logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আনন্দ চাহ বাগিচাত অৰুণালী সুৰাৰ অবাধ প্ৰচলন/ বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ গৰাহত শ্ৰমিক লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত আনন্দ চাহ বাগিচাৰ এলেকাত স্বাস্থ্যৰ বাবে অতি অপকাৰী অৰুণাচলী সুৰাৰ অবাধ প্ৰচলন হৈছে। এই বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ গৰাহত পৰিছে আনন্দ চাহ বাগিচাৰ বহু শ্ৰমিকৰ জীৱন। নাইন ষ্টাৰ নামৰ অৰুণাচলী কম দামৰ সুৰা বিধ দুষ্টচক্ৰই আনন্দ চাহ বাগিচাৰ এলেকাত সুলভ কৰি বৃহৎ ক'লা ব্যৱসায় গঢ়ি তুলিছে। অলপতে ৰূপহী লাইন গাঁওৰক্ষী বাহিনীয়ে অভিযান চলাই এনেধৰণৰ বিষাক্ত সুৰা জব্দ কৰি ধ্বংস কৰি পেলাই। এই সুৰাৰ কবলত পৰি চাহ বাগিচাএলেকাৰ নৱপ্ৰজন্মও ধ্বংস হৈছে। কিন্তু এই সুৰাৰ বেপাৰ চলাই থকা সকলৰ বিৰুদ্ধে আৰক্ষী অথবা আবকাৰী বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

5 hrs ago
user_Dip Pratim borah
Dip Pratim borah
Media Consultant কদম, লখিমপুৰ, অসম•
5 hrs ago

আনন্দ চাহ বাগিচাত অৰুণালী সুৰাৰ অবাধ প্ৰচলন/ বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ গৰাহত শ্ৰমিক লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত আনন্দ চাহ বাগিচাৰ এলেকাত স্বাস্থ্যৰ বাবে অতি অপকাৰী অৰুণাচলী সুৰাৰ অবাধ প্ৰচলন হৈছে। এই বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ গৰাহত পৰিছে আনন্দ চাহ বাগিচাৰ বহু শ্ৰমিকৰ জীৱন। নাইন ষ্টাৰ নামৰ অৰুণাচলী কম দামৰ সুৰা বিধ দুষ্টচক্ৰই আনন্দ চাহ বাগিচাৰ এলেকাত সুলভ কৰি বৃহৎ ক'লা ব্যৱসায় গঢ়ি তুলিছে। অলপতে ৰূপহী লাইন গাঁওৰক্ষী বাহিনীয়ে অভিযান চলাই এনেধৰণৰ বিষাক্ত সুৰা জব্দ কৰি ধ্বংস কৰি পেলাই। এই সুৰাৰ কবলত পৰি চাহ বাগিচাএলেকাৰ নৱপ্ৰজন্মও ধ্বংস হৈছে। কিন্তু এই সুৰাৰ বেপাৰ চলাই থকা সকলৰ বিৰুদ্ধে আৰক্ষী অথবা আবকাৰী বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

More news from অসম and nearby areas
  • আনন্দ চাহ বাগিচাত অৰুণালী সুৰাৰ অবাধ প্ৰচলন/ বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ গৰাহত শ্ৰমিক লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত আনন্দ চাহ বাগিচাৰ এলেকাত স্বাস্থ্যৰ বাবে অতি অপকাৰী অৰুণাচলী সুৰাৰ অবাধ প্ৰচলন হৈছে। এই বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ গৰাহত পৰিছে আনন্দ চাহ বাগিচাৰ বহু শ্ৰমিকৰ জীৱন। নাইন ষ্টাৰ নামৰ অৰুণাচলী কম দামৰ সুৰা বিধ দুষ্টচক্ৰই আনন্দ চাহ বাগিচাৰ এলেকাত সুলভ কৰি বৃহৎ ক'লা ব্যৱসায় গঢ়ি তুলিছে। অলপতে ৰূপহী লাইন গাঁওৰক্ষী বাহিনীয়ে অভিযান চলাই এনেধৰণৰ বিষাক্ত সুৰা জব্দ কৰি ধ্বংস কৰি পেলাই। এই সুৰাৰ কবলত পৰি চাহ বাগিচাএলেকাৰ নৱপ্ৰজন্মও ধ্বংস হৈছে। কিন্তু এই সুৰাৰ বেপাৰ চলাই থকা সকলৰ বিৰুদ্ধে আৰক্ষী অথবা আবকাৰী বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।
    1
    আনন্দ চাহ বাগিচাত অৰুণালী সুৰাৰ অবাধ প্ৰচলন/ বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ গৰাহত শ্ৰমিক
লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত আনন্দ চাহ বাগিচাৰ এলেকাত স্বাস্থ্যৰ বাবে অতি অপকাৰী অৰুণাচলী সুৰাৰ অবাধ প্ৰচলন হৈছে। এই বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ গৰাহত পৰিছে আনন্দ চাহ বাগিচাৰ বহু শ্ৰমিকৰ জীৱন। নাইন ষ্টাৰ নামৰ অৰুণাচলী কম দামৰ সুৰা বিধ দুষ্টচক্ৰই আনন্দ চাহ বাগিচাৰ এলেকাত সুলভ কৰি বৃহৎ ক'লা ব্যৱসায় গঢ়ি তুলিছে। অলপতে ৰূপহী লাইন গাঁওৰক্ষী বাহিনীয়ে অভিযান চলাই এনেধৰণৰ বিষাক্ত সুৰা জব্দ কৰি ধ্বংস কৰি পেলাই। এই সুৰাৰ কবলত পৰি চাহ বাগিচাএলেকাৰ নৱপ্ৰজন্মও ধ্বংস হৈছে। কিন্তু এই সুৰাৰ বেপাৰ চলাই থকা সকলৰ বিৰুদ্ধে আৰক্ষী অথবা আবকাৰী বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    5 hrs ago
  • *যোৰহাটৰ বানপিড়িত কৃষক ৰাইজক সকাহ দিয়াৰ পদক্ষেপ* ................….................... *যোৰহাট, ৩১ জুলাই:* 📌যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰাত কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌এলেংমৰা কৃষি চক্ৰই উত্তৰ-পশ্চিম যোৰহাটৰ বানপিড়িত কৃসক ৰাইজক সকাহ দিয়াৰ প্ৰদক্ষেপ। 📌যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুকলি কৰে কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌উল্লেখ্য যে, কৃষি প্ৰধান উত্তৰ-পশ্চিম যোৰহাটত ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিলে। *(যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট *যোৰহাটৰ বানপিড়িত কৃষক ৰাইজক সকাহ দিয়াৰ পদক্ষেপ* ................….................... *যোৰহাট, ৩১ জুলাই:* 📌যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰাত কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌এলেংমৰা কৃষি চক্ৰই উত্তৰ-পশ্চিম যোৰহাটৰ বানপিড়িত কৃসক ৰাইজক সকাহ দিয়াৰ প্ৰদক্ষেপ। 📌যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুকলি কৰে কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌উল্লেখ্য যে, কৃষি প্ৰধান উত্তৰ-পশ্চিম যোৰহাটত ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিলে। *(যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট
    1
    *যোৰহাটৰ বানপিড়িত কৃষক ৰাইজক সকাহ দিয়াৰ পদক্ষেপ*
................…....................
*যোৰহাট, ৩১ জুলাই:*


📌যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰাত কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী।

📌এলেংমৰা কৃষি চক্ৰই উত্তৰ-পশ্চিম যোৰহাটৰ বানপিড়িত কৃসক ৰাইজক সকাহ দিয়াৰ প্ৰদক্ষেপ।

📌যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুকলি কৰে কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী।

📌উল্লেখ্য যে, কৃষি প্ৰধান উত্তৰ-পশ্চিম যোৰহাটত ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিলে।

*(যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট
*যোৰহাটৰ বানপিড়িত কৃষক ৰাইজক সকাহ দিয়াৰ পদক্ষেপ*
................…....................
