প্ৰতিষ্ঠিত ব্যৱসায়ীৰ এক নিৰ্দশন ৷ এটাৰ পিছত আন এটা নিৰ্মাণ কৰি গৈছে দুৰ্গম পথ৷ Slug:-Road construction by a renowned businessman at Silapather. দুখীয়া নিচলা ৰাইজৰ কাষত দেৱজিৎ পেগু ৷চিলাপথাৰৰ আৰ্চী মাজৰবাৰীৰ এক পথৰ দুৰৱস্থা৷ স্বাধীনতাৰ আঠটা দশক গৰকাৰ পিছটো চকু নপৰিল চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকু ৷ # চিলাপথাৰ অঞ্চলৰ অঞ্চলৰ এজন প্ৰতিষ্টিত যুৱ ব্যৱসায়ী তথা প্ৰাক্তন টি এম পি কেৰ কৰ্মী দেৱজিৎ পেগুৰ চকু পৰিল পথটোৰ ওপৰত৷ # যুৱ ব্যৱসায়ী জনে নিজৰ গাঠিৰ ধন ভাঙি ৰাইজৰ সকে দেখুৱাইছে এক সুন্দৰ নিৰ্দশন ৷ # মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ৮ নং চিলাসুতীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চৰকাৰ তথা জনপ্ৰতিনিধিয়ে অৱহেলিত কৰা ঠাইত এতিয়া দেখা পাব দেৱজিৎ পেগুক ৷ # যুৱ ব্যৱসায়ী গৰাকীয়ে এটাৰ পিছত এটাকৈ পথ নিৰ্মাণৰ কাম হাতত লোৱা কাৰ্যক ৰাইজে শলাগ লোৱাৰ উপৰিও ধন্যবাদ জ্ঞাপন কৰিছে ৷ # যুৱ ব্যৱসায়ী গৰাকীয়ে ৰাইজৰ এনেধৰণৰ জলন্ত সমস্যাসমুহ সমাধানৰ বাবে চৰকাৰলৈ আহব্বান জনাইছে ৷ byte & visual in Input number চিচিবৰগাওঁৰ পৰা বৃষ্টি পাংগিঙৰ প্ৰতিবেদন, Shuru App
প্ৰতিষ্ঠিত ব্যৱসায়ীৰ এক নিৰ্দশন ৷ এটাৰ পিছত আন এটা নিৰ্মাণ কৰি গৈছে দুৰ্গম পথ৷ Slug:-Road construction by a renowned businessman at Silapather. দুখীয়া নিচলা ৰাইজৰ কাষত দেৱজিৎ পেগু ৷চিলাপথাৰৰ আৰ্চী মাজৰবাৰীৰ এক পথৰ দুৰৱস্থা৷ স্বাধীনতাৰ আঠটা দশক গৰকাৰ পিছটো চকু নপৰিল চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকু ৷ # চিলাপথাৰ অঞ্চলৰ অঞ্চলৰ এজন প্ৰতিষ্টিত যুৱ
ব্যৱসায়ী তথা প্ৰাক্তন টি এম পি কেৰ কৰ্মী দেৱজিৎ পেগুৰ চকু পৰিল পথটোৰ ওপৰত৷ # যুৱ ব্যৱসায়ী জনে নিজৰ গাঠিৰ ধন ভাঙি ৰাইজৰ সকে দেখুৱাইছে এক সুন্দৰ নিৰ্দশন ৷ # মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ৮ নং চিলাসুতীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চৰকাৰ তথা জনপ্ৰতিনিধিয়ে অৱহেলিত কৰা ঠাইত এতিয়া দেখা পাব দেৱজিৎ
পেগুক ৷ # যুৱ ব্যৱসায়ী গৰাকীয়ে এটাৰ পিছত এটাকৈ পথ নিৰ্মাণৰ কাম হাতত লোৱা কাৰ্যক ৰাইজে শলাগ লোৱাৰ উপৰিও ধন্যবাদ জ্ঞাপন কৰিছে ৷ # যুৱ ব্যৱসায়ী গৰাকীয়ে ৰাইজৰ এনেধৰণৰ জলন্ত সমস্যাসমুহ সমাধানৰ বাবে চৰকাৰলৈ আহব্বান জনাইছে ৷ byte & visual in Input number চিচিবৰগাওঁৰ পৰা বৃষ্টি পাংগিঙৰ প্ৰতিবেদন, Shuru App
