰ চোমনী গাঁওত আছুৰ সভাপতি উৎপল শৰ্মা । শিৱসাগৰ, চৰাইদেউৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীক দাবী আছুৰ সভাপতি উৎপল শৰ্মাৰ। আজি বান বিধ্বস্ত চৰাইদেউ জিলাৰ চোমনী গাঁও, চটাই আদি উপস্থিত হৈ বানাক্ৰান্তৰ বুজ লোৱাৰ লগতে কিছু সাহায্য বিতৰণ কৰে আছুৰ সভাপতি গৰাকীয়ে ।1
- চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে । চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।4
- *যোৰহাটৰ বানপিড়িত কৃষক ৰাইজক সকাহ দিয়াৰ পদক্ষেপ* ................….................... *যোৰহাট, ৩১ জুলাই:* 📌যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰাত কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌এলেংমৰা কৃষি চক্ৰই উত্তৰ-পশ্চিম যোৰহাটৰ বানপিড়িত কৃসক ৰাইজক সকাহ দিয়াৰ প্ৰদক্ষেপ। 📌যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুকলি কৰে কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌উল্লেখ্য যে, কৃষি প্ৰধান উত্তৰ-পশ্চিম যোৰহাটত ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিলে। *(যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট *যোৰহাটৰ বানপিড়িত কৃষক ৰাইজক সকাহ দিয়াৰ পদক্ষেপ* ................….................... *যোৰহাট, ৩১ জুলাই:* 📌যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰাত কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌এলেংমৰা কৃষি চক্ৰই উত্তৰ-পশ্চিম যোৰহাটৰ বানপিড়িত কৃসক ৰাইজক সকাহ দিয়াৰ প্ৰদক্ষেপ। 📌যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুকলি কৰে কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌উল্লেখ্য যে, কৃষি প্ৰধান উত্তৰ-পশ্চিম যোৰহাটত ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিলে। *(যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট1
- দুলীয়াজানত উত্তাল প্ৰতিবাদ: পথ নিৰ্মাণত লেহেমীয়া গতিৰ অভিযোগত কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ : দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি অঞ্চলত আজি এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মধুটিংৰ পৰা বকুলনি চাৰিআলি হৈ কঠালগুৰি OCSলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা (PMGSY)ৰ অধীনস্থ পথটোৰ দীৰ্ঘদিনীয়া লেহেমীয়া নিৰ্মাণ কাৰ্যক লৈ স্থানীয় শতাধিক ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উত্তেজিত ৰাইজে কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বহু মাহ পূৰ্বেই পথটোৰ কাম আৰম্ভ কৰা হৈছিল যদিও বাৰে বাৰে কাম বন্ধ হৈ থকাৰ বাবে আজিও ই সম্পূৰ্ণ হৈ উঠা নাই। অৰ্ধনিৰ্মিত অৱস্থাত থকাৰ বাবে সামান্য বৰষুণতেই পথটো বোকাময় হৈ পৰে। ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী তথা সাধাৰণ পথচাৰীয়ে দৈনিক জীয়াতু ভুগিবলগীয়া হৈছে। ঠিকাদাৰী প্ৰতিষ্ঠান, সংশ্লিষ্ট বিভাগ আৰু নিৰীক্ষণ ব্যৱস্থাৰ মাজত থকা চৰম সমন্বয়হীনতাৰ বাবেই জনসাধাৰণে এই নৰকযন্ত্ৰণা ভোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।প্ৰতিবাদকাৰী ৰাইজে অতি শীঘ্ৰে এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লগতে কামত হোৱা পলমৰ সঠিক কাৰণ ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। ইয়াৰোপৰি, প্ৰশাসনে যদি অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ইয়াতকৈও অধিক ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি ৰাইজে হুংকাৰ প্ৰদান কৰে।4
- আনন্দ চাহ বাগিচাত অৰুণালী সুৰাৰ অবাধ প্ৰচলন/ বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ গৰাহত শ্ৰমিক লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত আনন্দ চাহ বাগিচাৰ এলেকাত স্বাস্থ্যৰ বাবে অতি অপকাৰী অৰুণাচলী সুৰাৰ অবাধ প্ৰচলন হৈছে। এই বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ গৰাহত পৰিছে আনন্দ চাহ বাগিচাৰ বহু শ্ৰমিকৰ জীৱন। নাইন ষ্টাৰ নামৰ অৰুণাচলী কম দামৰ সুৰা বিধ দুষ্টচক্ৰই আনন্দ চাহ বাগিচাৰ এলেকাত সুলভ কৰি বৃহৎ ক'লা ব্যৱসায় গঢ়ি তুলিছে। অলপতে ৰূপহী লাইন গাঁওৰক্ষী বাহিনীয়ে অভিযান চলাই এনেধৰণৰ বিষাক্ত সুৰা জব্দ কৰি ধ্বংস কৰি পেলাই। এই সুৰাৰ কবলত পৰি চাহ বাগিচাএলেকাৰ নৱপ্ৰজন্মও ধ্বংস হৈছে। কিন্তু এই সুৰাৰ বেপাৰ চলাই থকা সকলৰ বিৰুদ্ধে আৰক্ষী অথবা আবকাৰী বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।1
- বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। চৰাইদেউ বান বিধ্বস্ত অঞ্চলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা, মানিক গগৈ । বানপীড়িত অঞ্চলৰ চেনিটাইজ কৰে। 👉যাৰ ঘৰ ভাঙিছে ঘৰ বনাই দিব লাগিব, ক্ষয়-ক্ষতি হোৱা সকলে ক্ষতিপূৰণ পাব লাগিব 👉বান হোৱাৰ প্ৰকৃত কাৰণ জনাৰ প্ৰয়োজনীয়তা আছে । 👉আমাৰ চাহ, কয়লা, তেলৰ ৰাজহৰ পৰা অসমক টকা দিয়ক- কিন্ত্ত আজিলৈকে মাত নাই কিয় 👉চৰকাৰে তালি-বাজি কৰিব নোৱাৰিব, চৰকাৰে পতান ধান দি ঠগিব নোৱাৰিব আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বান বিধ্বস্ত চোমনী গাঁওত বানাক্ৰান্তৰ বুজ লোৱাৰ লগতে বানৰ পাছত সম্ভাব্য বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে বিজাণু মুক্ত কৰাৰ বাবে চেনিটাইজাৰ কৰে অজাপৰ সভাপতি গৰাকীকয়ে ।1