*যোৰহাট, ৩১ জুলাই:*
📌যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰাত কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী।
📌এলেংমৰা কৃষি চক্ৰই উত্তৰ-পশ্চিম যোৰহাটৰ বানপিড়িত কৃসক ৰাইজক সকাহ দিয়াৰ প্ৰদক্ষেপ।
📌যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুকলি কৰে কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী।
📌উল্লেখ্য যে, কৃষি প্ৰধান উত্তৰ-পশ্চিম যোৰহাটত ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিলে।
*(যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    4 hrs ago
  • শিৱসাগৰৰ বানাক্ৰান্তলৈ লালুক মিনি গুড্‌চ কেৰিয়েৰ সন্থাৰ বান সাহাৰ্য যোগান শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজক সাময়িক সকাহ প্ৰদানৰ বাবে খাদ্য,বস্ত্ৰ আৰু বাচন সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে লালুক মিনি গুড্‌চ কেৰিয়েৰ সন্থাই৷ আজি কেৰিয়াৰ সন্থাৰ এটা সজাতি দল নিজা বাহনেৰে সা-সামগ্ৰীলৈ শিৱসাগৰৰ অভিমুখে ৰাওনা হৈছে৷ দলটোৱে কাইলৈ শিৱসাগৰৰ ভিতৰুৱা অঞ্চলত এই সামগ্ৰী বিতৰণ কৰিব বুলি জনাইছে৷ সন্থাই খাদ্য সামগ্ৰীৰ লগতে আঠুৱা,ফেনাইল,ম’ম,মহ খেদোৱা ধূপ,জুইশলা,চাবোন,বাল্টি,মগ আৰু পিন্ধিবলৈ কাপোৰ বিতৰণ বাবে লৈ গৈছে৷ সন্থাই ৰাইজৰ সহযোগত সংগ্ৰহ কৰা সামগ্ৰী প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰিব৷
    1
    শিৱসাগৰৰ বানাক্ৰান্তলৈ লালুক মিনি গুড্‌চ কেৰিয়েৰ সন্থাৰ বান সাহাৰ্য যোগান
শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজক সাময়িক সকাহ প্ৰদানৰ বাবে খাদ্য,বস্ত্ৰ আৰু বাচন সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে লালুক মিনি গুড্‌চ কেৰিয়েৰ সন্থাই৷ আজি কেৰিয়াৰ সন্থাৰ এটা সজাতি দল নিজা বাহনেৰে সা-সামগ্ৰীলৈ শিৱসাগৰৰ অভিমুখে ৰাওনা হৈছে৷ দলটোৱে কাইলৈ শিৱসাগৰৰ ভিতৰুৱা অঞ্চলত এই সামগ্ৰী বিতৰণ কৰিব বুলি জনাইছে৷ সন্থাই খাদ্য সামগ্ৰীৰ লগতে আঠুৱা,ফেনাইল,ম’ম,মহ খেদোৱা ধূপ,জুইশলা,চাবোন,বাল্টি,মগ আৰু পিন্ধিবলৈ কাপোৰ বিতৰণ বাবে লৈ গৈছে৷ সন্থাই ৰাইজৰ সহযোগত সংগ্ৰহ কৰা সামগ্ৰী প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰিব৷
    user_মনোজ বৰপাত্ৰ গোহাঁই
    মনোজ বৰপাত্ৰ গোহাঁই
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    7 hrs ago
  • *কেনেদৰে চলিছে অসমৰ ঐতিহাসিক বনৰীয়া ম'হ ৰ বাবে বিখ্যাত লক্ষীমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত থকা পাভ অভয়াঅৰণ্য ঃ* বিহপুৰীয়াঃলখিমপুৰ জিলাৰ বিহপুৰীয়াত অৱস্হিতঅসম বিখ্যাত পাভ ৰিজাৰ্ভ৷অবৈধ্য বেদখল কাৰী ৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই বেদখল মুক্ত পাভ অভয়াৰণ্য ৰ সুৰক্ষাৰ দায়িত্বত ২০২৩ বৰ্ষৰ পৰা বন বিভাগে নিয়োজিত কৰে অসম আৰক্ষীৰ গৃহ জোৱান বাহিনী (হোম ৰ্গাড)ক পাভ আধাখনাৰ তিনি নং