- নাহৰকটীয়াৰ আৰক্ষী জোৱানে বানাক্ৰান্ত ৰাইজৰ বাবে যোগান ধৰিছে কঠীয়া শাওনৰ পথাৰ ভূঁই ৰোৱাৰ লগতে আঘোণত সেই সোণগুটি চপাই বছৰটোৰ বাবে নিজৰ খাদ্যকণ যোগাৰ কৰে প্ৰতিজন চহা অসমীয়াই।পিছে হঠাৎ অহা সেই প্ৰলয়ংকাৰী বানে থানাবান কৰিলে শিৱসাগৰ চৰাইদেও জিলা চহা কৃষকৰ সেই সপোন।পিছে চহা অসমীয়াৰ দুখ দুৰ্দশা,দুৰৱস্থা দেখি এইবাৰ বান বিধ্বস্ত কৃষকক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে অসম আৰক্ষীৰ এগৰাকী জোৱান।অসম আৰক্ষীত কৰ্মৰত নাহৰকটীয়াৰ জয়পুৰৰ কমাৰ গাওঁৰ দীপাংকৰ শইকীয়াই নিজাববীয়া প্ৰচেষ্টা ইতিমধ্যে বানবিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেও জিলাৰ প্ৰায় তিনিখন গাওঁত কঠিয়া যোগান ধৰিছে।ইতিমধ্যে দীপাংকৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে কমাৰ গাওঁৰ ডেকা যুৱকসকল।।আৰক্ষীৰ জোৱান দীপাংকৰৰ নেতৃত্বত গাওঁখনৰ যুৱক সকলে প্ৰায় ৫ হেজাৰ মুঠি কঠিয়া পুনৰ ২আগষ্টত বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেওৰ জিলা কৃষকক প্ৰদান কৰিব।2
- কেইবা শতাধিক বানপীড়িতে লাভ কৰিলে বিনামূলীয়া স্বাস্থ্যসেৱা শেহতীয়াকৈ সংঘটিত বিধ্বংসী বানৰ ফলত চৰাইদেউ জিলাৰ চফ্ৰাই অঞ্চলত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ মাজতে আজমল ফাউণ্ডেচনৰ উদ্যোগত আজি পি এম শ্ৰী চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত বানপীড়িত লোকসকলৰ বাবে এক জৰুৰী চিকিৎসা শিবিৰ (Emergency Medical Aid Camp) সফলভাৱে অনুষ্ঠিত হয়। পুৱাৰে পৰা আৰম্ভ হোৱা এই চিকিৎসা শিবিৰত অঞ্চলটোৰ বিভিন্ন গাঁও, চাহ বাগিচা আৰু বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। বৃদ্ধ, মহিলা, শিশু আদি সকলো বয়সৰ ৰাইজে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লাভ কৰে। ইয়াৰ উপৰি, প্ৰয়োজন অনুসৰি ৰোগীসকলৰ মাজত বিনামূলীয়াকৈ বিভিন্ন অত্যাৱশ্যকীয় ঔষধ বিতৰণ কৰা হয়। এই পদক্ষেপে বানপীড়িত লোকসকলৰ মাজত যথেষ্ট সকাহ কঢ়িয়াই আনে।1
- হেডলাইন: ডিগবৈত জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰম্ভ, বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত NHIDCLৰ পদক্ষেপ মূল পইণ্টসমূহঃ ▶️ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ নেৰানেপেৰা প্ৰচেষ্টাত ডিগবৈ চহৰৰ জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম আৰম্ভ। ▶️ ডিগবৈ ৰামনগৰৰ পৰা গোলাইলৈকে চাৰিলেন পথ নিৰ্মাণ চলি থকাৰ মাজতে পথছোৱা জৰাজীৰ্ণ হৈ যাতায়াতত তীব্ৰ সমস্যা সৃষ্টি হৈছিল। ▶️ পূৰ্বতে ঠিকা লাভ কৰা দুটা প্ৰতিষ্ঠানে আধাতে কাম এৰি দিয়াৰ ফলত পথত ডাঙৰ ডাঙৰ গাত সৃষ্টি হৈছিল। ▶️ বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে NHIDCLৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখিছিল বিধায়ক সুৰেন ফুকনে। ▶️ বিধায়কৰ প্ৰচেষ্টাৰ ফলত NHIDCLয়ে আজিৰে পৰা পথছোৱাৰ মেৰামতি আৰু নিৰ্মাণৰ কাম আৰম্ভ কৰে। ▶️ বিধায়ক