শিৱিৰৰ দায়িত্ব ! # মুঠ ১৭ জন গৃহৰক্ষী জোৱানে বিভিন্ন সমস্যাৰ মাজেৰে দিন কটাবলগীয়া হৈছে পাভ অভয়াৰণ্যৰ এই শিৱিৰটিত । #বাঁহেৰে ৰ্নিমিত প্ৰায় ওৱলী যাৱ ধৰাঁ এই জৰাৰ্জীণ গৃহটিত সোমাই ধুমুহা বতাহ বৰষুণৰ মাজতে দিন কটাবলগীয়া হৈছে আৰক্ষীৰ গৃহৰক্ষী জোৱানৰ দলটি । # য'ত "বনৰীয়া ম'হ "বনৰীয়া ঘোঁৰা " শিয়াল বিষাক্ত ৰ্সপ " মাজে সময়ে লটা মেকুৰী বাঘ কাজিৰঙাৰ পৰা কেতিয়াবা খাদ্যৰ সন্ধানত ওলাই অহি গড়ঁ বনৰীয়া হাতী আদি একাংশ হিংস্ৰ জীৱ জন্তুোৰ উপৰিও গছ গছনি ধ্বংস কৰা এচাম অসাধুলোকৰ পৰা সকলোকে ৰক্ষা কৰি চলিব লগীয়া হয় এই জোৱানৰ দলটি । # কেৱল সামান্য ছয়মহীয়া চাকৰিৰ দৰমহাৰ বাদে নাই কোনো ৰেচনৰ ব্যৱস্থা নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা "শৌচাগাৰৰ ভাল ব্যৱস্থা । # তাৰ মাজতে দিনে নিশাই সুৰক্ষাৰ দায়িত্বত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত নিয়োজিত হৈ আছে অসম আৰক্ষীৰ গৃহ জোৱান সকল । # অসম চৰকাৰৰ বন বিভাগৰ সময় হ'বনে এই সকল প্ৰহৰীৰ কল্যানমূলক আচনিৰ বিষয়বোৰৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ""""""!! নৱজ্যোতি। শৰ্মা বিহপুৰীয়া৷
    4
    *কেনেদৰে চলিছে অসমৰ ঐতিহাসিক বনৰীয়া ম'হ ৰ বাবে বিখ্যাত লক্ষীমপুৰ জিলাৰ  হাৰমতী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত  থকা পাভ অভয়াঅৰণ্য ঃ* 

বিহপুৰীয়াঃলখিমপুৰ জিলাৰ বিহপুৰীয়াত অৱস্হিতঅসম বিখ্যাত পাভ ৰিজাৰ্ভ৷অবৈধ্য বেদখল কাৰী ৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই বেদখল মুক্ত পাভ অভয়াৰণ্য ৰ সুৰক্ষাৰ দায়িত্বত ২০২৩ বৰ্ষৰ পৰা বন বিভাগে নিয়োজিত কৰে  অসম আৰক্ষীৰ গৃহ জোৱান বাহিনী (হোম ৰ্গাড)ক  পাভ    আধাখনাৰ তিনি নং শিৱিৰৰ দায়িত্ব  !
# মুঠ ১৭ জন গৃহৰক্ষী জোৱানে বিভিন্ন সমস্যাৰ মাজেৰে দিন কটাবলগীয়া হৈছে  পাভ অভয়াৰণ্যৰ এই শিৱিৰটিত ।
#বাঁহেৰে ৰ্নিমিত প্ৰায় ওৱলী যাৱ ধৰাঁ এই জৰাৰ্জীণ গৃহটিত সোমাই ধুমুহা বতাহ বৰষুণৰ মাজতে দিন কটাবলগীয়া হৈছে আৰক্ষীৰ গৃহৰক্ষী জোৱানৰ দলটি ।
# য'ত "বনৰীয়া ম'হ "বনৰীয়া ঘোঁৰা " শিয়াল বিষাক্ত ৰ্সপ " মাজে সময়ে লটা মেকুৰী বাঘ  কাজিৰঙাৰ পৰা কেতিয়াবা খাদ্যৰ সন্ধানত  ওলাই অহি গড়ঁ বনৰীয়া হাতী আদি একাংশ হিংস্ৰ জীৱ জন্তুোৰ উপৰিও গছ গছনি ধ্বংস কৰা এচাম অসাধুলোকৰ  পৰা সকলোকে  ৰক্ষা কৰি চলিব লগীয়া হয়  এই জোৱানৰ দলটি ।
# কেৱল সামান্য  ছয়মহীয়া  চাকৰিৰ দৰমহাৰ বাদে নাই কোনো ৰেচনৰ ব্যৱস্থা  নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা  "শৌচাগাৰৰ ভাল ব্যৱস্থা ।
# তাৰ মাজতে  দিনে নিশাই সুৰক্ষাৰ দায়িত্বত  অতন্দ্ৰ প্ৰহৰীৰ  ৰূপত নিয়োজিত হৈ  আছে  অসম আৰক্ষীৰ গৃহ জোৱান সকল ।
# অসম চৰকাৰৰ বন বিভাগৰ সময় হ'বনে  এই সকল প্ৰহৰীৰ  কল্যানমূলক আচনিৰ বিষয়বোৰৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ""""""!! 
নৱজ্যোতি। শৰ্মা 
বিহপুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    11 hrs ago
  • টুনিজানত মাটিৰ বিবাদ: দুটা পৰিয়ালৰ মাজত মতানৈক্য। মাটিৰ বিবাদত ছাত্ৰ নেতাৰ নাম সাঙুৰি দিয়াৰ অভিযোগ, প্ৰতিক্ৰিয়া প্ৰকাশ মাটিৰ গৰাকীৰ। টুনিজানত মাটিৰ বিবাদ: দুটা পৰিয়ালৰ মাজত মতানৈক্য। মাটিৰ বিবাদত ছাত্ৰ নেতাৰ নাম সাঙুৰি দিয়াৰ অভিযোগ, প্ৰতিক্ৰিয়া প্ৰকাশ মাটিৰ গৰাকীৰ।
    1
    টুনিজানত মাটিৰ বিবাদ: দুটা পৰিয়ালৰ মাজত মতানৈক্য। 
মাটিৰ বিবাদত ছাত্ৰ নেতাৰ নাম সাঙুৰি দিয়াৰ অভিযোগ, প্ৰতিক্ৰিয়া প্ৰকাশ মাটিৰ গৰাকীৰ।
টুনিজানত মাটিৰ বিবাদ: দুটা পৰিয়ালৰ মাজত মতানৈক্য। 
মাটিৰ বিবাদত ছাত্ৰ নেতাৰ নাম সাঙুৰি দিয়াৰ অভিযোগ, প্ৰতিক্ৰিয়া প্ৰকাশ মাটিৰ গৰাকীৰ।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    13 hrs ago
  • প্ৰতিষ্ঠিত ব্যৱসায়ীৰ এক নিৰ্দশন ৷ এটাৰ পিছত আন এটা নিৰ্মাণ কৰি গৈছে দুৰ্গম পথ৷ Slug:-Road construction by a renowned businessman at Silapather. দুখীয়া নিচলা ৰাইজৰ কাষত দেৱজিৎ পেগু ৷চিলাপথাৰৰ আৰ্চী মাজৰবাৰীৰ এক পথৰ দুৰৱস্থা৷ স্বাধীনতাৰ আঠটা দশক গৰকাৰ পিছটো চকু নপৰিল চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকু ৷ # চিলাপথাৰ অঞ্চলৰ অঞ্চলৰ এজন প্ৰতিষ্টিত যুৱ ব্যৱসায়ী তথা প্ৰাক্তন টি এম পি কেৰ কৰ্মী দেৱজিৎ পেগুৰ চকু পৰিল পথটোৰ ওপৰত৷ # যুৱ ব্যৱসায়ী জনে নিজৰ গাঠিৰ ধন ভাঙি ৰাইজৰ সকে দেখুৱাইছে এক সুন্দৰ নিৰ্দশন ৷ # মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ৮ নং চিলাসুতীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চৰকাৰ তথা জনপ্ৰতিনিধিয়ে অৱহেলিত কৰা ঠাইত এতিয়া দেখা পাব দেৱজিৎ পেগুক ৷ # যুৱ ব্যৱসায়ী গৰাকীয়ে এটাৰ পিছত এটাকৈ পথ নিৰ্মাণৰ কাম হাতত লোৱা কাৰ্যক ৰাইজে শলাগ লোৱাৰ উপৰিও ধন্যবাদ জ্ঞাপন কৰিছে ৷ # যুৱ ব্যৱসায়ী গৰাকীয়ে ৰাইজৰ এনেধৰণৰ জলন্ত সমস্যাসমুহ সমাধানৰ বাবে চৰকাৰলৈ আহব্বান জনাইছে ৷ byte & visual in Input number চিচিবৰগাওঁৰ পৰা বৃষ্টি পাংগিঙৰ প্ৰতিবেদন, Shuru App
    3
    প্ৰতিষ্ঠিত ব্যৱসায়ীৰ এক নিৰ্দশন ৷ এটাৰ পিছত আন এটা নিৰ্মাণ কৰি গৈছে দুৰ্গম পথ৷
Slug:-Road construction by a renowned businessman at Silapather.