সুৰেন ফুকনে নিজে উপস্থিত থাকি কামৰ তদাৰক কৰাৰ লগতে নিৰ্মাণকাৰী সংস্থাক শীঘ্ৰে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। ▶️ পৰিদৰ্শনৰ সময়ত সমজিলা আয়ুক্ত ফিলিছ ভি. এইচ. হ্ৰাংচাল, NHIDCLৰ বিষয়াবৰ্গ, সমাজসেৱিকা স্মৃতি দাস, সমাজসেৱক ত্ৰিদীপ কাকতি আৰু দিব্যজ্যোতি মৰাণ উপস্থিত থাকে। হেডলাইন: ডিগবৈত জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰম্ভ, বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত NHIDCLৰ পদক্ষেপ মূল পইণ্টসমূহঃ ▶️ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ নেৰানেপেৰা প্ৰচেষ্টাত ডিগবৈ চহৰৰ জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম আৰম্ভ। ▶️ ডিগবৈ ৰামনগৰৰ পৰা গোলাইলৈকে চাৰিলেন পথ নিৰ্মাণ চলি থকাৰ মাজতে পথছোৱা জৰাজীৰ্ণ হৈ যাতায়াতত তীব্ৰ সমস্যা সৃষ্টি হৈছিল। ▶️ পূৰ্বতে ঠিকা লাভ কৰা দুটা প্ৰতিষ্ঠানে আধাতে কাম এৰি দিয়াৰ ফলত পথত ডাঙৰ ডাঙৰ গাত সৃষ্টি হৈছিল। ▶️ বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে NHIDCLৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখিছিল বিধায়ক সুৰেন ফুকনে। ▶️ বিধায়কৰ প্ৰচেষ্টাৰ ফলত NHIDCLয়ে আজিৰে পৰা পথছোৱাৰ মেৰামতি আৰু নিৰ্মাণৰ কাম আৰম্ভ কৰে। ▶️ বিধায়ক সুৰেন ফুকনে নিজে উপস্থিত থাকি কামৰ তদাৰক কৰাৰ লগতে নিৰ্মাণকাৰী সংস্থাক শীঘ্ৰে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। ▶️ পৰিদৰ্শনৰ সময়ত সমজিলা আয়ুক্ত ফিলিছ ভি. এইচ. হ্ৰাংচাল, NHIDCLৰ বিষয়াবৰ্গ, সমাজসেৱিকা স্মৃতি দাস, সমাজসেৱক ত্ৰিদীপ কাকতি আৰু দিব্যজ্যোতি মৰাণ উপস্থিত থাকে।1
- শিৱসাগৰৰ বানাক্ৰান্তলৈ লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাৰ বান সাহাৰ্য যোগান শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজক সাময়িক সকাহ প্ৰদানৰ বাবে খাদ্য,বস্ত্ৰ আৰু বাচন সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাই৷ আজি কেৰিয়াৰ সন্থাৰ এটা সজাতি দল নিজা বাহনেৰে সা-সামগ্ৰীলৈ শিৱসাগৰৰ অভিমুখে ৰাওনা হৈছে৷ দলটোৱে কাইলৈ শিৱসাগৰৰ ভিতৰুৱা অঞ্চলত এই সামগ্ৰী বিতৰণ কৰিব বুলি জনাইছে৷ সন্থাই খাদ্য সামগ্ৰীৰ লগতে আঠুৱা,ফেনাইল,ম’ম,মহ খেদোৱা ধূপ,জুইশলা,চাবোন,বাল্টি,মগ আৰু পিন্ধিবলৈ কাপোৰ বিতৰণ বাবে লৈ গৈছে৷ সন্থাই ৰাইজৰ সহযোগত সংগ্ৰহ কৰা সামগ্ৰী প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰিব৷1
- টেঙাপুখুৰীত অসম জাতীয় পৰিষদৰ নেতা মানিক গগৈৰ চৰকাৰলৈ আহ্বান ।1