দুখীয়া নিচলা ৰাইজৰ কাষত দেৱজিৎ পেগু ৷চিলাপথাৰৰ আৰ্চী মাজৰবাৰীৰ এক পথৰ দুৰৱস্থা৷ স্বাধীনতাৰ আঠটা দশক গৰকাৰ পিছটো চকু নপৰিল চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকু ৷
# চিলাপথাৰ অঞ্চলৰ অঞ্চলৰ এজন প্ৰতিষ্টিত যুৱ ব্যৱসায়ী তথা প্ৰাক্তন টি এম পি কেৰ কৰ্মী দেৱজিৎ পেগুৰ চকু পৰিল পথটোৰ ওপৰত৷ 
# যুৱ ব্যৱসায়ী জনে নিজৰ গাঠিৰ ধন ভাঙি ৰাইজৰ সকে দেখুৱাইছে এক সুন্দৰ নিৰ্দশন ৷ 
# মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ৮ নং চিলাসুতীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চৰকাৰ তথা জনপ্ৰতিনিধিয়ে অৱহেলিত কৰা  ঠাইত এতিয়া দেখা পাব দেৱজিৎ পেগুক ৷
#   যুৱ ব্যৱসায়ী গৰাকীয়ে এটাৰ পিছত এটাকৈ পথ নিৰ্মাণৰ কাম হাতত লোৱা কাৰ্যক ৰাইজে শলাগ লোৱাৰ উপৰিও ধন্যবাদ জ্ঞাপন কৰিছে ৷ 
# যুৱ ব্যৱসায়ী গৰাকীয়ে ৰাইজৰ এনেধৰণৰ জলন্ত সমস্যাসমুহ সমাধানৰ বাবে চৰকাৰলৈ আহব্বান জনাইছে ৷
byte & visual in Input number
চিচিবৰগাওঁৰ পৰা বৃষ্টি পাংগিঙৰ প্ৰতিবেদন, Shuru App
    user_Bristi Panging
    Bristi Panging
    Photographer Sissibargaon, Dhemaji•
    11 hrs ago
  • বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। চৰাইদেউ বান বিধ্বস্ত অঞ্চলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা, মানিক গগৈ । বানপীড়িত অঞ্চলৰ চেনিটাইজ কৰে। 👉যাৰ ঘৰ ভাঙিছে ঘৰ বনাই দিব লাগিব, ক্ষয়-ক্ষতি হোৱা সকলে ক্ষতিপূৰণ পাব লাগিব 👉বান হোৱাৰ প্ৰকৃত কাৰণ জনাৰ প্ৰয়োজনীয়তা আছে । 👉আমাৰ চাহ, কয়লা, তেলৰ ৰাজহৰ পৰা অসমক টকা দিয়ক- কিন্ত্ত আজিলৈকে মাত নাই কিয় 👉চৰকাৰে তালি-বাজি কৰিব নোৱাৰিব, চৰকাৰে পতান ধান দি ঠগিব নোৱাৰিব আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বান বিধ্বস্ত চোমনী গাঁওত বানাক্ৰান্তৰ বুজ লোৱাৰ লগতে বানৰ পাছত সম্ভাব্য বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে বিজাণু মুক্ত কৰাৰ বাবে চেনিটাইজাৰ কৰে অজাপৰ সভাপতি গৰাকীকয়ে ।
    1
    বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ।
চৰাইদেউ বান বিধ্বস্ত অঞ্চলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা, মানিক গগৈ । বানপীড়িত অঞ্চলৰ চেনিটাইজ কৰে। 
👉যাৰ ঘৰ ভাঙিছে ঘৰ বনাই দিব লাগিব,  ক্ষয়-ক্ষতি হোৱা সকলে ক্ষতিপূৰণ পাব লাগিব 
👉বান হোৱাৰ প্ৰকৃত কাৰণ জনাৰ প্ৰয়োজনীয়তা আছে । 
👉আমাৰ চাহ, কয়লা, তেলৰ ৰাজহৰ পৰা অসমক টকা দিয়ক- কিন্ত্ত আজিলৈকে মাত নাই কিয়
👉চৰকাৰে তালি-বাজি কৰিব নোৱাৰিব,  চৰকাৰে পতান ধান দি ঠগিব নোৱাৰিব 
আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বান বিধ্বস্ত চোমনী গাঁওত বানাক্ৰান্তৰ বুজ লোৱাৰ লগতে বানৰ পাছত 
সম্ভাব্য বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে বিজাণু মুক্ত কৰাৰ বাবে চেনিটাইজাৰ কৰে অজাপৰ সভাপতি গৰাকীকয়ে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
  • বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ উপদেষ্টা জগদীশ ভূঞা ।
    1
    বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ উপদেষ্টা জগদীশ ভূঞা ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.