- *কেনেদৰে চলিছে অসমৰ ঐতিহাসিক বনৰীয়া ম'হ ৰ বাবে বিখ্যাত লক্ষীমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত থকা পাভ অভয়াঅৰণ্য ঃ* বিহপুৰীয়াঃলখিমপুৰ জিলাৰ বিহপুৰীয়াত অৱস্হিতঅসম বিখ্যাত পাভ ৰিজাৰ্ভ৷অবৈধ্য বেদখল কাৰী ৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই বেদখল মুক্ত পাভ অভয়াৰণ্য ৰ সুৰক্ষাৰ দায়িত্বত ২০২৩ বৰ্ষৰ পৰা বন বিভাগে নিয়োজিত কৰে অসম আৰক্ষীৰ গৃহ জোৱান বাহিনী (হোম ৰ্গাড)ক পাভ আধাখনাৰ তিনি নং শিৱিৰৰ দায়িত্ব ! # মুঠ ১৭ জন গৃহৰক্ষী জোৱানে বিভিন্ন সমস্যাৰ মাজেৰে দিন কটাবলগীয়া হৈছে পাভ অভয়াৰণ্যৰ এই শিৱিৰটিত । #বাঁহেৰে ৰ্নিমিত প্ৰায় ওৱলী যাৱ ধৰাঁ এই জৰাৰ্জীণ গৃহটিত সোমাই ধুমুহা বতাহ বৰষুণৰ মাজতে দিন কটাবলগীয়া হৈছে আৰক্ষীৰ গৃহৰক্ষী জোৱানৰ দলটি । # য'ত "বনৰীয়া ম'হ "বনৰীয়া ঘোঁৰা " শিয়াল বিষাক্ত ৰ্সপ " মাজে সময়ে লটা মেকুৰী বাঘ কাজিৰঙাৰ পৰা কেতিয়াবা খাদ্যৰ সন্ধানত ওলাই অহি গড়ঁ বনৰীয়া হাতী আদি একাংশ হিংস্ৰ জীৱ জন্তুোৰ উপৰিও গছ গছনি ধ্বংস কৰা এচাম অসাধুলোকৰ পৰা সকলোকে ৰক্ষা কৰি চলিব লগীয়া হয় এই জোৱানৰ দলটি । # কেৱল সামান্য ছয়মহীয়া চাকৰিৰ দৰমহাৰ বাদে নাই কোনো ৰেচনৰ ব্যৱস্থা নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা "শৌচাগাৰৰ ভাল ব্যৱস্থা । # তাৰ মাজতে দিনে নিশাই সুৰক্ষাৰ দায়িত্বত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত নিয়োজিত হৈ আছে অসম আৰক্ষীৰ গৃহ জোৱান সকল । # অসম চৰকাৰৰ বন বিভাগৰ সময় হ'বনে এই সকল প্ৰহৰীৰ কল্যানমূলক আচনিৰ বিষয়বোৰৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ""""""!! নৱজ্যোতি। শৰ্মা বিহপুৰীয়া৷4
- BIG BREAKING ⭕মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰত আলু গৌডাউনৰ কাষত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত। ⭕দুখনকৈ দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত। ⭕শংকৰ দাস নামৰ লোক জনৰ পান দোকান আৰু ধনু দাস নামৰ লোক জনৰ ফল-মূলৰ দোকানত অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়। ⭕বিদ্যুতৰ বিজুটি ঘটাৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ। ⭕ অগ্নিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়। BIG BREAKING ⭕মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰত আলু গৌডাউনৰ কাষত নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত। ⭕দুখনকৈ দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত। ⭕শংকৰ দাস নামৰ লোক জনৰ পান দোকান আৰু ধনু দাস নামৰ লোক জনৰ ফল-মূলৰ দোকানত অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়। ⭕বিদ্যুতৰ বিজুটি ঘটাৰ ফলত অগ্নিকাণ্ডটোঅ সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ। ⭕ অগ্নিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়।1